হস্তিবিদ্য়াৰ্ণৱ পুথি

Chapter 4

১) পুৰণি অসমীয়া সচিত্ৰ পুথিৰ নাম কি?

(ক) শঙ্খচুড় বধ

(খ) গীত-গোবিন্দ

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


২)  'হস্তিবিদ্য়াৰ্ণৱ সাৰ সংগ্ৰহ' পুথিখন কোনে ৰচনা কৰিছিল?

(ক) ড° সূৰ্যকুমাৰ ভূঞা

(খ) সুকুমাৰ বৰকাথে

(গ) যোগেন্দ্ৰনাৰায়ণ ভূঞা

উত্তৰঃ (খ) সুকুমাৰ বৰকাথে


৩) 'হস্তিবিদ্য়াৰ্ণৱ পুথি' শীৰ্ষক প্ৰবন্ধটি কিমান চনত প্ৰকাশ পাইছিল?

(ক) ১৯৩৫ চনত

(খ) ১৯৪৫ চনত

(গ) ১৯৬৫ চনত

উত্তৰঃ (ক) ১৯৩৫ চনত


৪)  সুকুমাৰ বৰকাথ কোন শতিকাৰ লেখক?

(ক) ষষ্ঠদশ শতিকা

(খ) সপ্তমদশ শতিকা

(গ) অষ্টাদশ শতিকা

উত্তৰঃ (গ) অষ্টাদশ শতিকা


৫)  আগৰ দিনত স্ৱৰ্গদেৱসকলৰ শিৰবস্ত্ৰ কি আছিল?

(ক) ফটো

(খ) কাপোৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধৰ

উত্তৰঃ (ক) ফটো


৬) অপ্ৰীতিবৰ্ধক মানে কি?

(ক) বিধান

(খ) দুখবৰ্ধক

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (খ) দুখবৰ্ধক

 

৭)  সুৰ্যকুমাৰ ভূঞা ৰচিত একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

(ক) 'নিৰ্মালি'

(খ) 'শঙ্খচূড় বধ'

(গ) 'গীত-গোবিন্দ'

উত্তৰঃ (ক) 'নিৰ্মালি'


৮) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্য়ক্ষ কোন?

(ক) যোগেন্দ্ৰনাৰায়ণ ভূঞা

(খ) ড° সূৰ্যকুমাৰ ভূঞা

(গ) হেমচন্দ্ৰ গোস্ৱামী

উত্তৰঃ (খ) ড° সূৰ্যকুমাৰ ভূঞা 


৯) "হস্তিবিদ্য়াৰ্ণৱ'' পুথি লেখকে কাৰ আদেশত ৰচনা কৰিছিল?

(ক) স্ৱৰ্গদেউ শিৱসিংহ

(খ) বৰকুঁৱৰী অম্ৱিকাদেৱীৰ

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


১০) হাতীক ধ্বজাৰূপে ব্য়ৱহাৰ কৰা নৃপতিসকলক কি খিতাপেৰে বিভূষিত কৰা হৈছিল?

(ক)'গজধ্বজ'

(খ) 'গিৰি-গুহা'

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)'গজধ্বজ


১১) 'হস্তীবিদ্য়াৰ্ণৱ পুৰ্থি' শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?

(ক) গীত-গোবিন্দ

(খ) বিবিধ প্ৰবন্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিবিধ প্ৰবন্ধ


১২)  চানেকি মানে কি?

(ক) মন হৰণ কৰা

(খ) মনমোহা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়


১৩) বিতোপন শব্দ অৰ্থ কি?

(ক) অতি সুন্দৰ

(খ) উত্তম

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ


১৪)  ড° সূৰ্যকুমাৰ ভূঞা কিমান চনত জন্ম হৈছিল?

(ক) ১৮৯২ চনত

(খ) ১৯৩৮ চনত

(গ) ১৯৫২ চনত

উত্তৰঃ (ক) ১৮৯২ চনত


১৫) ড° সুৰ্যকুমাৰ ভূঞা কিমান চনত 'পদ্মশ্ৰী সন্মান লাভ কৰিছিল?

(ক) ১৯৩৬ চনত

(খ) ১৯৫৬ চনত

(গ) ১৯৫৭ চনত

উত্তৰঃ (খ) ১৯৫৬ চনত


১৬) ড° সূৰ্যকুমাৰ ভূঞা জন্ম হোৱা জিলাখনৰ নাম কি?

(ক) বৰপেটা

(খ) নগাঁও

(গ) গুৱাহাটী

উত্তৰঃ (খ) নগাঁও


১৭) ড° সূৰ্যকুমাৰ ভূঞা কোন বিশ্ৱবিদ্য়ালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰিছিল?

(ক) লণ্ডন বিশ্ৱবিদ্য়ালয়

(খ) গুৱাহাটী বিশ্ৱবিদ্য়ালয়

(গ) কলিকাতা বিশ্ৱবিদ্য়ালয়

উত্তৰঃ (গ) কলিকাতা বিশ্ৱবিদ্য়ালয়


১৮) কিমান চনত ড° সূৰ্যকুমাৰ ভূঞাক ডি. লিটৰ উপাধি প্ৰদান কৰিছিল?

(ক) ১৯৩৮ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৫৬ চনত

উত্তৰঃ (খ) ১৯৫২ চনত


১৯) ড° সূৰ্যকুমা ভূঞা কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৮৯২ চনত

(খ) ১৯৬০ চনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ)ওপৰৰ এটাও নহয়


২০) হস্তিবিদ্য়াৰ্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

(ক) দিলবৰ

(খ) দোষায়

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ