অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা

Chapter 7

১) প্ৰথম অসমীয়া বোলছবিখনৰ নাম  কি।

(ক) ইন্দ্ৰমালতী'

(খ) 'জয়মতী'

(গ) 'চিকমিক বিজুলী'

উত্তৰঃ (খ) 'জয়মতী'


২) 'চিৰাজ' বোলছবিখনৰ সংগীত পৰিচালক কোন আছিল?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা

(খ) ব্ৰজেন বৰুৱা

(গ) জ্য়োতিপ্ৰসাদ আগৰৱালা

উত্তৰঃ (ক) বিষ্ণুপ্ৰসাদ ৰাভা


৩) ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰথমটো পুৰস্কাৰ লাভ কৰা অসমীয়া বোলছবিখনৰ নাম কি?

(ক) 'অগ্ৰিস্নান' বোলছবিৰ

(খ) "সাগৰলৈ বহু দূৰ"

(গ) 'চামেলি মেমচাব'

উত্তৰঃ  (গ) 'চামেলি মেমচাব'


৪) 'চিত্ৰবন' ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা

(খ) জ্য়োতিপ্ৰসাদ আগৰৱালা

(গ)  লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (খ) জ্য়োতিপ্ৰসাদ আগৰৱালা


৫) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম কি

(ক) 'চিকমিক বিজুলী' আৰু 'চামেলি মেমচাব'

(খ) 'জয়মতী' আৰু ইন্দ্ৰমালতী'

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) 'জয়মতী' আৰু ইন্দ্ৰমালতী'


৬) জ্য়োতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?

(ক) জাৰ্মানী

(খ) ভাৰত

(গ) ভূটান

উত্তৰঃ (ক) জাৰ্মানী


৭) লক্ষ্য়ধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি ?

(ক) 'সন্ধ্য়ৰাগ'

(খ) 'সাগৰলৈ বহু দূৰ'

(গ) 'নিমিলা অংক'

উত্তৰঃ (গ) 'নিমিলা অংক'


৮) লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম কি?

(ক) 'সাগৰলৈ বহু দূৰ'

(খ) 'চিকমিক বিজুলী' 

(গ) 'এৰা বাটৰ সুৰ'

উত্তৰঃ (গ) 'এৰা বাটৰ সুৰ'


৯) 'গঙা চিলনীৰ পাখি' কথাছবিখন পৰিচালনা কোনে কৰিছিল

(ক) ভূপেন হাজৰিকা

(খ) পদুম বৰুৱা

(গ) ব্ৰজেন বৰুৱা

উত্তৰঃ (খ) পদুম বৰুৱা


১০)  "প্ৰতিধবনি" বোলছবিখনৰ কাহিনী উৎস কি আছিল?

(ক) সা-সুবিধা

(খ) সুগঠিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

১১) জ্য়োতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্ৱিতীয়খন বোলছবি কি আছিল?

(ক) 'ইন্দ্ৰমালতী'

(খ) 'চিকমিক বিজুলী'

(গ) 'জয়মতী'

উত্তৰঃ (ক) 'ইন্দ্ৰমালতী'


১২) প্ৰতিষ্ঠিত চলচ্চিত্ৰ সংস্থাৰ দ্ৱাৰা প্ৰযোজিত প্ৰথম অসমীয়া বোলছবিখন কি আছিল?

(ক) 'ইন্দ্ৰমালতী'

(খ) 'চিকমিক বিজুলী'

(গ) 'জয়মতী'

উত্তৰঃ (খ) 'চিকমিক বিজুলী'


১৩)  হাই ডেফিনেচন ডিজিটেল পদ্ধতিৰে নিৰ্মিত প্ৰথমখন অসমীয়া বোলছবিৰ নাম কি?

(ক) 'জংফাই জোনাক'

(খ) 'জয়মতী'

(গ) 'অপৰাজেয়'

উত্তৰঃ (ক) 'জংফাই জোনাক'


১৪) ব্ৰজেন বৰুৱাই কিমান চনত মুক্তিপ্ৰাপ্ত " ড° বেজবৰুৱা" নামৰ ছবিখনত পৰিচালনা কৰিছিল?

(ক) ১৯৩৫ চনত

(খ) ১৯৫৫ চনত

(গ) ১৯৬৯ চনত

উত্তৰঃ (গ) ১৯৬৯ চনত


১৫) কোনখন বোলছবিৰ জৰিয়তে ভূপেন হাজৰিকাই সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল?

(ক) 'এৰা বাটৰ সুৰ'

(খ)  'চিৰাজ'

(গ) 'সতী বেউলা'

উত্তৰঃ (গ) 'সতী বেউলা'


১৬) " সাগৰলৈ বহু দুৰ" বোলছবিখনৰ বাবে কোনে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল?

(ক) লক্ষ্য়ধৰ চৌধুৰী

(খ) জাহ্নু বৰুৱা

(গ) ব্ৰজেন বৰুৱা

উত্তৰঃ (খ) জাহ্নু বৰুৱা


১৭) থলুৱা মানে কি?

(ক) স্থানীয়

(খ) সা- সুবিধা 

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (ক) স্থানীয়


১৮) আৰ্কাইভ শব্দ অৰ্থ কি?

(ক) সংগ্ৰহ

(খ) ভঁৰাল

(গ) ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ (গ) ওপৰৰ দুয়োটা শুদ্ধ

 

১৯) উৎপল দত্ত কিমান চনত জন্ম হৈছিল 

(ক) ১৯৩৫ চনত

(খ) ১৯৬০ চনত

(গ) ১৯৬৩ চনত

উত্তৰঃ (খ) ১৯৬০ চনত


২০)  অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা পাঠটো লিখক কোন?

(ক) উৎপল দত্ত

(খ) তীৰ্থনাথ শৰ্মা

(গ) শীলভদ্ৰ

উত্তৰঃ (ক) উৎপল দত্ত