পঞ্চম অধ্যায়

চৰকাৰঃ কাৰ্য আৰু পৰিসৰ


১. ৰাজহুৱা দ্ৰব্য হিচাপে জনা কেতবোৰ

(ক) ৰাস্তা-ঘাট

(খ) কাপোৰ

(গ) মটৰ গাড়ী

উত্তৰঃ (ক) ৰাস্তা-ঘাট


২. ব্যক্তিগত দ্ৰব্যৰ কেতবোৰ

(ক) ৰাস্তা-ঘাট

(খ) কাপোৰ

(গ) প্ৰশাসন

উত্তৰঃ (খ) কাপোৰ


৩. চৰকাৰী বাজেটৰ অংশ কেইটা

(ক) ৩টা

(খ) ২টা

(গ) ৬টা

উত্তৰঃ (খ) ২টা


৪. চৰকাৰী ৰাজহ প্ৰাপ্তিৰ উৎস কেইটা

(ক) ৫ টা

(খ) ৩ টা

(গ) ২ টা

উত্তৰঃ (গ) ২ টা


৫. কৰ প্ৰধানকৈ কেই প্ৰকাৰৰ

(ক) ৩ প্ৰকাৰৰ

(খ) ৪ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

উত্তৰঃ (গ) ২ প্ৰকাৰৰ


৬. পৰোক্ষ কৰ উদাহৰণ

(ক) সেৱা কৰ

(খ) ব্যৱসায় কৰ

(গ) নিগম কৰ

উত্তৰঃ (ক) সেৱা কৰ


৭. প্ৰত্য়ক্ষ কৰ উদাহৰণ

(ক) ব্যৱসায় কৰ

(খ) সেৱা কৰ

(গ) কাগজী কৰ

উত্তৰঃ (ক) ব্যৱসায় কৰ


৮. কাগজী কৰ উদাহৰণ

(ক) ব্যৱসায় কৰ

(খ) মৃত্যু কৰ

(গ) সেৱা কৰ

উত্তৰঃ (খ) মৃত্যু কৰ


৯. মূল ধন বাজেটৰ অংশ কেইটা

(ক) ২টা

(খ) ৪ টা

(গ) ৬ টা

উত্তৰঃ (ক) ২টা


১০. পৰিকল্পনাৰ বহিৰ্ভূত ব্যয়ৰ অন্তৰ্ভূক্ত প্ৰধান শিতানবোৰ হ'ল

(ক) সুদ প্ৰদান

(খ) প্ৰতিৰক্ষা সেৱা

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (গ) ওপৰৰ দুয়োটাই



Answer Type- Pompi Hazarika