তেজপুৰ
১) বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল ?
(ক) ইয়াৰ পৰা এটাও নহয়
(খ) উৰ্ষা
(গ) চিত্ৰলেখা
উত্তৰঃ (খ) উৰ্ষা
২) উৰ্ষা সখীয়েক কোন আছিল ?
(ক) চিত্ৰলেখা
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) প্ৰিয়া
উত্তৰঃ (ক) চিত্ৰলেখা
৩) তেজপুৰৰ প্ৰাচীন নাম কি ?
(ক) প্ৰাগজ্যোতিপুৰ
(খ) শোণিতপুৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) শোণিতপুৰ
৪) অনিৰুদ্ধে কাক বিয়া পাতিলে ?
(ক) চিত্ৰলেখা
(খ) উৰ্ষাক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (খ) উৰ্ষাক
৫) প্ৰিয়া আৰু প্ৰীতম কাৰ লগত তেজপুৰলৈ গৈছিল ?
(ক) মাক-দেউতাক আৰু ককা হতৰ লগত
(খ) বন্ধু-বান্ধৱীৰ লগত
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰঃ (ক) মাক-দেউতাক আৰু ককা হতৰ লগত
৬) ফুল ৰোৱা ঠাইক কি বুলি কৈ ?
(ক) ফুলনি
(খ) বাগিচা
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়
৭) অসমৰ মানসিক চিকিসালয় ক'ত আছে ?
(ক) তেজপুৰত
(খ) শোণিতপুৰত
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰঃ (গ) ওপৰৰ দুয়োটায়ে হয়
0 Comments