বিবেক আৰু তাৰ পাঁচ মিনিট

1) লৰাটোৰ নাম কি আছিল?

i) অংকুৰ

ii) বিবেক

iii) দিবাকৰ

Ans- ii) বিবেক

2 ডিচেম্বৰত বিদ্য়ালয় কিহৰ বন্ধ আছিল?

i) গান্ধী জয়ন্তিৰ

ii চুকাফা দিৱস

iii) ওপৰৰ দুয়োটাই নহয়

Ans- ii চুকাফা দিৱস

3) বিবেকে সদায় বিদ্য়ালয়ত ____ উপস্থিত হয় গৈ।

i) সোনকালে

ii) দেৰিকৈ

iii) দুয়োটাই নহয়

Ans- ii) দেৰিকৈ

4) দেৰি বিপৰীত শব্দ লিখা।

i) সোনকাল

ii) পলম

iii) দুয়োটাই হয়

 Ans- i) সোনকাল

5) পুৱাৰ বিপৰীত শব্দ লিখা।

i) সন্ধ্য়া

ii) গধূলি

iii) ওপৰৰ দুয়োটাই হয়

Ans- iii) ওপৰৰ দুয়োটাই হয়

Type - Boby Bora