৭ সতী জয়মতী | 

১। জয়মতী স্বামী নাম কি আছিল ?

(১) গদাধৰ সিংহ

(২) চুহুংমুং

(৩) গদাপাণি

(৪) শিৱাজী

উত্তৰঃ (৩) গদাপাণি

২। লাই আৰু লেছাই কোন আছিল।

(১) গদাপাণি আৰু জয়মতী পুত্ৰ

(২) লাচিত সেনাপতি

(৩) জয়মতী নীতি

(৪) এটাও নহয়

উত্তৰঃ (১) গদাপাণি আৰু জয়মতী পুত্ৰ

৩।জয়মতী শাস্তি দিয়াৰ সময়ত আহোমৰ ৰজা কোন আছিল ।

(১) স্বৰ্গনাৰায়ণ

(২) চুলিকফা কোঁৱৰ

(৩) চুটামলা

(৪) প্ৰতাপ সিংহ

উত্তৰঃ (২) চুলিকফা কোঁৱৰ

৪। ১৪ বছৰ বয়সতে ৰজা হোৱাৰ বাবে তেওঁক কি বোলা হৈছিল?

(১) ল'ৰা ৰজা

(২) জয়মতী দিনৰ ৰজা

(৩) ডেকা ৰজা

(৪) আহোমৰ ৰজা

উত্তৰঃ (১) ল'ৰা ৰজা

৫। ল'ৰা ৰজাই কাক ধৰি  আনিছিল।

(১) গদাপাণিক

(২) লাই আৰু লেছাক

(৩) জয়মতীক

(৪) আটাইকেইটা

উত্তৰঃ (৩) জয়মতীক

৬। ল'ৰা ৰজা প্ৰকৃত নাম কি আছিল ।

(১) গদাপাণি

(২) চন্দ্ৰকান্ত  সিংহ

(৩) পুৰন্দৰ সিংহ

(৪) চুলিকফা কোঁৱৰ

উত্তৰঃ (৪) চুলিকফা কোঁৱৰ

৭। জয়মতীক কি পথাৰত শাস্তি দিছিল?

(১) ৰূপহী পথাত

(২) জেৰেঙা পথাত

(৩) সেউজীয়া পথাত

(৪) ভৰুণ পথাত

উত্তৰঃ (২) জেৰেঙা পথাত

৮। গদাপাণি ক'ত লুকাই আছিল।

(১) মেঘালয় পাহাত

(২) বঘৰা পাহাত

(৩) বৰাইল পাহাৰত

(৪) নগা পাহাৰত

উত্তৰঃ (৪) নগা পাহাৰত

৯। চাওদাঙৰ হাতত জীয়াতু ভুগি কিমান দিনত জয়মতীয়ে চকু মুদিলে ?

(১) তিন দিনত

(২) বিছ দিনত

(৩) চৈধ্য দিনত

(৪) পাঁচ দিনত

উত্তৰঃ (৩) চৈধ্য দিনত

(১০) জয়মতী মৃত্যু পিছত গদাপাণিয়ে কি নাম লৈ আহোম ৰাজপাটত বহিছিল ।

(১) গদাধৰ সিংহ

(২) চুহুংমুং

(৩) পুৰন্দৰ সিংহ

(৪) যোগেশ্বৰ সিংহ

উত্তৰঃ (১) গদাধৰ সিংহ

১১। ৰুদ্ৰসিংহ প্ৰকৃত নাম কি আছিল।

(১) লেছাই

(২) চুকাফা

(৩) লাই

(৪) গদাপাণি

উত্তৰঃ  (৩) লাই

১২। জয়সাগৰত পুখুৰী কোনে খন্দাইছিল।

(১) গদাপাণিয়ে

(২) ৰুদ্ৰসিংহই

(৩) লেছাই

(৪) লাই

উত্তৰঃ (২) ৰুদ্ৰসিংহই

১৩। জয়সাগৰত খন্দা  পুখুৰীতে নাম কি আছিল?

(১) জয়সাগৰ

(২) দীঘলী পুখুৰী

(৩) পোতা পুখুৰী

(৪) লেতেকু পুখুৰী

উত্তৰঃ (১) জয়সাগৰ

১৪। জয়সাগৰ পুখুৰী পাৰত কি বনাইছিল ।

(১) শিৱদৌল

(২) বিষ্ণদৌল

(৩) জয়দৌল

(৪) দেৱীদৌল

উত্তৰঃ (৩) জয়দৌল

১৫। জয়দৌল কোনে বনাইছিল।

(১) ৰুদ্ৰসিংহই

(২) লেছাই

(৩) গদাপাণিয়ে

(৪) আহোমৰ ৰজাই

উত্তৰঃ (১) ৰুদ্ৰসিংহই