৩।পানী 

 

 ১) পানী এটা বিশেষ গুণ ? 

ক) পানীত বহুত বস্তু থাকে

খ) পানী বহুত বস্তু পমে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) পানী বহুত বস্তু পমে


২) মৌ,নেমুৰ বস এলক হ ,ল কি পদাৰ্থ 

ক) পনীয়া

খ) জুলিয়া

গ) শুকান

Ans: খ) জুলিয়া


৩) বৰষুণৰ এভাগ পানী ক'ত সোমাই ?

ক) ঘৰৰ ভিতৰত

খ) মাটিত ভিতৰত

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) মাটিত ভিতৰত


৪) পানী আমি ক ৰ পৰা পাঁও ?

ক) মাটিৰ পৰা

খ) নদী পৰা

গ) বৰষুণৰ পৰা

Ans: ক) মাটিৰ পৰা


 ৫) পৰিস্কাৰপানী কৰ পৰা পোৱা যায় ?

ক) বৰষুণৰ

খ) সাগৰ

গ) মাটি

Ans: গ) মাটি


৬) পানীত কি কি মিহল হৈ থাকে ?

ক) বোকা আৰু শিল

খ) বায়ু আৰু বতাহ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বায়ু আৰু বতাহ


৭) খাল , ডোং, পুখুৰী আদিৰ বিশুদ্ধ ?

ক) হয়

খ) নহয়

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) নহয়


৮) আমি কি পানী খাব লাগে ?

ক) বিশুদ্ধ পানী

খ) পৰিস্কাৰ পানী

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) পৰিস্কাৰ পানী


৯) মাটিৰ পৰা আমি পৰিস্কাৰ পানী খাবলৈ কি কি ব্যৱহাৰ কৰিব লাগে ?

ক) দমকল, কোঁৱা আদি

খ) পুখুৰি, তিপ কল ,

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: ক) দমকল, কোঁৱা আদি


১০) পানী বিভিন্ন ধৰণৰ থাকে ?

ক) আইৰণ পানী আৰু বিজাণু পানী

খ) লেতেৰা পানী

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) আইৰণ পানী আৰু বিজাণু পানী