৬ বতৰৰ কথা


১) সূৰ্যৰ ভিতৰত কেইটা ৰং আছে ?

ক) ৯ টা

খ) ১০ টা

গ) ৭ টা

Ans: গ) ৭ টা


২) আমাৰ চাৰিওফালে কি থাকে ?

ক) পানী

খ) বায়ু

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) বায়ু


৩) সাগৰৰন ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৈৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয় ?

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) শুদ্ধ


৪) গছ- গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইত বতৰ আন ঠাইতকৈ একেই 

ক) শুদ্ধ

খ) অশুদ্ধ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) অশুদ্ধ


৫) বায়ু পৃথিৱীৰ ক ত থাকে 

ক) তলত থাকে

খ) ওপতৰ থাকে

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) ওপতৰ থাকে


৬) কিমান কিল মিটাৰ ওপৰলৈ বায়ু আছে ?

ক) আঠশ

খ) ছশ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ছশ


৭) অক্সইড নামৰ কেইবিধ গেছৰ পৰিমান কেইটা ?

ক) ৩ টা

খ) ৪ টা

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) ৩ টা


৮) ভাপ বোৰ জমাহৈ কি হৈ যায় ?

ক) ডাৱৰ বা মেঘ

খ) বৰষুণ বা শিল

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) ডাৱৰ বা মেঘ


৯) পাতল মেঘৰ বৰণ কি ৰং হয় ?

ক) কলা

খ) বগা

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: খ) বগা


১০) বতৰৰ লগত মানুহৰ ওচৰ সম্পৰ্ক কেইটা ?

ক) ৫ টা

খ) ৪ টা

গ) ৩ টা

Ans: গ) ৩ টা