৭ আকাশৰ কথা


১) আকাশৰ সকলো উজ্জল বস্তু কে কি বুলি কোৱা হয় ?

ক) পোহৰ

খ) জ্যোতিস্ক

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) জ্যোতিস্ক


২) তৰাৰ আন এটা নাম কি ?

ক) পোহৰ

খ) নক্ষত্ৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) নক্ষত্ৰ


৩) আমাৰ আটাইতডকৈ ওচৰত থকা তৰাটো হ ল ?

ক) পপিয়া তৰা

খ) সূৰ্য্য

গ) তৰা

Ans: খ) সূৰ্য্য


৪) নিজাৰ পোহৰ থকা তৰাীটো কি ?

ক) নক্ষত্ৰ

খ) তৰা

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) নক্ষত্ৰ


৫) কি গ্ৰহৰ নিজাৰ পোহৰ নাই ?

ক) উপ গ্ৰহৰ

খ) সূৰ্য্য

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: ক) উপ গ্ৰহৰ


৬) ওপৰলৈ চালে চাৰিওফালে যি দেখা যায় ?

ক) গছ-গছনি

খ) আকাশ

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) আকাশ


৭) সূৰ্য্য গোটেই বোৰ গ্ৰহ উপগ্ৰহ একে লগে  কি বুলি কোৱা হয় ?

ক) নক্ষত্ৰ

খ)  সৌৰজগত

গ) ইয়াৰ ভিতৰত এটাীও নহয়

Ans: খ)  সৌৰজগত


৮) আমাৰ পৰা সূৰ্য্য দূৰত্ব েপ্ৰায় ?

ক) ১৬ কোটি

খ) ১৫ কোটি

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) ১৫ কোটি


৯) সূৰ্য্যটো পৃথিৱীতকৈ প্ৰায় কিমান গুণ ডাঙৰ ?

ক) ১০৮ গুণ

খ) ১০৯ গুণ

গ) ইয়াৰ ভিতৰত এটাও নহয়

 Ans: খ) ১০৯ গুণ


১০) আমাৰ চাৰিও ফালে কেইটা গ্ৰহ ঘূৰি থাকে ?

ক) ৭ টা

খ) ৮টা

গ) ইয়াৰ ভিতৰত এটাও নহয়

Ans: খ) ৮টা