১) মানুহ কি প্ৰাণী ? 

ক) সামাজিক প্ৰাণী

খ) স্তন্যপায়ী প্ৰাণী

গ) বিলুপ্ত প্ৰাণী

ঘ) উভচৰ প্ৰাণী

Ans- ক) সামাজিক প্ৰাণী

২) মানুহে কি পাতি বাস কৰে ? 

ক) সমাজ পাতি বাস কৰে

খ) গোট বান্ধি বাস কৰে

গ)  জুম বান্ধি বাস কৰে

ঘ) ওপৰৰ এটাও নহয়

Ans- ক) সমাজ পাতি বাস কৰে

৩) পৰম্পৰাগতভাৱে যি নিয়ম চলা হৈছে সেয়ে আমাৰ কি ?  

ক) আচাৰ - ব্যবহৰ

খ) আচাৰ - আচৰন

গ) ৰীতি-নীতি

ঘ)  ওপৰৰ এটাও নহয়

Ans- গ) ৰীতি-নীতি

৪) কাতি বিহুত পথাৰত কি কৰিব লাগে ? 

ক) ধান পেলাৱ লাগে

খ) চাকি - বন্তি জ্ৱলাৱ লাগে

গ) মেজি জ্বলাৱ লাগে

ঘ) ওপৰৰ এটাও নহয়

Ans- খ) চাকি - বন্তি জ্ৱলাৱ লাগে

৫) মাঘৰ বিহুত কি কৰা হয় ? 

ক) চাকি - বন্তি জ্বলোৱা হয়

খ) হুচৰি গোৱা হয়

গ) নাম গোৱা হয়

ঘ) মেজি জ্বলোৱা হয়

Ans- ঘ) মেজি জ্বলোৱা হয়

৬) বহাগ বিহুত কি কৰা হয় ? 

ক) নাম গোৱা হয়

খ) গৰুক গা ধুৱাই

গ) মেজি জুলোৱা হয়

ঘ) চাকি - বন্তি জ্বলোৱা হয়

Ans- খ) গৰুক গা ধুৱাই

৭) বড়ো মহিলাসকলে কি কাপোৰ পৰিধান কৰে ?

ক) চাদৰ - মেখেলা

খ) দখনা

গ) ৰিফান কান্দুং

ঘ) এগে - গাছৰ পিন্ধে

Ans- খ) দখনা

৮) ৰাভা মহিলা সকলে কি কাপোৰ পৰিধান কৰে ? 

ক) ৰিগু ৰিজামম্ফাই পিন্ধে

খ) দখনা পিন্ধে

গ) ৰিফান কান্দুং পিন্ধে

ঘ) চাদৰ - মেখেলা পিন্ধে

Ans- গ) ৰিফান কান্দুং পিন্ধে

9) সমাজ পাতি থাকিবৰ কাৰণে আমাক কিহৰ প্ৰযোজন হয়? 

ক) কাজিয়াৰ প্ৰয়োজন

খ) শৃংখলাৰ প্ৰযেজন

গ) প্ৰাৰ্থনা  প্ৰয়োজন

ঘ) ওপৰৰ এটাও নহয়

 Ans- খ) শৃংখলাৰ প্ৰযেজন

১০) পাছলৈ লাজ ঢাকিবলৈ কি পৰিধান কৰিছিল  ? 

ক) কাপোৰ

খ) গছৰ বাকলি

গ) কাৰ্পেট

ঘ) ওপৰৰ এটাও নহয়

Ans- খ) গছৰ বাকলি