১) কোনো বস্তুৰ দীঘ, পুতল, ওজন, শীতলতা, তাপ আদি জুৰি চাবৰৰ কাৰণে ব্যৱহাৰ কৰা নিৰ্দিষ্ট এককযুক্ত সঁজুলিক কি বুলি কোৱা হয়?

i) ওজন

ii) মিটাৰ

iii) স্কেল

Ans- iii) স্কেল

২) আমি জ্বৰ জুখিবলৈ ব্যৱহাৰ কৰা মিটাৰ টো নাম কি?

i) বেৰ মিটাৰ

ii) থাৰ্ম মিটাৰ

iii) চেণ্টিমিটাৰ

Ans- ii) থাৰ্ম মিটাৰ

৩) বতৰ চাবলৈ ব্যৱহাৰ কৰা মিটাৰ টো নাম কি?

i) বেৰ মিটাৰ

ii) দগা - পাল্লা

iii) থাৰ্ম মিটাৰ

Ans- i) বেৰ মিটাৰ

৪) স্কেলত থকা সৰু সৰু দাগৰ একোটা ভাগক কি বুলি কোৱা হয়?

i) চেণ্টি়মিটাৰ

ii) মিলিমিটাৰ

iii) কিলোমিটাৰ

Ans- ii) মিলিমিটাৰ

৫) স্কেলত থকা সৰু সৰু দহোটা ভাগক কিমান চেণ্টিমিটাৰ বুলি কোৱা হয়?

i) ১০ চেণ্টিমিটাৰ

ii) ১ চেণ্টিমিটাৰ

iii) ৫ চেণ্টিমিটাৰ

Ans- ii) ১ চেণ্টিমিটাৰ

৬) পৃথিৱীৰ উপৰিভাগত অৱস্থিতি চিনি  উলিয়াবলৈ  যি চিত্ৰ ব্যৱহাৰ কৰে তাক কি বুলি কোৱা হয়?

i) স্কেল

ii) মানচিত্ৰ

iii) নক্সা

Ans- ii) মানচিত্ৰ

৭) বস্তু-বাহিনি  জুখিবলৈ কি ব্যৱহাৰ কৰা হয়?

i) স্কেল

ii) চেণ্টিমিটাৰ

iii) দগা-পাল্লা

Ans- iii) দগা-পাল্লা

৮) কোনো এটা বস্তুৰ হুবহু ৰুপটো আকিঁ দেখুওৱাকে কি বোলা হয়?

i) নক্সা

ii) ছবি

iii) মানচিত্ৰ

Ans- ii) ছবি