১) কোনো বস্তুৰ দীঘ, পুতল, ওজন, শীতলতা, তাপ আদি জুৰি চাবৰৰ কাৰণে ব্যৱহাৰ কৰা নিৰ্দিষ্ট এককযুক্ত সঁজুলিক কি বুলি কোৱা হয়?
i) ওজন
ii) মিটাৰ
iii) স্কেল
Ans- iii) স্কেল
২) আমি জ্বৰ জুখিবলৈ ব্যৱহাৰ কৰা মিটাৰ টো নাম কি?
i) বেৰ মিটাৰ
ii) থাৰ্ম মিটাৰ
iii) চেণ্টিমিটাৰ
Ans- ii) থাৰ্ম মিটাৰ
৩) বতৰ চাবলৈ ব্যৱহাৰ কৰা মিটাৰ টো নাম কি?
i) বেৰ মিটাৰ
ii) দগা - পাল্লা
iii) থাৰ্ম মিটাৰ
Ans- i) বেৰ মিটাৰ
৪) স্কেলত থকা সৰু সৰু দাগৰ একোটা ভাগক কি বুলি কোৱা হয়?
i) চেণ্টি়মিটাৰ
ii) মিলিমিটাৰ
iii) কিলোমিটাৰ
Ans- ii) মিলিমিটাৰ
৫) স্কেলত থকা সৰু সৰু দহোটা ভাগক কিমান চেণ্টিমিটাৰ বুলি কোৱা হয়?
i) ১০ চেণ্টিমিটাৰ
ii) ১ চেণ্টিমিটাৰ
iii) ৫ চেণ্টিমিটাৰ
Ans- ii) ১ চেণ্টিমিটাৰ
৬) পৃথিৱীৰ উপৰিভাগত অৱস্থিতি চিনি উলিয়াবলৈ যি চিত্ৰ ব্যৱহাৰ কৰে তাক কি বুলি কোৱা হয়?
i) স্কেল
ii) মানচিত্ৰ
iii) নক্সা
Ans- ii) মানচিত্ৰ
৭) বস্তু-বাহিনি জুখিবলৈ কি ব্যৱহাৰ কৰা হয়?
i) স্কেল
ii) চেণ্টিমিটাৰ
iii) দগা-পাল্লা
Ans- iii) দগা-পাল্লা
৮) কোনো এটা বস্তুৰ হুবহু ৰুপটো আকিঁ দেখুওৱাকে কি বোলা হয়?
i) নক্সা
ii) ছবি
iii) মানচিত্ৰ
Ans- ii) ছবি