১) আমাৰ দেশ খনৰ নাম কি?
i) শোণিতপুৰ
ii) ভাৰতবৰ্ষ
iii) ভাৰতীয়
Ans- ii) ভাৰতবৰ্ষ
২) ভাৰতীয় সভ্যতা কমেও কিমাণ বছৰৰ পুৰণি ?
i) ছয় হেজাৰ বছৰৰ
ii) আঠ হেজাৰ বছৰৰ
iii) পাঁচ হেজাৰ বছৰৰ
Ans- iii) পাঁচ হেজাৰ বছৰৰ
৩) বিশ্বৰ প্ৰথম পুথি "ঋকবেদ" ক'ত ৰচিত হৈছিল?
i) ভাৰতবৰ্ষত
ii) অষ্টেলিয়াত
iii) অন্য দেশত
Ans- i) ভাৰতবৰ্ষত
৪) ইংৰাজ সকলে কিমান বছৰ ধৰি ভাৰতবৰ্ষত শাসন চলাইচিল?
i) চাৰিশ বছৰ
ii) দুশ বছৰ
iii) এশ বছৰ
Ans- ii) দুশ বছৰ
৫) লক্ষ লক্ষ লোকে ইংৰাজক খেদিবলৈ যুজ কৰিছিল আৰু সেই সকলক কি বুলি কোৱা হয?
i) সংগ্ৰামী
ii) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী
iii) স্বাধীনতা
Ans- ii) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী
৬) প্ৰথম স্বাধীনতা সংগ্ৰাম কেতিয়া আৰম্ভ হৈছিল?
i) ১৫৭৬
ii) ১৮৫৭
iii) ১৯৪৭
Ans- ii) ১৮৫৭
৭) স্বাধীনতা সংগ্ৰাম প্ৰায় কিমাণ বছৰৰ ধৰি চলিছিল ?
i) ১০০ বছৰ
ii) ৯০ বছৰ
iii) ৯৯ বছৰ
Ans- ii) ৯০ বছৰ
৮) ভাৰতবৰ্ষয়ে কিমাণ চনত স্বাধীনতা লাভ কৰিছিল?
i) ১৪৭৬ চনৰ ১৪ আগষ্টত
ii) ১৯৪৫ চনৰ ১৫ আগষ্টত
iii) ১৯৪৭ চনৰ ১৫ আগষ্টত
Ans- iii) ১৯৪৭ চনৰ ১৫ আগষ্টত
৯) ভাৰতৰ সংবিধানখন কেতিয়া পৰা প্ৰচলন হৈছে?
i) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা
ii) ১৯৪৯ চনৰ ২৫ জানুৱাৰীৰ পৰা
iii) ১৯৫০ চনৰ ২০ জানুৱাৰীৰ পৰা
Ans- i) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা
১০) ভাৰতবৰ্ষত গণৰাজ্য দিৱশ কেতিয়া পালন কৰা হয়?
*
i) ৩০ জানুৱাৰীৰ
ii) ২০ জানুৱাৰীৰ
iii) ২৬ জানুৱাৰীৰ
Ans- iii) ২৬ জানুৱাৰীৰ