১) আমাৰ দেশ খনৰ নাম কি?

i) শোণিতপুৰ

ii) ভাৰতবৰ্ষ

iii) ভাৰতীয়

Ans- ii) ভাৰতবৰ্ষ

২) ভাৰতীয় সভ্যতা কমেও  কিমাণ বছৰৰ পুৰণি ?

i) ছয় হেজাৰ বছৰৰ

ii) আঠ হেজাৰ বছৰৰ

iii) পাঁচ হেজাৰ বছৰৰ

Ans- iii) পাঁচ হেজাৰ বছৰৰ

৩)  বিশ্বৰ প্ৰথম পুথি "ঋকবেদ" ক'ত ৰচিত হৈছিল?

i) ভাৰতবৰ্ষত

ii) অষ্টেলিয়াত

iii) অন্য দেশত

Ans- i) ভাৰতবৰ্ষত

৪) ইংৰাজ সকলে কিমান বছৰ ধৰি ভাৰতবৰ্ষত  শাসন চলাইচিল?

i) চাৰিশ বছৰ

ii) দুশ বছৰ

iii) এশ বছৰ

Ans- ii) দুশ বছৰ

৫) লক্ষ লক্ষ লোকে ইংৰাজক খেদিবলৈ যুজ কৰিছিল আৰু সেই সকলক কি বুলি কোৱা হয?  

i) সংগ্ৰামী

ii) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী

iii) স্বাধীনতা

Ans- ii) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী

৬) প্ৰথম স্বাধীনতা সংগ্ৰাম কেতিয়া আৰম্ভ হৈছিল?

i) ১৫৭৬

ii) ১৮৫৭

iii) ১৯৪৭

Ans- ii) ১৮৫৭

৭) স্বাধীনতা সংগ্ৰাম প্ৰায় কিমাণ বছৰৰ ধৰি চলিছিল ?

i) ১০০ বছৰ

ii) ৯০ বছৰ

iii) ৯৯ বছৰ

Ans- ii) ৯০ বছৰ

৮) ভাৰতবৰ্ষয়ে কিমাণ চনত স্বাধীনতা লাভ কৰিছিল?

i) ১৪৭৬ চনৰ ১৪ আগষ্টত

ii) ১৯৪৫ চনৰ ১৫ আগষ্টত

iii) ১৯৪৭ চনৰ ১৫ আগষ্টত

Ans- iii) ১৯৪৭ চনৰ ১৫ আগষ্টত

৯) ভাৰতৰ সংবিধানখন কেতিয়া পৰা প্ৰচলন হৈছে?

i) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা

ii) ১৯৪৯ চনৰ ২৫ জানুৱাৰীৰ পৰা

iii) ১৯৫০ চনৰ ২০ জানুৱাৰীৰ পৰা

 Ans- i) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা

১০) ভাৰতবৰ্ষত গণৰাজ্য দিৱশ কেতিয়া পালন কৰা হয়?

*

i) ৩০ জানুৱাৰীৰ

ii) ২০ জানুৱাৰীৰ

iii) ২৬ জানুৱাৰীৰ

Ans- iii) ২৬ জানুৱাৰীৰ