১) অতি পুৰণি কালত আমাৰ অসমৰ নাম কি আছিল?
i) ভাৰত
ii) প্ৰাগজ্যোতিষপুৰ
iii) অসম
Ans- ii) প্ৰাগজ্যোতিষপুৰ
২) মহাৰাজ নৰকাসুৰৰ দিনত অসমৰ নাম কি ৰখা হয়?
i) প্ৰাগজ্যোতিষপুৰ
ii) কামৰূপ
iii) ভাৰত
Ans-ii) কামৰূপ
৩) কামদেৱৰ পত্নী নাম কি আছিল?
i) ৰতি দেৱী
ii) মতি দেৱী
iii) ৰিমা দেৱী
Ans-i) ৰতি দেৱী
৪) আহোমসকলে আমাৰ ৰাজ্যখন কিমান খ্ৰীষ্টাব্দৰ পৰা ৰাজত্ব কৰিছিল?
i) ১২৩৩ পৰা ১৫৬৭ খ্ৰীষ্টাব্দৰলৈ
ii) ১৪৫৫ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ
iii) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ
Ans-iii) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ
৫) অসম ভাৰতবৰ্ষৰ ক'ত অৱস্থিত?
i) উত্তৰ - পূব কোণত
ii) দশিন
iii) পশ্চিম
Ans-i) উত্তৰ - পূব কোণত
৬) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
i) ৩,১১,৬৯,২৭৫জন
ii) ৩,৫৬,৭৮,২৭২ জন
iii) ৩,১১,৬৯,২৭২ জন
Ans-iii) ৩,১১,৬৯,২৭২ জন
৭) বৰ্তমান অসমত কিমান ন জিলা আছে?
i) ৩০ খন
ii) ৩৫ খন
iii) ৩৩ খন
Ans-iii) ৩৩ খন
৮) অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন?
i) মৰিগাঁও
ii) তেজপুৰ
iii) নগাওঁ
Ans-iii) নগাওঁ
৯) অসম ৰাজ্যখন কি পৰ্বত-পাহাৰেৰে ভৰা ?
i) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি
ii) ভৈৰৱ চুড়া পাহাৰেৰে
iii) বৰাইল পাহাৰেৰ
Ans-i) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি
১০) অসমত প্ৰাকৃতিকভাৱে জিলাসমূহ ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান খন?
i) ৩০ খন
ii) ২৭ খন
iii) ২৮ খন
Ans-ii) ২৭ খন