১) অতি পুৰণি কালত আমাৰ অসমৰ নাম কি আছিল?

i) ভাৰত

ii) প্ৰাগজ্যোতিষপুৰ

iii) অসম

Ans- ii) প্ৰাগজ্যোতিষপুৰ

২) মহাৰাজ নৰকাসুৰৰ দিনত অসমৰ নাম কি ৰখা হয়?

i) প্ৰাগজ্যোতিষপুৰ

ii) কামৰূপ

iii) ভাৰত

Ans-ii) কামৰূপ

৩) কামদেৱৰ পত্নী নাম কি আছিল?

i) ৰতি দেৱী

ii) মতি দেৱী

iii) ৰিমা দেৱী

Ans-i) ৰতি দেৱী

৪) আহোমসকলে আমাৰ ৰাজ্যখন কিমান খ্ৰীষ্টাব্দৰ পৰা ৰাজত্ব কৰিছিল?

i) ১২৩৩ পৰা  ১৫৬৭ খ্ৰীষ্টাব্দৰলৈ

ii) ১৪৫৫ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ

iii) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ

Ans-iii) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ

৫) অসম ভাৰতবৰ্ষৰ ক'ত অৱস্থিত?

i) উত্তৰ - পূব কোণত

ii) দশিন

iii) পশ্চিম

Ans-i) উত্তৰ - পূব কোণত

৬) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?

i) ৩,১১,৬৯,২৭৫জন

ii) ৩,৫৬,৭৮,২৭২ জন

iii) ৩,১১,৬৯,২৭২  জন

Ans-iii) ৩,১১,৬৯,২৭২  জন

৭) বৰ্তমান অসমত কিমান ন জিলা আছে?

i) ৩০ খন

ii) ৩৫ খন

iii) ৩৩ খন

Ans-iii) ৩৩ খন

৮) অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন?

i) মৰিগাঁও

ii) তেজপুৰ

iii) নগাওঁ

Ans-iii) নগাওঁ

৯) অসম ৰাজ্যখন কি পৰ্বত-পাহাৰেৰে ভৰা ?

i) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি

ii) ভৈৰৱ চুড়া পাহাৰেৰে

iii) বৰাইল পাহাৰেৰ

 Ans-i) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি

১০) অসমত প্ৰাকৃতিকভাৱে জিলাসমূহ ব্ৰহ্মপুত্ৰ  উপত্যকাত কিমান খন?

i) ৩০ খন

ii) ২৭ খন

iii) ২৮ খন

Ans-ii) ২৭ খন