১) ধুবুৰি নামতো কিহৰ পৰা উৎপত্তি হয়?

i) নেতাই ধুবুনীৰ নামৰ পৰা

ii) নেতাৰ নামৰ পৰা

iii) পশ্চিমবংগ নামৰ পৰা

Ans-i) নেতাই ধুবুনীৰ নামৰ পৰা

২) ধুবুৰি চাৰিসিমাত কি কি জিলা আছে?

i) মৰিগাঁও, নগাওঁ, চিৰাং

ii) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা

iii) বাকসা , নলবাৰী, দৰং

Ans-ii) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা

৩) ধুবুৰি মহকুমা কি?

i) বিলাসীপাৰা

ii) মৰিগাঁও

iii) নগাওঁ

Ans-i) বিলাসীপাৰা

৪) ধুবুৰিত জনসংখ্যা কিমান?

i) ১৯,৫৫,৬৩২

ii) ১৯,৪৮,৬৩০

iii) ১৯,৪৮,৬৩২

Ans-iii) ১৯,৪৮,৬৩২

৫) ধুবুৰি প্ৰধান উপনৈ কি কি?

i) গৌৰাং , চম্পাৱতী , সোণকোষ

ii) গদাধৰ, গংগাধৰ, সোণকোষ

iii) বৰনদী, বকো , কুলসী

Ans-ii) গদাধৰ, গংগাধৰ, সোণকোষ

৬) ধুবুৰি প্ৰধান পাহাৰ কি কি?

i) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা

ii) শ্ৰীসূৰ্য,  ৰাক্ষসিনী, পাগলাৰটেক

iii) টোকোৰাবন্ধা, শ্ৰীসূৰ্য, পাগলাৰটেক

Ans-i) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা

৭) ধুবুৰি ৰে'ল  ষ্টেছন সমূহ কি কি ?

i) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি

ii) বাসুগাঁও, চৌতাৰা, গোসাঁইগাঁও

iii) সাপটগ্ৰাম, শ্ৰীৰামপুৰ, ফকিৰাগ্ৰাম

Ans- i) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি

৮) ধুবুৰি প্ৰধান  বিল কি কি?

i) তামৰঙা

ii) দলনি

iii) ধীৰ, দিপুল, ডাকৰা

Ans- iii) ধীৰ, দিপুল, ডাকৰা

৯) ধুবুৰি জাহাজঘাটৰ নাম কি?

i) দলনি

ii) শ্ৰীসূৰ্য

iii) গোলোকগঞ্জ

Ans-  iii) গোলোকগঞ্জ

১০) ধুবুৰিত প্ৰধান শস্য কি কি ?

i) চাউল

ii) সৰিয়হ

iii) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ

Ans-iii) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ