১) ধুবুৰি নামতো কিহৰ পৰা উৎপত্তি হয়?
i) নেতাই ধুবুনীৰ নামৰ পৰা
ii) নেতাৰ নামৰ পৰা
iii) পশ্চিমবংগ নামৰ পৰা
Ans-i) নেতাই ধুবুনীৰ নামৰ পৰা
২) ধুবুৰি চাৰিসিমাত কি কি জিলা আছে?
i) মৰিগাঁও, নগাওঁ, চিৰাং
ii) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা
iii) বাকসা , নলবাৰী, দৰং
Ans-ii) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা
৩) ধুবুৰি মহকুমা কি?
i) বিলাসীপাৰা
ii) মৰিগাঁও
iii) নগাওঁ
Ans-i) বিলাসীপাৰা
৪) ধুবুৰিত জনসংখ্যা কিমান?
i) ১৯,৫৫,৬৩২
ii) ১৯,৪৮,৬৩০
iii) ১৯,৪৮,৬৩২
Ans-iii) ১৯,৪৮,৬৩২
৫) ধুবুৰি প্ৰধান উপনৈ কি কি?
i) গৌৰাং , চম্পাৱতী , সোণকোষ
ii) গদাধৰ, গংগাধৰ, সোণকোষ
iii) বৰনদী, বকো , কুলসী
Ans-ii) গদাধৰ, গংগাধৰ, সোণকোষ
৬) ধুবুৰি প্ৰধান পাহাৰ কি কি?
i) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা
ii) শ্ৰীসূৰ্য, ৰাক্ষসিনী, পাগলাৰটেক
iii) টোকোৰাবন্ধা, শ্ৰীসূৰ্য, পাগলাৰটেক
Ans-i) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা
৭) ধুবুৰি ৰে'ল ষ্টেছন সমূহ কি কি ?
i) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি
ii) বাসুগাঁও, চৌতাৰা, গোসাঁইগাঁও
iii) সাপটগ্ৰাম, শ্ৰীৰামপুৰ, ফকিৰাগ্ৰাম
Ans- i) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি
৮) ধুবুৰি প্ৰধান বিল কি কি?
i) তামৰঙা
ii) দলনি
iii) ধীৰ, দিপুল, ডাকৰা
Ans- iii) ধীৰ, দিপুল, ডাকৰা
৯) ধুবুৰি জাহাজঘাটৰ নাম কি?
i) দলনি
ii) শ্ৰীসূৰ্য
iii) গোলোকগঞ্জ
Ans- iii) গোলোকগঞ্জ
১০) ধুবুৰিত প্ৰধান শস্য কি কি ?
i) চাউল
ii) সৰিয়হ
iii) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ