১) অবিভক্ত কামৰূপ অসমৰ আটাইতকৈ ________ জিলা আছিল?

i) জনবহুল

ii) গাম্য

iii) সৰু

Ans- i) জনবহুল

২) কিমান চনত অসম চৰকাৰে কামৰূপ জিলাক 'কামৰূপ মহানগৰ' আৰু "কামৰূপ" গাম্য এই দুই নামেৰে দুুখন জিলাক ভাগ কৰে ?

i) ২০০৫

ii) ২০১০

iii) ২০০৩

Ans-iii) ২০০৩

৩) কামৰূপ (গাম্য) জিলা চাৰিসীমাত কি কি জিলা আছে?

i) নগাঁও, গোৱালপাৰা, চিৰাং।

ii) বাকসা, নলবাৰী, দৰং।

iii) দৰং , মৰিগাঁও, চিৰাং।

Ans-ii) বাকসা, নলবাৰী, দৰং।

৪) কামৰূপ (গাম্য) জিলা  মাটিকালি  কিমান?

i) ৩০৮৬.৮৪ বৰ্গ

ii) ২১২৩.৬৮ বৰ্গ

iii) ৯৮৭৬.৮৪ বৰ্গ

Ans-i) ৩০৮৬.৮৪ বৰ্গ

৫) কামৰূপ (গাম্য) জিলা জনসংখ্যা কিমান?

i) ১৩,১৭,২০৫ জন

ii) ১৫,৯৮,৫৭৬ জন

iii) ১৫,১৭,২০২ জন

Ans-iii) ১৫,১৭,২০২ জন

৬) কামৰূপ (গাম্য) জিলা সদৰ ঠাই কি?

i) গাম্য

ii) আমিন গাঁও

iii) কামৰূপ

Ans-ii) আমিন গাঁও

৭) কামৰূপ ( গাম্য) জিলা মহকুমা কি?

i) গাম্য, ৰঙিয়া

ii) গুৱাহাতী , কামৰূপ

iii) গুৱাহাতী, ৰঙিয়া

Ans-iii) গুৱাহাতী, ৰঙিয়া

৮) কামৰূপ (গাম্য) জিলা প্ৰধান উপনৈ কি?

i) পুঠিমাৰী, বেঁকি, বৰলীয়া

ii) বুঢ়াদিয়া, পহুমাৰা , বেঁকি

iii) বৰনদী, পুঠিমাৰী, বকো

Ans- iii) বৰনদী, পুঠিমাৰী, বকো

৯) কামৰূপ (গাম্য) জিলা প্ৰধান বিল কি?

i) খামৰঙা।

ii) সাতদলা।

iii) চান্দডুবি, চলচলা, সাতদল আদি

 Ans-iii) চান্দডুবি, চলচলা, সাতদল আদি

১০) কামৰূপ জিলা মাজেৰে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ  গৈছে?

i) ৩২ নং ৩৭ নং ৫৫ নং

ii) ৩১ নং , ৩৭ নং , ৫২ নং

iii) ৩৩ নং , ৩৫ নং , ৫২ নং

Ans-ii) ৩১ নং , ৩৭ নং , ৫২ নং