১) অবিভক্ত কামৰূপ অসমৰ আটাইতকৈ ________ জিলা আছিল?
i) জনবহুল
ii) গাম্য
iii) সৰু
Ans- i) জনবহুল
২) কিমান চনত অসম চৰকাৰে কামৰূপ জিলাক 'কামৰূপ মহানগৰ' আৰু "কামৰূপ" গাম্য এই দুই নামেৰে দুুখন জিলাক ভাগ কৰে ?
i) ২০০৫
ii) ২০১০
iii) ২০০৩
Ans-iii) ২০০৩
৩) কামৰূপ (গাম্য) জিলা চাৰিসীমাত কি কি জিলা আছে?
i) নগাঁও, গোৱালপাৰা, চিৰাং।
ii) বাকসা, নলবাৰী, দৰং।
iii) দৰং , মৰিগাঁও, চিৰাং।
Ans-ii) বাকসা, নলবাৰী, দৰং।
৪) কামৰূপ (গাম্য) জিলা মাটিকালি কিমান?
i) ৩০৮৬.৮৪ বৰ্গ
ii) ২১২৩.৬৮ বৰ্গ
iii) ৯৮৭৬.৮৪ বৰ্গ
Ans-i) ৩০৮৬.৮৪ বৰ্গ
৫) কামৰূপ (গাম্য) জিলা জনসংখ্যা কিমান?
i) ১৩,১৭,২০৫ জন
ii) ১৫,৯৮,৫৭৬ জন
iii) ১৫,১৭,২০২ জন
Ans-iii) ১৫,১৭,২০২ জন
৬) কামৰূপ (গাম্য) জিলা সদৰ ঠাই কি?
i) গাম্য
ii) আমিন গাঁও
iii) কামৰূপ
Ans-ii) আমিন গাঁও
৭) কামৰূপ ( গাম্য) জিলা মহকুমা কি?
i) গাম্য, ৰঙিয়া
ii) গুৱাহাতী , কামৰূপ
iii) গুৱাহাতী, ৰঙিয়া
Ans-iii) গুৱাহাতী, ৰঙিয়া
৮) কামৰূপ (গাম্য) জিলা প্ৰধান উপনৈ কি?
i) পুঠিমাৰী, বেঁকি, বৰলীয়া
ii) বুঢ়াদিয়া, পহুমাৰা , বেঁকি
iii) বৰনদী, পুঠিমাৰী, বকো
Ans- iii) বৰনদী, পুঠিমাৰী, বকো
৯) কামৰূপ (গাম্য) জিলা প্ৰধান বিল কি?
i) খামৰঙা।
ii) সাতদলা।
iii) চান্দডুবি, চলচলা, সাতদল আদি
Ans-iii) চান্দডুবি, চলচলা, সাতদল আদি
১০) কামৰূপ জিলা মাজেৰে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে?
i) ৩২ নং ৩৭ নং ৫৫ নং
ii) ৩১ নং , ৩৭ নং , ৫২ নং
iii) ৩৩ নং , ৩৫ নং , ৫২ নং