১) বিবিন্ন জাতি - জনজাতি আৰু সকলো সম্প্ৰদায়ে লোকে একেলগে কি জাতি বুলি কোৱা হয় ?
ক) মুছলিম জাতি
খ) মিছিং জাতি
গ) অসমীয়া জাতি
ঘ) ৰাভা জাতি
Ans-গ) অসমীয়া জাতি
২) আমি পালন কৰা উৎসৱসমুহ কিহৰ লগত জড়িত ?
ক) খেলৰ লগত জড়িত
খ) গানৰ লগত জড়িত
গ) কৃষিৰ লগত জড়িত
ঘ) ব্যবসায়ৰ লগত জড়িত
Ans-গ) কৃষিৰ লগত জড়িত
৩) আন কিছুমান উৎসৱ কিহৰ লগত জড়িত ?
ক) গানৰ লগত জড়িত
খ) ধৰ্ম লগত জড়িত
গ) কৃষিৰ লগত জড়িত
ঘ) ব্যৱসায়ৰ লগত জড়িত
Ans-খ) ধৰ্ম লগত জড়িত
ক) ধৰ্ম লগত জড়িত
খ) গানৰ জগত জড়িত
গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত
ঘ) কৃষিৰ লগত জড়িত
Ans-গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত
৫) অসমত সকলো জাতি - ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰা প্ৰধান উৎসৱ টো কি ?
ক) ঈদ
খ) দুৰ্গা পুজা
গ) বিহু
ঘ) বাথৌ পুজা
Ans-গ) বিহু
৬) উৎসৱে আমাৰ মনত কি দিয়ে ?
ক) দুখ দিয়ে
খ) আনন্দ দিয়ে
গ) আঘাত দিয়ে
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) আনন্দ দিয়ে
৭) গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ?
ক) ২৫ জানুবাৰী
খ) ২৬ জানুবাৰী
গ) ১৫ আগষ্ট
ঘ) ২ জানুবাৰী
Ans-গ) ১৫ আগষ্ট
৮) স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় ?
ক) ২৬ জানুবাৰী
খ) ১৫ আগষ্ট
গ) ২ জানুবাৰী
ঘ) ২৫ জানুবাৰী
Ans-খ) ১৫ আগষ্ট
৯) গান্ধী জয়ন্তী কিমান তাৰিখে পালন কৰা হয় ?
ক) ২ অক্টোবৰ
খ) ৫ অক্টোবৰ
গ) ১৫ আগষ্ট
ঘ) ২৬ জানুবাৰী
Ans-ক) ২ অক্টোবৰ
১০) শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয় ?
ক) ৫ ছেপ্টেম্বৰ
খ) ২৪ জানুবাৰী
গ) ২৬ জানুবাৰী
ঘ) ১৫ আগষ্ট
0 Comments