১) বিবিন্ন জাতি - জনজাতি আৰু সকলো সম্প্ৰদায়ে লোকে একেলগে কি জাতি বুলি কোৱা হয় ? 

ক) মুছলিম জাতি

খ) মিছিং জাতি

গ) অসমীয়া জাতি

ঘ) ৰাভা জাতি

Ans-গ) অসমীয়া জাতি

২) আমি পালন কৰা উৎসৱসমুহ কিহৰ লগত জড়িত ? 

ক) খেলৰ লগত জড়িত

খ) গানৰ লগত জড়িত

গ) কৃষিৰ লগত জড়িত

ঘ) ব্যবসায়ৰ লগত জড়িত

Ans-গ) কৃষিৰ লগত জড়িত

৩) আন কিছুমান উৎসৱ কিহৰ লগত জড়িত ? 

ক) গানৰ লগত জড়িত

খ) ধৰ্ম লগত জড়িত

গ) কৃষিৰ লগত জড়িত

ঘ) ব্যৱসায়ৰ লগত জড়িত

Ans-খ) ধৰ্ম লগত জড়িত

৪) আকৌ আন কিছুমান উৎসৱ কিহৰ জগত জড়িত ? 

ক) ধৰ্ম লগত জড়িত

খ) গানৰ জগত জড়িত

গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত

ঘ) কৃষিৰ লগত জড়িত

Ans-গ) মহৎ লোকৰ জন্ম আৰু মৃত্যু তিথিৰ লগত জড়িত

৫) অসমত সকলো জাতি - ধৰ্ম নিৰ্বিশেষে সকলোৱে পালন কৰা প্ৰধান উৎসৱ টো কি ? 

ক) ঈদ

খ) দুৰ্গা পুজা

গ) বিহু

ঘ) বাথৌ পুজা

Ans-গ) বিহু

৬) উৎসৱে আমাৰ মনত কি দিয়ে ? 

ক) দুখ দিয়ে

খ) আনন্দ দিয়ে

গ) আঘাত দিয়ে

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) আনন্দ দিয়ে

৭) গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

ক) ২৫ জানুবাৰী

খ) ২৬ জানুবাৰী

গ) ১৫ আগষ্ট

ঘ) ২ জানুবাৰী

Ans-গ) ১৫ আগষ্ট

৮) স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

ক)  ২৬ জানুবাৰী

খ) ১৫ আগষ্ট

গ) ২ জানুবাৰী

ঘ) ২৫ জানুবাৰী

Ans-খ) ১৫ আগষ্ট

৯) গান্ধী জয়ন্তী কিমান তাৰিখে পালন কৰা হয় ? 

ক)  ২ অক্টোবৰ

খ) ৫ অক্টোবৰ

গ) ১৫ আগষ্ট

ঘ) ২৬ জানুবাৰী

 Ans-ক)  ২ অক্টোবৰ

১০) শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয়  ? 

ক) ৫ ছেপ্টেম্বৰ

খ) ২৪ জানুবাৰী

গ) ২৬ জানুবাৰী

ঘ) ১৫ আগষ্ট

Ans-ক) ৫ ছেপ্টেম্বৰ