১)   এঠাইৰ খা - খবৰবোৰ আন ঠাইলৈ পঠিয়াব পৰা ব্যৱস্থটোক কি বোলা হয় ?  

ক) যোগাযোগ ব্যৱস্থা

খ) যাতায়ত ব্যৱস্থা

গ) ইণ্টাৰনেট ব্যৱস্থা

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) যোগাযোগ ব্যৱস্থা

২) পৃথিৱীখন এখন কিহৰ দৰে হৈ গৈছে গৈ ? 

ক) এখন ৰাজ্যৰ দৰে

খ) এখন গাওঁৰ দৰে

গ) এখন জিলাৰ দৰে

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) এখন গাওঁৰ দৰে

৩) কিহৰ জৰিয়তে দেশ - বিদেশৰ মানুহৰ লগত পোনপটীয়া কথা পাতিব পাৰি ?

ক) ডাকসেৱাৰ জৰিয়তে

খ) টেলিফোনৰ জৰিয়তে

গ) ইণ্টাৰনেটৰ জৰিয়তে

ঘ) বাতৰি -কাকতৰ জৰিয়তে

Ans-খ) টেলিফোনৰ জৰিয়তে

৪) ম'বাইল  ফোনৰ অত্যাধিক ব্য়ৱহাৰে শৰীৰৰ কি হব পাৰে? 

ক) বিকাশ কৰিব পাৰে

খ) ক্ষতি কৰিব পাৰে

গ) বৃদ্ধি কৰিব পাৰে

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) ক্ষতি কৰিব পাৰে

৫) বৰ্তমান যুগৰ আটাইতকৈ জনপ্ৰিয় যোগযোগ ব্যৱস্থাটো কি? 

ক) ফেক্স ব্য়ৱস্থা

খ) অনাতাঁৰ ব্যৱস্থা

গ) বাতৰি - কাকত ব্যৱস্থা

ঘ) ইণ্টাৰনেট  ব্যৱস্থা

Ans-গ) বাতৰি - কাকত ব্যৱস্থা

৬) আমাৰ সমাজখন , দেশখন , পৃথিৱীখন , আনকি বিশ্বৰ সকলে খবৰ কত ছপা কৰা হয় ? 

ক) ইণ্টাৰনেটত ছপা কৰা হয়

খ) বাতৰি - কাকতত ছপা কৰা হয়

গ) টেলিভিজনত চপা কৰা  হয়

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) বাতৰি - কাকতত ছপা কৰা হয়

৭) অতি কম সময়তে চিঠি বা দৰকাৰী কাগজ - পএৰ হুবহু প্ৰতিলিপি কি যন্ত্ৰৰ সহায়ত পঠিয়াব পাৰি ?

ক) ফেক্স ৰ সহায়ত

খ) দূৰদৰ্শন ৰ সহায়ত

গ) ইণ্টাৰনেটৰ সহায়ত

ঘ) অনাতাঁৰ সহায়ত

Ans-ক) ফেক্স ৰ সহায়ত

৮)  ইণ্টাৰনেটক আধুনিক যুগৰ কি বুলি কোৱা হয় ? 

ক) যাতায়ত বুলি কোৱা হয়

খ) পুথিভঁৰাল বুলি কোৱা হয়

ঘ) অনাতাঁৰ বুলি কোৱা হয়

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) পুথিভঁৰাল বুলি কোৱা হয়

৯) অসমত কেইপ্ৰকাৰৰ যাতায়ত ব্যৱস্থা আছে ? 

ক) দুই প্ৰকাৰৰ

খ) তিনি প্ৰকাৰৰ

গ) চাৰি প্ৰকাৰৰ

ঘ) পাচঁ প্ৰকাৰৰৰ

Ans-গ) চাৰি প্ৰকাৰৰ

১০) বিভিন্ন অঞ্চলৰ সৰু বৰ আলি কি হৰ অন্তৰ্গত ? 

ক) পঞ্চায়তৰ অন্তৰ্গত

খ) জিলাৰ  অন্তৰ্গত

গ) কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গত

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) পঞ্চায়তৰ অন্তৰ্গত