১) কিহৰ পৰা দৰং নাম টো উৎপত্তি  হয়?

i) ভুটীয়াসকলৰ পৰা

ii) পৰ্বতীয়া অঞ্চলৰ পৰা

iii) 'দ্বাৰম' শব্দৰ পৰা

Ans- iii) 'দ্বাৰম' শব্দৰ পৰা

২) দৰং জিলা চাৰিসীমাত কি কি জিলা আছে?

i) মৰিগাঁও, নগাঁও, গোৱালপাৰা

ii) ওদালগুৰি, শোণিতপুৰ, কামৰূপ মহানগৰ, মৰিগাঁও

iii) ওদালগুৰি, শোণিতপুৰ, গোৱালপাৰা

Ans- ii) ওদালগুৰি, শোণিতপুৰ, কামৰূপ মহানগৰ, মৰিগাঁও

৩) দৰং জিলা সদৰ ঠাই কি?

i) দৰং

ii) গোৱালপাৰা

iii) মঙলদৈ

Ans-iii) মঙলদৈ

৪) দৰং জিলা মাটিকালি কিমান?

i) ১৩৪৫ বৰ্গ কিঃমিঃ

ii) ১৫৮৫ বৰ্গ কিঃমিঃ

iii) ১৬৭৮ বৰ্গ কিঃমিঃ 

Ans-iii) ১৬৭৮ বৰ্গ কিঃমিঃ 

৫) দৰং জিলা জনসংখ্যা কিমান?

i) ৭,৯৯,০৯৮ জন

ii) ৯,৮৯,০৬৭ জন

iii) ৯,০৮,০৯০ জন

Ans-ii) ৯,৮৯,০৬৭ জন

৬) দৰং জিলা প্ৰধান উপনৈ কি কি?

i) বৰনদী, ননৈ,জীয়া বেগা ইত্যাদি।

ii) ডিগাৰু, ভৰলু, মৰা, বশিষ্ঠ ইত্যাদি।

iii) বৰলীয়া, বকো, কুলয়ী, শিংৰা ইত্যাদি।

Ans-i) বৰনদী, ননৈ,জীয়া বেগা ইত্যাদি।

৭) দৰং জিলা প্ৰধান বিল কি কি?

i) খামৰাং, কুকুৰমাৰা , চলচলা আদি।

ii) গৰজান, বৰবিল, ঘগা আদি

iii) দীপৰ আদি

Ans-i) খামৰাং, কুকুৰমাৰা , চলচলা আদি।

৮) দৰং জিলা ৰাষ্ট্ৰীয় পথ কিমান নং?

i) ২৩ নং

ii) ৩১ নং

iii) ৫২ নং

Ans-iii) ৫২ নং

৯) দৰং জিলা প্ৰধান শস্য কি কি ?

i) Option 1

ii) ধান, মাহ, সৰিয়হ, মৰাপাট

iii) মাহ

 Ans-ii) ধান, মাহ, সৰিয়হ, মৰাপাট

১০) দৰং জিলা প্ৰধান ঠাই কি?

i) মঙলদৈ

ii) দৰঙীয়া কলা-সংস্কতিৰ

iii) চাহ বাগিচা

Ans-ii) দৰঙীয়া কলা-সংস্কতিৰ