১) কিহৰ পৰা দৰং নাম টো উৎপত্তি হয়?
i) ভুটীয়াসকলৰ পৰা
ii) পৰ্বতীয়া অঞ্চলৰ পৰা
iii) 'দ্বাৰম' শব্দৰ পৰা
Ans- iii) 'দ্বাৰম' শব্দৰ পৰা
২) দৰং জিলা চাৰিসীমাত কি কি জিলা আছে?
i) মৰিগাঁও, নগাঁও, গোৱালপাৰা
ii) ওদালগুৰি, শোণিতপুৰ, কামৰূপ মহানগৰ, মৰিগাঁও
iii) ওদালগুৰি, শোণিতপুৰ, গোৱালপাৰা
Ans- ii) ওদালগুৰি, শোণিতপুৰ, কামৰূপ মহানগৰ, মৰিগাঁও
৩) দৰং জিলা সদৰ ঠাই কি?
i) দৰং
ii) গোৱালপাৰা
iii) মঙলদৈ
Ans-iii) মঙলদৈ
৪) দৰং জিলা মাটিকালি কিমান?
i) ১৩৪৫ বৰ্গ কিঃমিঃ
ii) ১৫৮৫ বৰ্গ কিঃমিঃ
iii) ১৬৭৮ বৰ্গ কিঃমিঃ
Ans-iii) ১৬৭৮ বৰ্গ কিঃমিঃ
৫) দৰং জিলা জনসংখ্যা কিমান?
i) ৭,৯৯,০৯৮ জন
ii) ৯,৮৯,০৬৭ জন
iii) ৯,০৮,০৯০ জন
Ans-ii) ৯,৮৯,০৬৭ জন
৬) দৰং জিলা প্ৰধান উপনৈ কি কি?
i) বৰনদী, ননৈ,জীয়া বেগা ইত্যাদি।
ii) ডিগাৰু, ভৰলু, মৰা, বশিষ্ঠ ইত্যাদি।
iii) বৰলীয়া, বকো, কুলয়ী, শিংৰা ইত্যাদি।
Ans-i) বৰনদী, ননৈ,জীয়া বেগা ইত্যাদি।
৭) দৰং জিলা প্ৰধান বিল কি কি?
i) খামৰাং, কুকুৰমাৰা , চলচলা আদি।
ii) গৰজান, বৰবিল, ঘগা আদি
iii) দীপৰ আদি
Ans-i) খামৰাং, কুকুৰমাৰা , চলচলা আদি।
৮) দৰং জিলা ৰাষ্ট্ৰীয় পথ কিমান নং?
i) ২৩ নং
ii) ৩১ নং
iii) ৫২ নং
Ans-iii) ৫২ নং
৯) দৰং জিলা প্ৰধান শস্য কি কি ?
i) Option 1
ii) ধান, মাহ, সৰিয়হ, মৰাপাট
iii) মাহ
Ans-ii) ধান, মাহ, সৰিয়হ, মৰাপাট
১০) দৰং জিলা প্ৰধান ঠাই কি?
i) মঙলদৈ
ii) দৰঙীয়া কলা-সংস্কতিৰ
iii) চাহ বাগিচা
0 Comments