১) মহানগৰ বোৰত কি বেছি ?
ক) জনসংখ্যা বেছি
খ) জাৱৰ বেছি
গ) প্ৰাকূতিক দুযোগ বেছি
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) জনসংখ্যা বেছি
২) হৈ - চৈ নকৰাকৈশাৰী পাতি টিকট কটা বা গাড়ীত উঠা ভদ্ৰ মানুহৰ কাম ?
ক) অভদ্ৰ মানুহৰ কাম
খ) খঙাল মানুহৰ কাম
গ) ভদ্ৰ মানুহৰ কাম
ঘ) লাজুকিয়া মানুহৰ কাম
Ans-গ) ভদ্ৰ মানুহৰ কাম
৩) জাৱৰ - জোঁথৰ ,কাগজৰ টুকুৰা , গছৰ পাত, পাচলিৰ বাকলি , গোবৰ আদি এইবোৰ গাত খান্দি পুতি থলে কি সাৰৰ উৎপন্ন হয় ?
ক) জৈবিক সাৰ
খ) পচন সাৰ
গ) ৰাসায়নিক সাৰ
ঘ) অপতূণ নাশক
Ans-খ) পচন সাৰ
ক) ধুমুহা বুলি কোৱা হয়
খ) ঘূৰণী বতাহ বুলি কোৱা হয়
গ) বতাহ বুলি কোৱা হয়
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) বতাহ বুলি কোৱা হয়
৫) বৰ জোৰেৰে বলা বতাহক কি বুলি কোৱা হয় ?
ক) বৰদৈচিলা বুলি কোৱা হয়
খ) ধুমুহা বুলি কোৱা হয়
গ) ঘুৰণি বতাহ বুলি কোৱা
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) ধুমুহা বুলি কোৱা হয়
৬) অসমত চ'ত , ব'হাগ মাহত বলা এনে ধুমুহা বতাহক কি বুলি কোৱা হয় ?
ক) বৰদৈচিলা বুলা হয়
খ) ঘুৰণি বতাহ বুলি কোৱা হয়
গ) বতাহ হুলা হয়
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) বৰদৈচিলা বুলা হয়
৭) নদ - নদীৰ পানীয়ে পাৰ বাগৰি বা মথাউৰি ভাঙি দুয়োপাৰৰ বিশাল অঞ্চল বোৰাই পেলোৱা পানীক কি বুলি কোৱা হয় ?
ক) বানপানী
খ) মাথাউৰি পানী
গ) ডেইনৰ পানী
ঘ) ওপৰৰ ওটাও নহয়
Ans-ক) বানপানী
৮) বানৰ পিছত কি হব পাৰে ?
ক) বোমাৰ - আজাৰ হব পাৰে
খ) সুখ হব পাৰে
গ) দুখ হব পাৰে
ঘ) ওপৰৰ এটাও হয়
Ans-ক) বোমাৰ - আজাৰ হব পাৰে
৯) ভুমিকম্প কঁপনি কিহৰ সহায়ত জুখিব পাৰি ?
ক) থাৰ্মমিটাৰ
খ) এনিমোমিটাৰ
গ) ভুকম্পলেখ
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) ভুকম্পলেখ
১০) কি স্কেলৰ সহায়ত ভুমিকম্পৰ কম্পন প্ৰকাশ কৰা হয় ?
ক) থাৰ্মমিটাৰ
খ) এনিমোমিটাৰ
গ) ভুকম্পলেখ
ঘ) ৰিখ্টাৰ স্কেল