১) মহানগৰ বোৰত কি বেছি ?  

ক) জনসংখ্যা বেছি

খ) জাৱৰ বেছি

গ) প্ৰাকূতিক দুযোগ বেছি

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) জনসংখ্যা বেছি

২)  হৈ - চৈ নকৰাকৈশাৰী পাতি টিকট কটা বা গাড়ীত উঠা ভদ্ৰ মানুহৰ কাম ? 

ক) অভদ্ৰ মানুহৰ কাম

খ) খঙাল মানুহৰ কাম

গ) ভদ্ৰ মানুহৰ কাম

ঘ) লাজুকিয়া মানুহৰ কাম

Ans-গ) ভদ্ৰ মানুহৰ কাম

৩) জাৱৰ - জোঁথৰ ,কাগজৰ টুকুৰা , গছৰ পাত, পাচলিৰ বাকলি , গোবৰ আদি এইবোৰ গাত খান্দি পুতি থলে কি সাৰৰ উৎপন্ন হয় ? 

ক) জৈবিক সাৰ

খ) পচন সাৰ

গ) ৰাসায়নিক সাৰ

ঘ) অপতূণ নাশক

Ans-খ) পচন সাৰ

৪) ভু - পৃষ্ঠৰ ভিন্ ভিন্ ঠাইৰ উচ্চতা , চাপ  তাপ আদিৰ প্ৰভাৱৰ বাবে বায়ু চলাচল কৰে ইয়াক কি বুলি কোৱা হয় ? 

ক) ধুমুহা বুলি কোৱা হয়

খ) ঘূৰণী বতাহ বুলি কোৱা হয়

গ) বতাহ বুলি কোৱা হয়

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) বতাহ বুলি কোৱা হয়

৫) বৰ জোৰেৰে বলা বতাহক কি বুলি কোৱা হয় ? 

ক) বৰদৈচিলা বুলি কোৱা হয়

খ) ধুমুহা বুলি কোৱা হয়

গ) ঘুৰণি বতাহ বুলি কোৱা

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) ধুমুহা বুলি কোৱা হয়

৬) অসমত চ'ত , ব'হাগ মাহত বলা এনে ধুমুহা বতাহক কি বুলি কোৱা হয় ?  

ক) বৰদৈচিলা বুলা হয়

খ) ঘুৰণি বতাহ বুলি কোৱা হয়

গ) বতাহ হুলা হয়

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) বৰদৈচিলা বুলা হয়

৭) নদ - নদীৰ পানীয়ে পাৰ বাগৰি বা মথাউৰি ভাঙি দুয়োপাৰৰ বিশাল অঞ্চল বোৰাই পেলোৱা পানীক কি বুলি কোৱা হয় ? 

ক) বানপানী

খ) মাথাউৰি পানী

গ) ডেইনৰ পানী

ঘ) ওপৰৰ ওটাও নহয়

Ans-ক) বানপানী

৮) বানৰ পিছত কি হব পাৰে ? 

ক) বোমাৰ - আজাৰ হব পাৰে

খ) সুখ হব পাৰে

গ) দুখ হব পাৰে

ঘ) ওপৰৰ এটাও হয়

Ans-ক) বোমাৰ - আজাৰ হব পাৰে

৯) ভুমিকম্প কঁপনি কিহৰ সহায়ত জুখিব পাৰি ? 

ক) থাৰ্মমিটাৰ

খ) এনিমোমিটাৰ

গ) ভুকম্পলেখ

ঘ)  ওপৰৰ এটাও  নহয়

 Ans-গ) ভুকম্পলেখ

১০) কি স্কেলৰ সহায়ত ভুমিকম্পৰ কম্পন প্ৰকাশ কৰা হয় ? 

ক) থাৰ্মমিটাৰ

খ) এনিমোমিটাৰ

গ) ভুকম্পলেখ

ঘ) ৰিখ্টাৰ স্কেল

Ans-ঘ) ৰিখ্টাৰ স্কেল