১) যিখিনি সময় কোনো কামৰ বাবে ব্যৱহাৰ কৰা নহয় সেই সময় খিনিক কি বুলি ? 

ক) আজৰি সময়

খ) পঢ়া - শুনা কৰা সময়

গ)খেলা সময়

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) আজৰি সময়

২) সাধুকথাৰ কিতাপ পঢ়িলে মনত  কি শক্তিৰ বিকাশ হয় ?

ক) সৃজনী শক্তি

খ) কল্পনা শক্তিৰ

গ)সৃজনী শক্তি আৰু কল্পনা শক্তিৰ

ঘ)ওপৰৰ এটাও নহয়

Ans-গ)সৃজনী শক্তি আৰু কল্পনা শক্তিৰ

৩) আজৰি সময়ত কৰা কামে আমাক কি দিয়ে ? 

ক) দুখ দিয়ে

খ) আনন্দ দিয়ে

গ) আঘাত দিয়ে

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) আনন্দ দিয়ে

৪) কিহৰ যোগেদি খেলুৱৈসকলৰ মনত সদ্ভাৱ জাগে আৰু ভৱিষ্যৎ জীৱনত সমাজত বসবাস কৰিবৰ বাবে নিজকে সংযমী কৰি তুলে ? 

ক) কামৰ যোগেদি

খ) ভ্ৰমণৰ যোগেদি

গ) খেল - ধেমালিৰ যোগেদি

ঘ) পঢ়া - শুনা যোগেদি

Ans-গ) খেল - ধেমালিৰ যোগেদি

৫) শৰীৰটো অধিক কাৰ্যক্ষম আৰু নিৰোগী কৰি ৰাখিবৰ বাবে তথা মগজুৰ বিকাশ দ্ৰুততৰ কৰিবৰ বাবে কিহৰ আৱশ্যক ?  

ক) ভ্ৰমণৰ যোগেদি

খ) কামৰ যোগেদি

গ) খেল - ধেমালিৰ যোগেদি

ঘ) পঢ়া - শুনা যোগেদি

Ans-গ) খেল - ধেমালিৰ যোগেদি

৬) বাতৰি কাকত পঢ়াৰ ফলত কি লাভ হয় ?

ক) বহুটো নজনা কথা জানিৱ পাৰি

খ) বেয়া কথা জানিব পাৰি

গ) ভ্ৰমণৰ বিষয়ে জানিব পাৰি

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) বহুটো নজনা কথা জানিৱ পাৰি

৭) প্ৰতিজন সুস্থ আৰু সবল মানুহে কিমান সময় কাম কৰে ? 

ক) দুই ঘন্টা কাম কৰে

খ) দিনটো কাম কৰে

গ) আগবেলা কাম কৰে

ঘ) পাচঁ ঘন্টা কাম কৰে

Ans-খ) দিনটো কাম কৰে

৮) পূজাৰীয়ে মন্দিৰত কি কৰে ? 

ক) পঢ়া - শুনা কৰে

খ) খেল - ধেমালি কৰে

গ) পুজা কৰে

ঘ) ছবি অংকন কৰা

Ans-গ) পুজা কৰে

৯) আজৰি সময়ত কি কৰিব পাৰি ? 

ক) বেডমিণ্টন , ভলীবল , ফুটবল , কেৰম খেলিৱ পাৰি

খ) ভ্ৰমণ কৰিবপাৰি

গ) টোপনি যাব পাৰি

ঘ) ওপৰৰ এটাও নহয়

 Ans-খ) ভ্ৰমণ কৰিবপাৰি

১০) ছবি অংকন কৰোতে কিমান কি খৰচ কৰিব সেইটো নিৰ্দিষ্ট কৰি লব লাগে ? 

ক) কিমান সময় খৰছ

খ) কিমান কাঠ পেঞ্চিল খৰছ

গ) কিমান লবৰ খৰছ

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) কিমান সময় খৰছ