১) চুকাফাই কি পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰছিল ?
ক) কাঞ্চনজংঘা পৰ্বত
খ) ৰিমো পৰ্বত
গ) চাউকাম্বা পৰ্বত
ঘ) পাটকাই পৰ্বত
Ans-ঘ) পাটকাই পৰ্বত
২) তেওঁ কত দুবছৰ থাকে ?
ক) হাবুঙত
খ) টিপমাত
গ) কামৰূপ
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) টিপমাত
৩) তেওঁ শ'লগুৰিত কিমান বছৰ কাল থাকে ?
ক) পাচঁ বছৰ কাল
খ) ন বছৰ কাল
গ) বাৰ বছৰ কাল
ঘ) তিনি বছৰ কাল
Ans-ক) পাচঁ বছৰ কাল
৪) হাবুঙত কিমান বছৰ কাল কটাই ?
ক) তিনি বছৰ কাল
খ) পাচঁ বছৰ কাল কটাই
গ) ন বছৰ কাল কটাই
ঘ) বাৰ বছৰ কাল কটাই
Ans-ক) তিনি বছৰ কাল
৫) স্বৰ্গদেউ চুকাফাৰ কিমান খ্ৰীষ্টাব্দত দেহাবসান ঘঠে ।
ক) ১২৩৪ খ্ৰীষ্টাব্দত
খ) ১৩৬৫ খ্ৰীষ্টাব্দত
গ) ১২৬৮ খ্ৰীষ্টাব্দত
ঘ) ১৩৯০ খ্ৰীষ্টাব্দত
Ans-গ) ১২৬৮ খ্ৰীষ্টাব্দত
৬) 'অসম' শব্দৰ অৰ্থ কি ?
ক) ধুনীয়া
খ) ওখোৰা - মোখোৰা , সমান নোহোৱা
গ) খালী ঠাই
ঘ) সমান হোৱা
Ans-খ) ওখোৰা - মোখোৰা , সমান নোহোৱা
৭) চাওলুং চুকাফাই কিমান খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল ?
ক) ১২৫৩ খ্ৰীষ্টাব্দত
খ) ১২৬৮ খ্ৰীষ্টাব্দত
গ) ১৮৮৯ খ্ৰীষ্টাব্দত
ঘ) ১২২৮ খ্ৰীষ্টাব্দত
Ans-ঘ) ১২২৮ খ্ৰীষ্টাব্দত
৮) শ্ৰীমন্ত শংকৰদেৱ জন্ম কিমান চনত হয় ?
ক) ১২৫৩ খ্ৰীষ্টাব্দত
খ) ১৮৮৯ খ্ৰীষ্টাব্দত
গ) ১৪৪৯ খ্ৰীষ্টাব্দত
ঘ) ১২২৮ খ্ৰীষ্টাব্দত
Ans-গ) ১৪৪৯ খ্ৰীষ্টাব্দত
৯) শংকৰদেবৰ মাকৰ নাম কি আছিল ?
ক) উত্তৰা
খ) জীজাবাঈ
গ) সত্যসন্ধা
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) সত্যসন্ধা
১০) শংকৰদেবৰ দেউতাকৰ নাম কি আছিল ?
ক) কুসুম্বৰ শিৰোমণি ভূঞা
খ) সদানন্দ
গ) গোৱিন্দগিৰি
ঘ) অজনাভ
Ans-ক) কুসুম্বৰ শিৰোমণি ভূঞা
১১) শংকৰদেৱক কোনে তুলি তালি ডাঙৰ - দীঘল কৰিছিল ?
ক) মাকে
খ) দেউতাকে
গ) আইতাকে
ঘ) ককাকে
Ans-গ) আইতাকে
১২) তেওঁক কিমান বছৰ বয়সত পঢ়া - লিখা আৰাম্ভ কৰে ?
ক) পাচঁ বছৰ বয়সত
খ) ন বছৰ বয়সত
গ) বাৰ বছৰ বয়সত
ঘ) সাত বছৰ বয়সত
Ans-গ) বাৰ বছৰ বয়সত
১৩) তেওঁ কাক বিয়া কৰাই ?
ক) সিন্ধুৰা
খ) ক্ষমতা
গ) ৰোহিণী
ঘ) সূৰ্যৱতীক
Ans-ঘ) সূৰ্যৱতীক
১৪) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল ?
ক) পিংকু
খ) ঊৰ্মিময়
গ) উনিন্দ
ঘ) মাধৱ দেৱ
Ans-ঘ) মাধৱ দেৱ
১৫) তেওঁ প্ৰচাৰ কৰা ধৰ্ম কি ?
ক) বৈষ্ণব ধৰ্ম
খ) জৈন ধৰ্ম
গ) মুছলিম ধৰ্ম
ঘ) সনাতন ধৰ্ম
Ans-ক) বৈষ্ণব ধৰ্ম
১৬) শংকৰদেৱৰ কিমান খ্ৰীষ্টাব্দত দেহাৱসান ঘটে ?
ক) ১৫৬৯ খ্ৰীষ্টাব্দত
খ) ১২৩৪ খ্ৰীষ্টাব্দত
গ) ১২৮৩ খ্ৰীষ্টাব্দত
ঘ) ১৪৮৯ খ্ৰীষ্টাব্দত
Ans-ক) ১৫৬৯ খ্ৰীষ্টাব্দত
১৭) শ্ৰী শ্ৰীদামোদৰদেৱৰ কিমান খ্ৰীষ্টাব্দত জন্ম হয় ?
ক) ১৫৬৯ খ্ৰীষ্টাব্দত
খ) ১৪৮৮ খ্ৰীষ্টাব্দত
গ) ১২৮৩ খ্ৰীষ্টাব্দত
ঘ) ১৩৪৫ খ্ৰীষ্টাব্দত
Ans-খ) ১৪৮৮ খ্ৰীষ্টাব্দত
১৮) শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্ম কি মাহত হৈছিল ?
ক) ফাগুন মাহত
খ) চ'ত মাহত
গ) আঘোণ মাহত
ঘ) কাতি মাহত
Ans-ক) ফাগুন মাহত
১৯) শ্ৰী শ্ৰী দামোদৰদেৱৰ পিতৃৰ নাম কি আছিল ?
ক) গোৱিন্দগিৰি
খ) অজনাভ
গ) সদানন্দ
ঘ) কুসুম্বৰ শিৰোমণি ভূঞা
Ans-গ) সদানন্দ
২০) শ্ৰী শ্ৰী দামোদৰদেৱৰ মাকৰ নাম কি আছিল ?
ক) ৰোহিণী
খ) সুশীলা
গ) ক্ষমতা
ঘ) সূৰ্যৱতীক