১) চুকাফাই কি পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰছিল ?

ক) কাঞ্চনজংঘা পৰ্বত

খ) ৰিমো পৰ্বত

গ) চাউকাম্বা পৰ্বত

ঘ) পাটকাই পৰ্বত

Ans-ঘ) পাটকাই পৰ্বত

২) তেওঁ কত দুবছৰ থাকে ? 

ক) হাবুঙত

খ) টিপমাত

গ) কামৰূপ

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) টিপমাত

৩) তেওঁ শ'লগুৰিত কিমান বছৰ কাল থাকে ? 

ক) পাচঁ বছৰ কাল

খ) ন বছৰ কাল

গ) বাৰ বছৰ কাল

ঘ) তিনি বছৰ কাল

Ans-ক) পাচঁ বছৰ কাল

৪) হাবুঙত কিমান বছৰ কাল কটাই ? 

ক) তিনি বছৰ কাল

খ) পাচঁ বছৰ কাল কটাই

গ) ন বছৰ কাল কটাই

ঘ) বাৰ বছৰ কাল কটাই

Ans-ক) তিনি বছৰ কাল

৫) স্বৰ্গদেউ চুকাফাৰ কিমান খ্ৰীষ্টাব্দত দেহাবসান ঘঠে ।

ক) ১২৩৪ খ্ৰীষ্টাব্দত

খ) ১৩৬৫ খ্ৰীষ্টাব্দত

গ) ১২৬৮ খ্ৰীষ্টাব্দত

ঘ) ১৩৯০ খ্ৰীষ্টাব্দত

Ans-গ) ১২৬৮ খ্ৰীষ্টাব্দত

৬) 'অসম' শব্দৰ অৰ্থ কি ? 

ক) ধুনীয়া

খ) ওখোৰা - মোখোৰা , সমান নোহোৱা

গ) খালী ঠাই

ঘ) সমান হোৱা

Ans-খ) ওখোৰা - মোখোৰা , সমান নোহোৱা

৭) চাওলুং চুকাফাই কিমান খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল ?  

ক) ১২৫৩  খ্ৰীষ্টাব্দত

খ) ১২৬৮  খ্ৰীষ্টাব্দত

গ) ১৮৮৯  খ্ৰীষ্টাব্দত

ঘ) ১২২৮   খ্ৰীষ্টাব্দত

Ans-ঘ) ১২২৮   খ্ৰীষ্টাব্দত

৮) শ্ৰীমন্ত শংকৰদেৱ জন্ম কিমান চনত হয় ? 

ক) ১২৫৩  খ্ৰীষ্টাব্দত

খ) ১৮৮৯  খ্ৰীষ্টাব্দত

গ) ১৪৪৯ খ্ৰীষ্টাব্দত

ঘ) ১২২৮   খ্ৰীষ্টাব্দত

Ans-গ) ১৪৪৯ খ্ৰীষ্টাব্দত

৯) শংকৰদেবৰ মাকৰ নাম কি আছিল ? 

ক) উত্তৰা

খ) জীজাবাঈ

গ) সত্যসন্ধা

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) সত্যসন্ধা

১০) শংকৰদেবৰ দেউতাকৰ নাম কি আছিল ? 

ক) কুসুম্বৰ শিৰোমণি ভূঞা

খ) সদানন্দ

গ) গোৱিন্দগিৰি

ঘ) অজনাভ

Ans-ক) কুসুম্বৰ শিৰোমণি ভূঞা

১১) শংকৰদেৱক কোনে তুলি তালি ডাঙৰ - দীঘল কৰিছিল ? 

ক) মাকে

খ) দেউতাকে

গ) আইতাকে

ঘ) ককাকে

Ans-গ) আইতাকে

১২) তেওঁক কিমান বছৰ বয়সত পঢ়া - লিখা আৰাম্ভ কৰে ? 

ক) পাচঁ বছৰ বয়সত

খ) ন বছৰ বয়সত

গ) বাৰ বছৰ বয়সত

ঘ) সাত বছৰ বয়সত

Ans-গ) বাৰ বছৰ বয়সত

১৩) তেওঁ কাক বিয়া কৰাই ? 

ক) সিন্ধুৰা

খ) ক্ষমতা

গ) ৰোহিণী

ঘ) সূৰ্যৱতীক

Ans-ঘ) সূৰ্যৱতীক

১৪) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল ? 

ক) পিংকু

খ) ঊৰ্মিময়

গ) উনিন্দ

ঘ) মাধৱ দেৱ

Ans-ঘ) মাধৱ দেৱ

১৫) তেওঁ প্ৰচাৰ কৰা ধৰ্ম  কি ? 

ক) বৈষ্ণব ধৰ্ম

খ) জৈন ধৰ্ম

গ) মুছলিম ধৰ্ম

ঘ) সনাতন ধৰ্ম

Ans-ক) বৈষ্ণব ধৰ্ম

১৬) শংকৰদেৱৰ কিমান খ্ৰীষ্টাব্দত দেহাৱসান ঘটে ?  

ক) ১৫৬৯ খ্ৰীষ্টাব্দত

খ) ১২৩৪ খ্ৰীষ্টাব্দত

গ) ১২৮৩ খ্ৰীষ্টাব্দত

ঘ) ১৪৮৯ খ্ৰীষ্টাব্দত

Ans-ক) ১৫৬৯ খ্ৰীষ্টাব্দত

১৭)  শ্ৰী শ্ৰীদামোদৰদেৱৰ  কিমান খ্ৰীষ্টাব্দত জন্ম হয় ? 

ক) ১৫৬৯ খ্ৰীষ্টাব্দত

খ) ১৪৮৮ খ্ৰীষ্টাব্দত

গ) ১২৮৩ খ্ৰীষ্টাব্দত

ঘ) ১৩৪৫ খ্ৰীষ্টাব্দত

Ans-খ) ১৪৮৮ খ্ৰীষ্টাব্দত

১৮) শ্ৰী শ্ৰী দামোদৰদেৱৰ জন্ম কি মাহত হৈছিল ? 

ক) ফাগুন মাহত

খ) চ'ত মাহত

গ) আঘোণ মাহত

ঘ) কাতি মাহত

Ans-ক) ফাগুন মাহত

১৯)  শ্ৰী শ্ৰী দামোদৰদেৱৰ পিতৃৰ নাম কি আছিল ? 

ক) গোৱিন্দগিৰি

খ)  অজনাভ

গ) সদানন্দ

ঘ) কুসুম্বৰ শিৰোমণি ভূঞা

 Ans-গ) সদানন্দ

২০)  শ্ৰী শ্ৰী দামোদৰদেৱৰ মাকৰ নাম কি আছিল ? 

ক) ৰোহিণী

খ) সুশীলা

গ)  ক্ষমতা

ঘ) সূৰ্যৱতীক

Ans-খ) সুশীলা