১) নগাঁও নামটো ক'ৰ পৰা উৎপত্তি হয় ?
i) স্বৰ্গদেউ প্ৰতাপ সিংহৰ নামৰ পৰা উৎপত্তি হয়।
ii) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।
iii) গাঁও শব্দৰ পৰা উৎপত্তি হয়।
Ans- ii) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।
২) নগাঁও চাৰিসীমাত কি কি জিলা আছে?
i) শোণিতপুৰ , গোৱালপাৰা, চিৰাং জিলা।
ii) মৰিগাঁও, নগাঁও, দৰং জিলা।
iii) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।
Ans-iii) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।
৩) নগাঁও জিলা সদৰ ঠাই কি?
i) মৰিগাঁও।
ii) নগাঁও।
iii) গোৱালপাৰা।
Ans-ii) নগাঁও।
৪) নগাঁও জিলা মহকুমা কি?
i) নগাঁও আৰু মৰিগাঁও।
ii) নগাঁও আৰু কলিয়াবৰ।
iii) নগাঁও আৰু গোৱালপাৰা।
Ans-ii) নগাঁও আৰু কলিয়াবৰ।
৫) নগাঁও জিলা জনসংখ্যা কিমান?
i) ১৮,৯২,৫৫০ জন
ii) ১২,৮৯, ৭৭৮ জন
iii) ১৩,৯৮,৮৯০ জন
Ans-i) ১৮,৯২,৫৫০ জন
৬) নগাঁও জিলা মাটিকালি কিমান ?
i) ২২৬৭ বৰ্গ কিঃমিঃ
ii) ২২৮৭ বৰ্গ কিঃমিঃ
iii) ৫৫৬৭ বৰ্গ কিঃ মিঃ
Ans-iii) ৫৫৬৭ বৰ্গ কিঃ মিঃ
৭) নগাঁও জিলা প্ৰধান উপনৈ কি কি ?
i) কপিলী, ননৈ, কলং, সোণাই ইত্যাদি ।
ii) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।
iii) মৰা ধনশিৰি, পাচনৈ , ইত্যাদি ।
Ans-ii) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।
৮) নগাঁও জিলা প্ৰধান নদী কি?
i) কলং ।
ii) ব্ৰহ্মপুত্ৰ।
iii) কপিলি।
Ans-ii) ব্ৰহ্মপুত্ৰ।
৯) নগাঁও জিলা কিমান নং ৰাষ্ট্ৰীয় পথ ?
i) ৩২ আৰু ৩১ নং
ii) ৩৬ আৰু ৩৭ নং
iii) ৩৩ নং ৩১ নং
Ans-ii) ৩৬ আৰু ৩৭ নং
১০) নগাঁও জিলা প্ৰধান শস্য কি কি ?
i) ধান ।
ii) মাহ।
iii) ধান , মাহ, সৰিয়হ ।