১) নগাঁও নামটো ক'ৰ পৰা উৎপত্তি হয় ?

i) স্বৰ্গদেউ প্ৰতাপ সিংহৰ নামৰ পৰা উৎপত্তি হয়।

ii) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।

iii) গাঁও শব্দৰ পৰা উৎপত্তি হয়।

Ans- ii) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।

২) নগাঁও চাৰিসীমাত কি কি জিলা আছে?

i) শোণিতপুৰ  , গোৱালপাৰা, চিৰাং জিলা।

ii) মৰিগাঁও, নগাঁও, দৰং জিলা।

iii) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।

Ans-iii) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।

৩) নগাঁও জিলা সদৰ ঠাই কি?

i) মৰিগাঁও।

ii) নগাঁও।

iii) গোৱালপাৰা।

Ans-ii) নগাঁও।

৪) নগাঁও জিলা  মহকুমা কি?

i) নগাঁও আৰু মৰিগাঁও।

ii) নগাঁও আৰু কলিয়াবৰ।

iii) নগাঁও  আৰু গোৱালপাৰা।

Ans-ii) নগাঁও আৰু কলিয়াবৰ।

৫) নগাঁও জিলা  জনসংখ্যা কিমান?

i) ১৮,৯২,৫৫০ জন

ii) ১২,৮৯, ৭৭৮ জন

iii) ১৩,৯৮,৮৯০   জন

Ans-i) ১৮,৯২,৫৫০ জন

৬) নগাঁও জিলা মাটিকালি  কিমান ?

i) ২২৬৭ বৰ্গ কিঃমিঃ

ii) ২২৮৭ বৰ্গ কিঃমিঃ

iii) ৫৫৬৭ বৰ্গ কিঃ মিঃ

Ans-iii) ৫৫৬৭ বৰ্গ কিঃ মিঃ

৭) নগাঁও জিলা প্ৰধান উপনৈ  কি কি ?

i) কপিলী, ননৈ, কলং, সোণাই ইত্যাদি ।

ii) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।

iii) মৰা ধনশিৰি, পাচনৈ , ইত্যাদি ।

Ans-ii) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।

৮) নগাঁও জিলা প্ৰধান নদী কি?

i) কলং ।

ii) ব্ৰহ্মপুত্ৰ।

iii) কপিলি।

Ans-ii) ব্ৰহ্মপুত্ৰ।

৯) নগাঁও জিলা কিমান নং ৰাষ্ট্ৰীয় পথ ?

i) ৩২ আৰু ৩১ নং

ii) ৩৬ আৰু ৩৭ নং

iii) ৩৩ নং ৩১ নং

Ans-ii) ৩৬ আৰু ৩৭ নং

১০) নগাঁও জিলা  প্ৰধান শস্য  কি কি ?

i) ধান ।

ii) মাহ।

iii) ধান , মাহ, সৰিয়হ ।

Ans-iii) ধান , মাহ, সৰিয়হ ।