১) হোজাই নামতো ক'ৰ পৰা উৎপত্তি হৈছিল?

i) ডিমাচাৰ নামৰ পৰা।

ii) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক'ৰে।

iii) নগাঁও জিলা পৰা।

Ans-ii) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক'ৰে।

২) হোজাই চাৰিসীমাত কি কি জিলা আছে?

i) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।

ii) নগাঁও, মৰিগাঁও, গোৱালপাৰা।

iii) মৰিগাঁও, চিৰাং, নগাঁও।

Ans-i) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।

৩) হোজাই সদৰ ঠাই কি?

i) কাৰ্বি আংলং।

ii) মৰিগাঁও।

iii) শংকৰদেৱ নগৰ।

Ans-iii) শংকৰদেৱ নগৰ।

৪)হোজাই জি্লা জনসংখ্যা কিমান?

i) ৯,৩১,২১৮ জন।

ii) ৪,৮৯,৭৬৮ জন।

iii) ৫,৯৮,৮৯০ জন।

Ans-i) ৯,৩১,২১৮ জন।

৫)হোজাই জিলা মহকুমা কি?

i) মৰিগাঁও।

ii) নগাঁও।

iii) হোজাই।

Ans- iii) হোজাই।

৬) হোজাই জিলা প্ৰধান নদী কি কি ?

i) কপিলি , যমুনা, লংকাজান, ইত্যাদি।

ii) ব্ৰহ্মপুত্ৰ।

iii) কলং, সোনাই।

Ans- i) কপিলি , যমুনা, লংকাজান, ইত্যাদি।

৭)হোজাই ৰাষ্ট্ৰীয় পথ কিমান নং?

i) ৩২ নং আৰু ৫৪ নং ।

ii) ৩৬ নং আৰু ৫৪ নং।

iii) ৩২ নং আৰু ৩৫ নং।

 Ans-ii) ৩৬ নং আৰু ৫৪ নং।

৮)হোজাই কি যাতায়াতৰ ব্যৱস্থা আছে?  

i) স্থলপথ ব্যৱস্থা।

ii) ৰে'ল ব্যৱস্থা।

iii) স্থলপথ আৰু ৰে'ল ব্যৱস্থা।

Ans-iii) স্থলপথ আৰু ৰে'ল ব্যৱস্থা।