১) হোজাই নামতো ক'ৰ পৰা উৎপত্তি হৈছিল?
i) ডিমাচাৰ নামৰ পৰা।
ii) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক'ৰে।
iii) নগাঁও জিলা পৰা।
Ans-ii) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক'ৰে।
২) হোজাই চাৰিসীমাত কি কি জিলা আছে?
i) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।
ii) নগাঁও, মৰিগাঁও, গোৱালপাৰা।
iii) মৰিগাঁও, চিৰাং, নগাঁও।
Ans-i) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।
৩) হোজাই সদৰ ঠাই কি?
i) কাৰ্বি আংলং।
ii) মৰিগাঁও।
iii) শংকৰদেৱ নগৰ।
Ans-iii) শংকৰদেৱ নগৰ।
৪)হোজাই জি্লা জনসংখ্যা কিমান?
i) ৯,৩১,২১৮ জন।
ii) ৪,৮৯,৭৬৮ জন।
iii) ৫,৯৮,৮৯০ জন।
Ans-i) ৯,৩১,২১৮ জন।
৫)হোজাই জিলা মহকুমা কি?
i) মৰিগাঁও।
ii) নগাঁও।
iii) হোজাই।
Ans- iii) হোজাই।
৬) হোজাই জিলা প্ৰধান নদী কি কি ?
i) কপিলি , যমুনা, লংকাজান, ইত্যাদি।
ii) ব্ৰহ্মপুত্ৰ।
iii) কলং, সোনাই।
Ans- i) কপিলি , যমুনা, লংকাজান, ইত্যাদি।
৭)হোজাই ৰাষ্ট্ৰীয় পথ কিমান নং?
i) ৩২ নং আৰু ৫৪ নং ।
ii) ৩৬ নং আৰু ৫৪ নং।
iii) ৩২ নং আৰু ৩৫ নং।
Ans-ii) ৩৬ নং আৰু ৫৪ নং।
৮)হোজাই কি যাতায়াতৰ ব্যৱস্থা আছে?
i) স্থলপথ ব্যৱস্থা।
ii) ৰে'ল ব্যৱস্থা।
iii) স্থলপথ আৰু ৰে'ল ব্যৱস্থা।
0 Comments