১) যোৰহাট জিলা মহকুমা কি?

i) যোৰহাট আৰু  মৰিগাঁও।

ii) যোৰহাট আৰু তিতাবৰ।

iii) তিতাবৰ আৰু নগাঁও।

Ans-ii) যোৰহাট আৰু তিতাবৰ।

২) যোৰহাট জিলা সদৰ ঠাই কি?

i) তিতাবৰ।

ii) গোৱালপাৰা।

iii) যোৰহাট

Ans-iii) যোৰহাট

৩)যোৰহাট জিলা মাটিকালি কিমান?

i) ১৯৭১ বৰ্গ কিঃমিঃ

ii) ১৫৬৪ বৰ্গ কিঃমিঃ

iii) ৬৭৮৯ বৰ্গ কিঃমিঃ

Ans-i) ১৯৭১ বৰ্গ কিঃমিঃ

৪) যোৰহাট জিলা জনসংখ্যা কিমান ?

i) ১৫,৯৭,৭৮৯ জন।

ii) ১০,৯১,২৯৫ জন।

iii) ১২,৮৭,৫৭৮ জন।

Ans-ii) ১০,৯১,২৯৫ জন।

 ৫) যোৰহাট জিলা প্ৰধান উপনৈ কি কি?

i) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।

ii) ধনশিৰি, ৰেংমা, নামবৰ ইত্যাদি।

iii) ডিফলু, গেলাবিল, নামবৰ।

Ans-i) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।

৬) যোৰহাট জিলা প্ৰধান নদী কি ?

i) ব্ৰহ্মপুত্ৰ।

ii) কপিলি।

iii) কলং।

Ans-i) ব্ৰহ্মপুত্ৰ।