১) যোৰহাট জিলা মহকুমা কি?
i) যোৰহাট আৰু মৰিগাঁও।
ii) যোৰহাট আৰু তিতাবৰ।
iii) তিতাবৰ আৰু নগাঁও।
Ans-ii) যোৰহাট আৰু তিতাবৰ।
২) যোৰহাট জিলা সদৰ ঠাই কি?
i) তিতাবৰ।
ii) গোৱালপাৰা।
iii) যোৰহাট
Ans-iii) যোৰহাট
৩)যোৰহাট জিলা মাটিকালি কিমান?
i) ১৯৭১ বৰ্গ কিঃমিঃ
ii) ১৫৬৪ বৰ্গ কিঃমিঃ
iii) ৬৭৮৯ বৰ্গ কিঃমিঃ
Ans-i) ১৯৭১ বৰ্গ কিঃমিঃ
৪) যোৰহাট জিলা জনসংখ্যা কিমান ?
i) ১৫,৯৭,৭৮৯ জন।
ii) ১০,৯১,২৯৫ জন।
iii) ১২,৮৭,৫৭৮ জন।
Ans-ii) ১০,৯১,২৯৫ জন।
৫) যোৰহাট জিলা প্ৰধান উপনৈ কি কি?
i) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।
ii) ধনশিৰি, ৰেংমা, নামবৰ ইত্যাদি।
iii) ডিফলু, গেলাবিল, নামবৰ।
Ans-i) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।
৬) যোৰহাট জিলা প্ৰধান নদী কি ?
i) ব্ৰহ্মপুত্ৰ।
ii) কপিলি।
iii) কলং।
Ans-i) ব্ৰহ্মপুত্ৰ।
0 Comments