১) পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ক'ত আছে?
i) মৰিগাঁও।
ii) মাজুলি।
iii) গুৱাহাতী।
Ans-ii) মাজুলি।
২) মাজুলি জিলা চাৰিসীমাত কি কি জিলা আছে?
i) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।
ii) মৰিগাঁও, গোৱালপাৰা, ধেমাজি ইত্যাদি।
iii) মৰিগাঁও, গোৱালপাৰা, যোৰহাট ইত্যাদি।
Ans-i) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।
৩) মাজুলি জিলা সদৰ ঠাই কি ?
i) মাজুলি ।
ii) গড়মূৰ।
iii) গোৱালপাৰা।
Ans-ii) গড়মূৰ।
৪) মাজুলি জিলা মাটিকালি কিমান?
i) ৫৫৯ বৰ্গ কিঃ মিঃ।
ii) ৮৮০ বৰ্গ কিঃ মিঃ।
iii) ৮৮৬ বৰ্গ কিঃ মিঃ।
Ans-ii) ৮৮০ বৰ্গ কিঃ মিঃ।
৫) মাজুলি জিলা জনসংখ্যা কিমান?
i) ১, ৬৭,৩০৮।
ii) ৩,৯৮,৭৮৮।
iii) ১,৯৮,৭৮৯।
Ans-i) ১, ৬৭,৩০৮।
৬) মাজুলি জিলা প্ৰধান উপনৈ কি কি?
i) জাঁজী, দিচৈ, ভোগদৈ।
ii) মেলেং, কাকডোঙা ,দিচৈ।
iii) সোৱণসিৰি , টুনি ইত্যাদি।
Ans-iii) সোৱণসিৰি , টুনি ইত্যাদি।