১) পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ক'ত আছে?

i) মৰিগাঁও।

ii) মাজুলি।

iii) গুৱাহাতী।

Ans-ii) মাজুলি।

২) মাজুলি জিলা চাৰিসীমাত কি কি জিলা আছে?

i) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।

ii) মৰিগাঁও, গোৱালপাৰা, ধেমাজি ইত্যাদি।

iii) মৰিগাঁও, গোৱালপাৰা, যোৰহাট ইত্যাদি।

Ans-i) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।

৩) মাজুলি জিলা সদৰ ঠাই কি ?

i) মাজুলি ।

ii) গড়মূৰ।

iii) গোৱালপাৰা।

Ans-ii) গড়মূৰ।

৪) মাজুলি জিলা মাটিকালি কিমান?

i) ৫৫৯ বৰ্গ কিঃ মিঃ।

ii) ৮৮০ বৰ্গ কিঃ মিঃ।

iii) ৮৮৬ বৰ্গ কিঃ মিঃ।

Ans-ii) ৮৮০ বৰ্গ কিঃ মিঃ।

৫) মাজুলি জিলা জনসংখ্যা কিমান?

i) ১, ৬৭,৩০৮।

ii) ৩,৯৮,৭৮৮।

iii) ১,৯৮,৭৮৯।

Ans-i) ১, ৬৭,৩০৮।

৬) মাজুলি জিলা প্ৰধান উপনৈ কি কি?

i) জাঁজী, দিচৈ, ভোগদৈ।

ii) মেলেং, কাকডোঙা ,দিচৈ।

iii) সোৱণসিৰি , টুনি ইত্যাদি।

Ans-iii) সোৱণসিৰি , টুনি ইত্যাদি।