১) মানকাচৰ নামটো ক'ৰ পৰা উৎপত্তি হৈছে?
i) মানকা নামৰ বালিচৰৰ পৰা
ii) বালি নামৰ পৰা
iii) বালিচৰৰ নামৰ পৰা
Ans-i) মানকা নামৰ বালিচৰৰ পৰা
২) মানকাচৰ চাৰিসীমাত কি কি জিলা আছে?
i) গোৱালপাৰা
ii) নগাওঁ
iii) ধুবুৰি, গোৱালপাৰা
Ans-iii) ধুবুৰি, গোৱালপাৰা
৩) মানকাচৰ সদৰ ঠাই কি?
i) হাট শিঙিমাৰি
ii) শালমৰা
iii) মৰিগাঁও
Ans-i) হাট শিঙিমাৰি
৪) মানকাচৰ প্ৰধান উপনৈ কি?
i) গদাধৰ
ii) সোণকোষ
iii) জি়ঞ্জিৰাম
Ans-iii) জি়ঞ্জিৰাম
৫) মানকাচৰ মহকুমা কি?
i) গোসাঁইগাঁও
ii) কোকৰাঝাৰ
iii) দক্ষিন শালমৰা আৰু মানকাচৰ
Ans-iii) দক্ষিন শালমৰা আৰু মানকাচৰ
৬) মানকাচৰ প্ৰধান নদী কি?
i) বহ্মপুত্ৰ
ii) নদী
iii) বিল
Ans- i) বহ্মপুত্ৰ
৭) মানকাচৰ প্ৰধান শস্য কি?
i) ধান
ii) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ
iii) কুঁহিয়াৰ
Ans-ii) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ
৮) মানকাচৰ প্ৰধান শিল্প উদ্যোগ কি?
i) মৃৎ শিল্প
ii) কাহঁ শিল্প
iii) হাতেৰে কাম কৰা বিদ্যা
Ans- i) মৃৎ শিল্প
৯) মানকাচৰ প্ৰধান ঠাই কি কি ?
i) মানকাচৰ, মৰিগাঁও, চিৰাং আদি
ii) গুৱাহাতী, দক্ষিন শালমৰা , গোৱালপাৰা আদি
iii) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি
0 Comments