১) ডিব্ৰুগড় জনসংখ্যা কিমান ?
ক) ১৩,২৭.৭৪৮ জন
খ) ১২,২৬,৬৩৭ জন
গ) ১১,২৫,৫৩৬ জন
ঘ) ১০,২৪.৪৩৫ জন
Ans-ক) ১৩,২৭.৭৪৮ জন
২) ডিব্ৰুগড় সদৰ ঠাই কি ?
ক) চৰাইদেউ
খ) মৰাণ
গ) লাকুৱা
ঘ) ডিব্ৰুগড়
Ans- ঘ) ডিব্ৰুগড়
৩) ডিব্ৰুগড় জিলাৰ মুঠ মাটিকালি কিমান ?
ক) ৩,৩৮৩,৭৪৮
খ) ৩,৩৮৭,৭৫৮
গ) ৫,৫৫৫.৫৫
ঘ) ৩,৩৩৩,৩৩
Ans-খ) ৩,৩৮৭,৭৫৮
৪) ডিব্ৰুগড় জিলাৰ প্ৰধান শস্য কি ?
ক) চাহ
খ) ধান
গ) সৰিয়হ
ঘ) চাহ , ধান , মাহ , ,সৰিয়হ
Ans-ঘ) চাহ , ধান , মাহ , ,সৰিয়হ
৫) ডিব্ৰুগড় প্ৰধান উপনৈ কি ?
ক) ডিব্ৰু
খ) বুঢ়ীদিহিং
গ) চেঁচা
ঘ) ওপৰৰ এটাও নহয়
Ans-ঘ) ওপৰৰ এটাও নহয়
৬) ডিব্ৰুগড় জিলাৰ প্ৰধান বিল ?
ক) মেৰ
খ) দীঘলী
গ) লাই
ঘ) মেৰ , দীঘলী , লাই , বগীবিল
Ans-ঘ) মেৰ , দীঘলী , লাই , বগীবিল
৭) ডিব্ৰুগড় জিলাৰ উওৰে কি জিলা অছে ?
ক) তিনিচুকীয়া
খ) শিৱসাগৰ
গ) ধেমাজি
ঘ) মৰিগাওঁ
Ans-গ) ধেমাজি
৮) ডিব্ৰুগড় জিলাৰ পূবে কি জিলা আছে ?
ক) তিনিচুকিয়া
খ) ধেমাজি
গ) মৰিগাওঁ
ঘ) শিৱসাগৰ
Ans-ক) তিনিচুকিয়া
৯) ডিব্ৰুগড় জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) বৰঙাবাৰী
গ) তিনিচুকীয়া
ঘ) ডিব্ৰুগড়
Ans-ঘ) ডিব্ৰুগড়
১০) ডিব্ৰুগড় জিলাৰ পশ্চিমে কি জিলা আছে ?
ক) নগাওঁ
খ) তিনিচুকীয়া
গ) ধেমাজি
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) ধেমাজি
0 Comments