১) ডিব্ৰুগড় জনসংখ্যা কিমান ? 

ক) ১৩,২৭.৭৪৮ জন

খ) ১২,২৬,৬৩৭ জন

গ) ১১,২৫,৫৩৬ জন

ঘ) ১০,২৪.৪৩৫ জন

Ans-ক) ১৩,২৭.৭৪৮ জন

২) ডিব্ৰুগড় সদৰ ঠাই কি ? 

ক) চৰাইদেউ

খ) মৰাণ

গ) লাকুৱা

ঘ) ডিব্ৰুগড়

Ans- ঘ) ডিব্ৰুগড়

৩) ডিব্ৰুগড় জিলাৰ মুঠ মাটিকালি কিমান ? 

ক) ৩,৩৮৩,৭৪৮

খ) ৩,৩৮৭,৭৫৮

গ) ৫,৫৫৫.৫৫

ঘ) ৩,৩৩৩,৩৩

Ans-খ) ৩,৩৮৭,৭৫৮

৪) ডিব্ৰুগড় জিলাৰ প্ৰধান শস্য কি ? 

ক) চাহ

খ) ধান

গ) সৰিয়হ

ঘ) চাহ , ধান , মাহ , ,সৰিয়হ

Ans-ঘ) চাহ , ধান , মাহ , ,সৰিয়হ

৫) ডিব্ৰুগড় প্ৰধান উপনৈ কি ? 

ক) ডিব্ৰু

খ) বুঢ়ীদিহিং

গ) চেঁচা

ঘ) ওপৰৰ এটাও নহয়

Ans-ঘ) ওপৰৰ এটাও নহয়

৬) ডিব্ৰুগড় জিলাৰ প্ৰধান বিল ? 

ক) মেৰ

খ) দীঘলী

গ) লাই

ঘ) মেৰ , দীঘলী , লাই , বগীবিল

Ans-ঘ) মেৰ , দীঘলী , লাই , বগীবিল

৭) ডিব্ৰুগড় জিলাৰ উওৰে কি জিলা অছে ? 

ক) তিনিচুকীয়া

খ) শিৱসাগৰ

গ) ধেমাজি

ঘ) মৰিগাওঁ

Ans-গ) ধেমাজি

৮)  ডিব্ৰুগড় জিলাৰ পূবে কি জিলা আছে ? 

ক) তিনিচুকিয়া

খ) ধেমাজি

গ) মৰিগাওঁ

ঘ) শিৱসাগৰ

Ans-ক) তিনিচুকিয়া

৯) ডিব্ৰুগড় জিলাৰ সদৰ ঠাই কি ? 

ক) মৰিগাওঁ

খ) বৰঙাবাৰী

গ) তিনিচুকীয়া

ঘ) ডিব্ৰুগড়

Ans-ঘ) ডিব্ৰুগড়

১০) ডিব্ৰুগড় জিলাৰ পশ্চিমে কি জিলা আছে ? 

ক) নগাওঁ

খ) তিনিচুকীয়া

গ) ধেমাজি

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) ধেমাজি