1) ধেমাজি শব্দটো কি ভাষাৰ শব্দ ?
ক) হিন্দী ভাষাৰ শব্দ
খ) মাৰাথী ভাষাৰ শব্দ
গ) বড়ো ভাষাৰ শব্দ
ঘ) দেউৰী ভাষাৰ শদ
Ans- ঘ) দেউৰী ভাষাৰ শদ
২) কি শব্দৰ পৰা ধেমাজি শব্দৰ উৎপওি হৈছিল ?
ক) 'দেমাজি' শব্দৰ পৰা
খ) 'ধেমালি' শব্দৰ পৰা
গ) ধান শব্দৰ পৰা
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) 'দেমাজি' শব্দৰ পৰা
3) 'দেমা' শব্দৰ অৰ্থ কি ?
ক) পানী
খ) ডাঙৰ
গ) সৰু
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) ডাঙৰ
৪) 'জি' শব্দৰ অৰ্থ কি ?
ক) পানী
খ) ডাঙৰ
গ) সৰু
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) পানী
৫) ধেমাজি জিলাৰ উওৰে কি জিলা আছে ?
ক) অৰুনাচল প্ৰদেশ অছে ।
খ) মৰিগাওঁ আছে
গ) শিৱসাগৰ আছে
ঘ) মৰাণ আছে ।
Ans-ক) অৰুনাচল প্ৰদেশ অছে ।
৬) ধেমাজি জিলাৰ পূবে কি জিলা আছে ?
ক) শিৱসাগৰ আছে ।
খ) মৰিগাওঁ আছে ।
গ) তিনিচুকীয়া আছে ।
ঘ) মৰাণ আছে ।
Ans-গ) তিনিচুকীয়া আছে ।
৭) ধেমাজি জিলাৰ মহকুমাৰ কত আছে ?
ক) ধেমাজিত আছে
খ) জোনাই ত আছে
গ) মৰাণ ত আছে
ঘ) ধেমাজি আৰু জোনাই আছে
Ans-ঘ) ধেমাজি আৰু জোনাই আছে
৮) ধেমাজি জিলাৰ সদৰ ঠাই কি ?
ক) ধেমাজি
খ) মৰিগাওঁ
গ) শিৱসাগৰ
ঘ) মৰাণ
Ans-ক) ধেমাজি
৯) ধেমাজি জিলাৰ মাটিকালি কিমান ?
ক) ৪,২৩৭ বৰ্গ কিঃমিঃ
খ) ৩,২৩৭ বৰ্গ কিঃমিঃ
গ) ৫,২৩৭ বৰ্গ কিঃমিঃ
ঘ) ৬,২৩৭ বৰ্গ কিঃমিঃ
Ans-খ) ৩,২৩৭ বৰ্গ কিঃমিঃ
১০) ধেমাজি জিলাৰ প্ৰধান নদী কি ?
ক) ব্ৰহ্মপুত্ৰৰ
খ) গংগা
গ) বৰাক
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) ব্ৰহ্মপুত্ৰৰ