1) ধেমাজি শব্দটো কি ভাষাৰ শব্দ ? 

ক) হিন্দী ভাষাৰ শব্দ

খ) মাৰাথী ভাষাৰ শব্দ

গ) বড়ো ভাষাৰ শব্দ

ঘ) দেউৰী ভাষাৰ শদ

Ans- ঘ) দেউৰী ভাষাৰ শদ

২) কি শব্দৰ পৰা ধেমাজি শব্দৰ উৎপওি হৈছিল ? 

ক) 'দেমাজি' শব্দৰ পৰা

খ) 'ধেমালি' শব্দৰ পৰা

গ) ধান শব্দৰ পৰা

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) 'দেমাজি' শব্দৰ পৰা

3) 'দেমা' শব্দৰ অৰ্থ কি ? 

ক) পানী

খ) ডাঙৰ

গ) সৰু

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) ডাঙৰ

৪) 'জি' শব্দৰ অৰ্থ কি ? 

ক) পানী

খ) ডাঙৰ

গ) সৰু

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) পানী

৫) ধেমাজি জিলাৰ উওৰে কি জিলা আছে ? 

ক) অৰুনাচল প্ৰদেশ অছে ।

খ) মৰিগাওঁ আছে

গ) শিৱসাগৰ আছে

ঘ) মৰাণ আছে ।

Ans-ক) অৰুনাচল প্ৰদেশ অছে ।

৬) ধেমাজি জিলাৰ পূবে কি জিলা আছে ? 

ক) শিৱসাগৰ আছে ।

খ) মৰিগাওঁ আছে ।

গ) তিনিচুকীয়া আছে ।

ঘ) মৰাণ আছে ।

Ans-গ) তিনিচুকীয়া আছে ।

৭) ধেমাজি জিলাৰ মহকুমাৰ কত আছে ? 

ক) ধেমাজিত আছে

খ) জোনাই ত আছে

গ) মৰাণ ত আছে

ঘ) ধেমাজি আৰু জোনাই  আছে

Ans-ঘ) ধেমাজি আৰু জোনাই  আছে

৮) ধেমাজি জিলাৰ সদৰ ঠাই কি ? 

ক) ধেমাজি

খ) মৰিগাওঁ

গ) শিৱসাগৰ

ঘ) মৰাণ

 Ans-ক) ধেমাজি

৯) ধেমাজি জিলাৰ মাটিকালি কিমান ? 

ক) ৪,২৩৭ বৰ্গ কিঃমিঃ

খ) ৩,২৩৭ বৰ্গ কিঃমিঃ

গ) ৫,২৩৭ বৰ্গ কিঃমিঃ

ঘ) ৬,২৩৭ বৰ্গ কিঃমিঃ

Ans-খ) ৩,২৩৭ বৰ্গ কিঃমিঃ

১০) ধেমাজি জিলাৰ প্ৰধান নদী কি ? 

ক) ব্ৰহ্মপুত্ৰৰ

খ) গংগা

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) ব্ৰহ্মপুত্ৰৰ