১) সমৃদ্ধিৰ আৰাধ্য দেৱী লক্ষ্মীৰ বাসস্থান হিচাপে কোনখন জিলাক জনা যায় ? 

ক) মৰিগাওঁ জিলাক

খ) লখিমপুৰ জিলাক

গ) ধেমাজি জিলাক

ঘ) নগাওঁ জিলাক

Ans-খ) লখিমপুৰ জিলাক

২) 'পূৰ' মানে কি ? 

ক) ভৰি

খ) হাত

গ) লখিমী

ঘ) ওপৰৰ এটাও নহয়.

Ans-ক) ভৰি

৩) লখিমীৰে  ভৰি থকা ঠাইখনক কি বুলি কোৱা হয় ? 

ক) মৰিগাওঁ বুলি কোৱা হয়

খ) লখিমপুৰ বুলি কোৱা হয়

গ) নগাওঁ বুলি কোৱা হয়

ঘ) শিৱসাগৰ  বুলি কোৱা হয়

Ans-খ) লখিমপুৰ বুলি কোৱা হয়

৪) লখিমপুৰ জিলাৰ উওৰে কি জিলা আছে ? 

ক) অৰুণাচল প্ৰদেশ আছে

খ) মৰিগাওঁ আছে

গ) শিৱসাগৰ আছে

ঘ) যোৰহাট আছে

Ans-ক) অৰুণাচল প্ৰদেশ আছে

৫) লখিমপুৰ জিলাৰ পূৱে  কি আছে ? 

ক) মাজুলি জিলা  আছে ।

খ) ধেমাজি জিলা  আছে ।

গ) অৰুণাচল প্ৰদেশ আছে ।

ঘ) নগাওঁ জিলা  আছে ।

Ans-খ) ধেমাজি জিলা  আছে ।

৬) লখিমপুৰ জিলাৰ জনসংখ্যা কিমান ? 

ক) ১০,৪০,৬৪৫ জন ।

খ) ১o, ৪০,৬৪৪জন ।

গ) ১০,৪১,৬৮৩ জন ।

ঘ) ১০,৪১,৬৮৪ জন ।

Ans-খ) ১o, ৪০,৬৪৪জন ।

৭) লখিমপুৰ জিলাৰ প্ৰধান নদী কি ? 

ক) ব্ৰহ্মপুত্ৰৰ

খ) গংগা

গ) বৰাক

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) ব্ৰহ্মপুত্ৰৰ

৮) লখিমপুৰ জিলাৰ মুঠ মাটিকালি কিমান ? 

ক) ২,৩৫০,২৪ বৰ্গ কিঃমিঃ।

খ) ২,৩৫০,২৩ বৰ্গ কিঃমিঃ।

গ) ৩,৩৫০,২৫ বৰ্গ কিঃমিঃ ।

ঘ) ২,৩৩৩,৩৩ বৰ্গ কিঃমিঃ।

Ans-ক) ২,৩৫০,২৪ বৰ্গ কিঃমিঃ।

৯) লখিমপুৰ জিলাৰ সদৰ ঠাই কি ? 

ক) মৰাণ

খ) শিৱসাগৰ

গ) উওৰ লখিমপুৰ

ঘ) ডিব্ৰুগড়

Ans-গ) উওৰ লখিমপুৰ

১০) লখিমপুৰ জিলাৰ দক্ষিণে কি জিলা আছে ? 

ক) মাজুলী জিলা

খ) নলবাৰী জিলা

গ) শিৱসাগৰ জিলা

ঘ) মৰাণ জিলা

Ans-ক) মাজুলী জিলা