১) এসময়ত এই জিলাত কোনে ৰাজত্ব কৰিছিল ? 

ক) ডিমাচা-কছাৰীসকলে

খ) আহোমসকলে

গ) মোগল সকলে

ঘ) ইংৰাজসকলে

Ans-ক) ডিমাচা-কছাৰীসকলে

২) এই জিলাৰ উওৰে কি জিলা আছে ? 

ক) নলবাৰী

খ) মৰাণ

গ) শিলচৰ

Ans-ঘ) ডিমা হাচাও আৰু মেঘালয়

৩) এই জিলাৰ পূৱে কি ৰাজ্য আছে ? 

ক) মিজোৰাম

খ) মেঘালয়

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) মণিপুৰ

৪) কাছাৰ জিলাৰ সদৰ ঠাই কি ? 

ক) মৰিগাওঁ

খ) নগাওঁ

গ) নলবাৰী

Ans-ঘ) শিলচৰ

৫) কাছাৰ জিলাৰ মহকুমাৰ কি ? 

ক) শিলচৰ

খ) লক্ষীপুৰ

ঘ) কাটিগড়া

Ans-গ) শিলচৰ, লক্ষীপুৰ আৰু কাটীগড়া

৬) এই জিলাৰ মাটিকালি কিমান ? 

ক) ৩,৭৭৬.১০ বৰ্গ কিঃমিঃ

খ) ৪,৭৭৭.১০ বৰ্গ কিঃমিঃ

গ) ৫,৪৪৪.৫৫ বৰ্গ কিঃমিঃ

Ans-ঘ) ৯,৪৪৪.৬১ বৰ্গ কিঃমিঃ

৭) এই জিলাৰ জনসংখ্যা কিমান ? 

ক) ১৭,৩৬,৩২০ জন

খ) ১৮,৩৪,৩২১জন

ঘ) ১২,২৩,২৫৯ জন

Ans-গ) ১৭,৩৬,৩১৯ জন

৮) এই জিলাৰ বিমান ঘাটি কত আছে ? 

ক) লক্ষীপুৰত

খ) কাটিগড়াত

গ) দামচৰা

Ans-ঘ) কুম্ভীৰগ্ৰাম

৯) এই জিলাৰ দক্ষিণে কি  আছে ? 

ক) হাইলাকান্দি

খ) শিলচৰ

গ) কাটিগড়া

 Ans-ঘ) ইাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য

১০) এই জিলাৰ পশ্চিমে কি আছে ? 

ক) কৰিমগঞ্জ

খ) ইাইলাকান্দি

 ঘ) মৰাণ

Ans-গ) কৰিমগঞ্জ আৰু হাইলাকান্দি