১) এসময়ত এই জিলাত কোনে ৰাজত্ব কৰিছিল ?
ক) ডিমাচা-কছাৰীসকলে
খ) আহোমসকলে
গ) মোগল সকলে
ঘ) ইংৰাজসকলে
Ans-ক) ডিমাচা-কছাৰীসকলে
২) এই জিলাৰ উওৰে কি জিলা আছে ?
ক) নলবাৰী
খ) মৰাণ
গ) শিলচৰ
Ans-ঘ) ডিমা হাচাও আৰু মেঘালয়
৩) এই জিলাৰ পূৱে কি ৰাজ্য আছে ?
ক) মিজোৰাম
খ) মেঘালয়
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) মণিপুৰ
৪) কাছাৰ জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) নগাওঁ
গ) নলবাৰী
Ans-ঘ) শিলচৰ
৫) কাছাৰ জিলাৰ মহকুমাৰ কি ?
ক) শিলচৰ
খ) লক্ষীপুৰ
ঘ) কাটিগড়া
Ans-গ) শিলচৰ, লক্ষীপুৰ আৰু কাটীগড়া
৬) এই জিলাৰ মাটিকালি কিমান ?
ক) ৩,৭৭৬.১০ বৰ্গ কিঃমিঃ
খ) ৪,৭৭৭.১০ বৰ্গ কিঃমিঃ
গ) ৫,৪৪৪.৫৫ বৰ্গ কিঃমিঃ
Ans-ঘ) ৯,৪৪৪.৬১ বৰ্গ কিঃমিঃ
৭) এই জিলাৰ জনসংখ্যা কিমান ?
ক) ১৭,৩৬,৩২০ জন
খ) ১৮,৩৪,৩২১জন
ঘ) ১২,২৩,২৫৯ জন
Ans-গ) ১৭,৩৬,৩১৯ জন
৮) এই জিলাৰ বিমান ঘাটি কত আছে ?
ক) লক্ষীপুৰত
খ) কাটিগড়াত
গ) দামচৰা
Ans-ঘ) কুম্ভীৰগ্ৰাম
৯) এই জিলাৰ দক্ষিণে কি আছে ?
ক) হাইলাকান্দি
খ) শিলচৰ
গ) কাটিগড়া
Ans-ঘ) ইাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য
১০) এই জিলাৰ পশ্চিমে কি আছে ?
ক) কৰিমগঞ্জ
খ) ইাইলাকান্দি
ঘ) মৰাণ