১) মানকাচৰ নামটো ক'ৰ পৰা উৎপত্তি হৈছে?

i) নকা নামৰ বালিচৰৰ পৰা

ii) বালি নামৰ পৰা

iii) বালিচৰৰ নামৰ পৰা

Ans-i) নকা নামৰ বালিচৰৰ পৰা

২) মানকাচৰ চাৰিসীমাত কি কি জিলা আছে?

i) গোৱালপাৰা

ii) নগাওঁ

iii) ধুবুৰি, গোৱালপাৰা

Ans-iii) ধুবুৰি, গোৱালপাৰা

৩) মানকাচৰ সদৰ ঠাই কি?

i) হাট শিঙিমাৰি

ii) শালমৰা

iii) মৰিগাঁও

Ans- i) হাট শিঙিমাৰি

৪) মানকাচৰ প্ৰধান উপনৈ কি?

i) গদাধৰ

ii) সোণকোষ

iii) জি়ঞ্জিৰাম

Ans- iii) জি়ঞ্জিৰাম

৫)  মানকাচৰ মহকুমা কি?

i) গোসাঁইগাঁও

ii) কোকৰাঝাৰ

iii) দক্ষিন শালমৰা আৰু মানকাচৰ

Ans-iii) দক্ষিন শালমৰা আৰু মানকাচৰ

৬) মানকাচৰ প্ৰধান নদী কি?

i) বহ্মপুত্ৰ

ii) নদী

iii) বিল

Ans-i) বহ্মপুত্ৰ

৭) মানকাচৰ প্ৰধান শস্য কি?

i) ধান

ii) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ

iii) কুঁহিয়াৰ

Ans- ii) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ

৮) মানকাচৰ প্ৰধান শিল্প উদ্যোগ কি?

i) মৃৎ শিল্প

ii) কাহঁ শিল্প

iii) হাতেৰে কাম কৰা বিদ্যা

Ans-i) মৃৎ শিল্প

৯) মানকাচৰ প্ৰধান ঠাই কি কি ?

i) মানকাচৰ, মৰিগাঁও, চিৰাং আদি

ii) গুৱাহাতী, দক্ষিন শালমৰা , গোৱালপাৰা আদি

iii) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি

Ans-iii) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি