১) কি শব্দৰ পৰা 'হাইলা' শব্দ আহিছে ?
ক) 'হালাম' শব্দৰ পৰা
খ) 'কান্দি' শব্দৰ পৰা
গ) হাই শব্দৰ পৰা
ঘ) ওপৰৰ এটাও নহয়
Ans-ক) 'হালাম' শব্দৰ পৰা
২) ধলেশ্বৰী নদীৰ কান্দি অৰ্থাৎ পাৰত আলি বা অইল দি সীমা নিৰ্ধাৰণ কৰা জিলা খনৰ নাম কি ?
ক) নলবাৰী জিলা
খ) মৰাণ জিলা
গ) হাইলাকন্দি জিলা
ঘ) মৰিগাওঁ জিলা
Ans-গ) হাইলাকন্দি জিলা
৩) কি শব্দৰ পৰা 'কান্দি' শব্দৰ আহিছে ?
ক) কৰ্ণ শব্দৰ পৰা
খ) 'কুন্দি' শব্দৰ পৰা
গ) কালি শব্দৰ পৰা
ঘ) ওপৰৰ এটাও নহয়
Ans-খ) 'কুন্দি' শব্দৰ পৰা
৪) হালাম শব্দৰ অৰ্থ কি ?
ক) সৰু গাওঁ
খ) সৰু জিলা
গ) সৰু ৰাজ্য
ঘ) ওপৰৰ এটাও নহয়
Ans-গ) সৰু ৰাজ্য
৫) কুন্দি শব্দৰ অৰ্থ কি ?
ক) অস্থায়ীভাৱে থকা সৰু ৰাজ্য
খ) অস্থায়ীভাৱে থকা সৰু গাওঁ
গ) অস্থায়ীভাৱে কৰা খেতিৰ পথাৰ
ঘ) অস্থায়ীভাৱে থকা দোকান
Ans-গ) অস্থায়ীভাৱে কৰা খেতিৰ পথাৰ
৬) এই জিলাৰ উওৰে কি জিলা আছে ?
ক) মণিপুৰ জিলা
খ) মৰাণ জিলা
গ) তিনিচুকীয়া জিলা
ঘ) কাছাৰ জিলা
Ans-ঘ) কাছাৰ জিলা
৭) এই জিলাৰ সদৰ ঠাই কি ?
ক) মৰাণ জিলা
খ) কাছাৰ জিলা
গ)হাইলাকান্দি জিলা
ঘ) কৰিমগঞ্জ দিলা
Ans-গ)হাইলাকান্দি জিলা
৮) এই জিলাৰ মহকুমা কত আছে ?
ক) হাইলাকান্দি
খ) কাটলিচেৰা
গ) কৰিমগঞ্জ
ঘ) হাইলাকান্দি আৰু কাটলিচেৰা
Ans-ঘ) হাইলাকান্দি আৰু কাটলিচেৰা
৯) এই জিলাৰ মাটিকালি কিমান ?
ক) ১,৩২৫.৮৭ বৰ্গ কিঃমিঃ
খ) ১,২৩৫,৮৭ বৰ্গ কিঃমিঃ
গ) ১,৫৩২, ৮৭ বৰ্গ কিঃমিঃ
ঘ) ১,৩২৫,৭৮ বৰ্গ কিঃমিঃ
Ans-ক) ১,৩২৫.৮৭ বৰ্গ কিঃমিঃ
১০) এই জিলাৰ জনসংখ্যা কিমান ?
ক) ৬,৯৫,২৬০ জন
খ) ৬,৫৯,২৬০ জন
গ) ৬,৯৫,৬২০ জন
ঘ) ৬,৫৯,৬২০ জন
0 Comments