১) কি শব্দৰ পৰা 'হাইলা' শব্দ আহিছে ? 

ক) 'হালাম' শব্দৰ পৰা

খ) 'কান্দি' শব্দৰ পৰা

গ) হাই শব্দৰ পৰা

ঘ) ওপৰৰ এটাও নহয়

Ans-ক) 'হালাম' শব্দৰ পৰা

২) ধলেশ্বৰী নদীৰ কান্দি অৰ্থাৎ পাৰত আলি বা অইল দি সীমা নিৰ্ধাৰণ কৰা জিলা খনৰ নাম কি ? 

ক) নলবাৰী জিলা

খ) মৰাণ জিলা

গ) হাইলাকন্দি জিলা

ঘ) মৰিগাওঁ জিলা

Ans-গ) হাইলাকন্দি জিলা

৩) কি শব্দৰ পৰা 'কান্দি' শব্দৰ আহিছে ? 

ক) কৰ্ণ শব্দৰ পৰা

খ) 'কুন্দি' শব্দৰ পৰা

গ) কালি শব্দৰ পৰা

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) 'কুন্দি' শব্দৰ পৰা

৪) হালাম শব্দৰ অৰ্থ কি  ? 

ক) সৰু গাওঁ

খ) সৰু জিলা

গ) সৰু ৰাজ্য

ঘ) ওপৰৰ এটাও নহয়

Ans-গ) সৰু ৰাজ্য

৫) কুন্দি শব্দৰ অৰ্থ কি ? 

ক) অস্থায়ীভাৱে থকা সৰু ৰাজ্য

খ) অস্থায়ীভাৱে থকা সৰু গাওঁ

গ) অস্থায়ীভাৱে কৰা খেতিৰ পথাৰ

ঘ) অস্থায়ীভাৱে থকা দোকান

Ans-গ) অস্থায়ীভাৱে কৰা খেতিৰ পথাৰ

৬) এই জিলাৰ উওৰে কি জিলা আছে ? 

ক) মণিপুৰ জিলা

খ) মৰাণ জিলা

গ) তিনিচুকীয়া জিলা

ঘ) কাছাৰ জিলা

Ans-ঘ) কাছাৰ জিলা

৭) এই জিলাৰ সদৰ ঠাই কি ? 

ক) মৰাণ জিলা

খ) কাছাৰ জিলা

গ)হাইলাকান্দি জিলা

ঘ) কৰিমগঞ্জ  দিলা

Ans-গ)হাইলাকান্দি জিলা

৮) এই জিলাৰ মহকুমা কত আছে ? 

ক) হাইলাকান্দি

খ) কাটলিচেৰা

গ) কৰিমগঞ্জ

ঘ) হাইলাকান্দি আৰু কাটলিচেৰা

Ans-ঘ) হাইলাকান্দি আৰু কাটলিচেৰা

৯) এই জিলাৰ মাটিকালি কিমান ? 

ক) ১,৩২৫.৮৭ বৰ্গ কিঃমিঃ

খ) ১,২৩৫,৮৭ বৰ্গ কিঃমিঃ

গ) ১,৫৩২, ৮৭ বৰ্গ কিঃমিঃ

ঘ) ১,৩২৫,৭৮ বৰ্গ কিঃমিঃ

 Ans-ক) ১,৩২৫.৮৭ বৰ্গ কিঃমিঃ

১০) এই জিলাৰ জনসংখ্যা কিমান ? 

ক) ৬,৯৫,২৬০ জন

খ) ৬,৫৯,২৬০ জন

গ) ৬,৯৫,৬২০ জন

ঘ) ৬,৫৯,৬২০ জন

Ans-খ) ৬,৫৯,২৬০ জন