১) আংলং মানে কি ?

ক) কাপোৰ

খ) বাসভুমি

গ) লাওপানী

ঘ) ওপৰৰ এটাও নহয়

Ans-খ) বাসভুমি

২) কাৰ্বিসকলৰ বাসভুমি হোৱাৰ বাবে এই জিলাখনক কি নামেৰে জনা যায় ?

ক) মৰিগাওঁ নামেৰে জনা যায়

খ) মৰাণ নামেৰে জনা যায়

গ)ডিফু নামেৰে জনা যায়

ঘ) কাৰ্বি আংলং নামেৰে জনা যায়

Ans-ঘ) কাৰ্বি আংলং নামেৰে জনা যায়

৩) এই জিলাৰ উওৰে কি জিলা আছে ?

ক) নগাওঁ জিলা

খ) গোলাঘাট জিলা

গ) নগাওঁ আৰু গোলাঘাট জিলা

ঘ) ডিফু

Ans-গ) নগাওঁ আৰু গোলাঘাট জিলা

৪) এই জিলাৰ সদৰ ঠাই কি ?

ক) বোকাজান

খ) হাওৰাঘাট

গ) ডিফু

ঘ) কাৰ্বি আংলং

Ans-গ) ডিফু

৫) এই জিলাৰ মহকুমা কত আছে ?

ক) ডিফু

খ) বোকাজান

গ) হাওৰাঘাট

ঘ) ডিফু, বোকাযান, হাওৰাঘাট

Ans-ঘ) ডিফু, বোকাযান, হাওৰাঘাট

৬) এই জিলাৰ মাটি কালি কিমান ?

ক) ৭৩৯৮ বৰ্গ কিঃমিঃ

খ) ৭৩৯৭ বৰ্গ কিঃমিঃ

গ) ৭৩৯৯ বৰ্গ কিঃমিঃ

ঘ) ৭৩৯৯ বৰ্গ কিঃমিঃ

Ans-গ) ৭৩৯৯ বৰ্গ কিঃমিঃ

৭) এই জিলাৰ জনসংখ্যা কিমান ?

ক) ৬,৬০,৫৫৯ বৰ্গ কিঃমিঃ

খ) ৬,৭০.৯৫৫ বৰ্গ কিঃমিঃ

গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ

ঘ) ৭,৪৩,৯৯৯ বৰ্গ কিঃমিঃ

Ans-গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ

৮) এই জিলাৰ পূবে কি আছে ?

ক) মৰিগাওঁ

খ) নাগালেণ্ড

গ) গোলাঘাট

ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য

Ans-ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য

৯) এই জিলাৰ দক্ষিণে কি আছে ?

ক) ডিমা হাচাও জিলা

খ) নাগালেণ্ড

গ) নলবাৰী

ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য়

Ans-ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য়

১০) এই জিলাৰ পশ্চিমে কি জিলা আছে ?

ক) নলবাৰী জিলা

খ) নগাওঁ জিলা

গ) মৰাণ জিলা

ঘ) হোজাই জিলা

Ans-ঘ) হোজাই জিলা