১) কাৰ্বি জনজাতি লোকৰ বসতিৰ বাবেই এই জিলাখনক কি নামেৰে জনা যায় ?

ক) নলবাৰী

খ) কাছাৰ

গ) কাৰ্বি আংলং

ঘ) মেঘালয়

Ans-গ) কাৰ্বি আংলং

২) এই জিলাৰ উওৰে কি জিলা আছে ?

ক) ডিমা হাছাও জিলা

খ) নগাওঁ

গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা

ঘ) হোজাই জিলা

Other…

Ans-গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা

৩) এই জিলাৰ সদৰ ঠাই কি ?

ক) হামৰেণ

খ) ডিমা হাছাও

গ) মেঘালয়

ঘ) হোজাই

Ans-ক) হামৰেণ

৪) এই জিলাৰ মহকুমা কত আছে ?

ক) ডিমা হাছাও

খ) মেঘালয়

গ) হোজাই

ঘ) হামৰেণ

Ans-ঘ) হামৰেণ

৫) এই জিলাৰ মাটিকালি কিমান ?

ক) ৩০৩৫ বৰ্গ কিঃমিঃ

খ) ৩০৫৩ বৰ্গ কিঃমিঃ

গ) ৩২০৫ বৰ্গ কিঃমিঃ

ঘ) ৩৩৩৩ বৰ্গ কিঃমিঃ

Ans-ক) ৩০৩৫ বৰ্গ কিঃমিঃ

৬) এই জিলাৰ জনসংখ্যা কিমান ?

ক) ৩,০০,০০০ জন,

খ) ৩,০০০০১ জন

গ) ৩,০০,৪০৩ জন

ঘ) ৩০,৯৯,৯৯৯ জন

Ans-ক) ৩,০০,০০০ জন,

৭) এই জিলাখন চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ টোৰ নাম কি ?

ক) ৫৫ নং

খ) ৫২ নং

গ) ৫৮ নং

ঘ) ৩৭ নং

Ans-গ) ৫৮ নং

৮) এই জিলাত যথেষ্ট পৰিমাণে কি উৎপাদন কৰা হয় ?

ক) ধান উৎপাদন কৰা হয়

খ) কপাহ উৎপাদন কৰা হয়

গ) ঘেহুঁ উৎপাদন কৰা হয়

ঘ) সৰিয়হ উৎপাদন কৰা হয়

Ans-খ) কপাহ উৎপাদন কৰা হয়

৯) এই জিলাৰ প্ৰধান শিল্প কি ?

ক) কুটীৰ শিল্প

খ) বাহঁ বেতৰ শিল্প

গ) বয়ন শিল্প

ঘ) লোক - শিল্প

 Ans-খ) বাহঁ বেতৰ শিল্প

১০) এই জিলাৰ পূবে কি জিলা ?

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) ডিমা হাছাও জিলা

ঘ) হোজাই জিলা

Ans-ঘ) হোজাই জিলা