১) কাৰ্বি জনজাতি লোকৰ বসতিৰ বাবেই এই জিলাখনক কি নামেৰে জনা যায় ?
ক) নলবাৰী
খ) কাছাৰ
গ) কাৰ্বি আংলং
Ans-গ) কাৰ্বি আংলং
২) এই জিলাৰ উওৰে কি জিলা আছে ?
ক) ডিমা হাছাও জিলা
খ) নগাওঁ
গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা
ঘ) হোজাই জিলা
Other…
Ans-গ) নগাওঁ, মৰিগাওঁ আৰু হোজাই জিলা
৩) এই জিলাৰ সদৰ ঠাই কি ?
ক) হামৰেণ
খ) ডিমা হাছাও
গ) মেঘালয়
ঘ) হোজাই
Ans-ক) হামৰেণ
৪) এই জিলাৰ মহকুমা কত আছে ?
ক) ডিমা হাছাও
খ) মেঘালয়
গ) হোজাই
ঘ) হামৰেণ
Ans-ঘ) হামৰেণ
৫) এই জিলাৰ মাটিকালি কিমান ?
ক) ৩০৩৫ বৰ্গ কিঃমিঃ
খ) ৩০৫৩ বৰ্গ কিঃমিঃ
গ) ৩২০৫ বৰ্গ কিঃমিঃ
ঘ) ৩৩৩৩ বৰ্গ কিঃমিঃ
Ans-ক) ৩০৩৫ বৰ্গ কিঃমিঃ
৬) এই জিলাৰ জনসংখ্যা কিমান ?
ক) ৩,০০,০০০ জন,
খ) ৩,০০০০১ জন
গ) ৩,০০,৪০৩ জন
ঘ) ৩০,৯৯,৯৯৯ জন
Ans-ক) ৩,০০,০০০ জন,
৭) এই জিলাখন চুই যোৱা ৰাষ্ট্ৰীয় ঘাইপথ টোৰ নাম কি ?
ক) ৫৫ নং
খ) ৫২ নং
গ) ৫৮ নং
ঘ) ৩৭ নং
Ans-গ) ৫৮ নং
৮) এই জিলাত যথেষ্ট পৰিমাণে কি উৎপাদন কৰা হয় ?
ক) ধান উৎপাদন কৰা হয়
খ) কপাহ উৎপাদন কৰা হয়
গ) ঘেহুঁ উৎপাদন কৰা হয়
ঘ) সৰিয়হ উৎপাদন কৰা হয়
Ans-খ) কপাহ উৎপাদন কৰা হয়
৯) এই জিলাৰ প্ৰধান শিল্প কি ?
ক) কুটীৰ শিল্প
খ) বাহঁ বেতৰ শিল্প
গ) বয়ন শিল্প
ঘ) লোক - শিল্প
Ans-খ) বাহঁ বেতৰ শিল্প
১০) এই জিলাৰ পূবে কি জিলা ?
ক) মৰিগাওঁ জিলা
খ) নগাওঁ জিলা
গ) ডিমা হাছাও জিলা
ঘ) হোজাই জিলা
Ans-ঘ) হোজাই জিলা
0 Comments