১ এসময়ত ডিমাচা কছাৰীসকলে এই ঠাইত ৰাজত্ব কৰিছিল বাবে এই জিলাখনৰ নাম কি হয় ?
ক) মৰিগাওঁ জিলা
খ) নগাওঁ জিলা
গ) ডিমা হাচাও জিলা
ঘ) কাৰ্বি আংলং জিলা
Ans-গ) ডিমা হাচাও জিলা
২) আগেয়ে এই জিলা খনৰ নাম কি আছিল ?
ক) কাৰ্বি আংলং
খ) মৰিগাওঁ
গ) উওৰ কাছাৰ পাৰ্বত্য জিলা
ঘ) কাছাৰ
Ans-গ) উওৰ কাছাৰ পাৰ্বত্য জিলা
৩) এই জিলাৰ উওৰে কি জিলা আছে ?
ক) মৰিগাওঁ জিলা
খ) নলবাৰী জিলা
গ) হোজাই জিলা
ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা
Ans-ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা
৪) এই জিলাৰ পূবে কি আছে ?
ক) কাৰ্বি আংলং
খ) নাগালেণ্ড
গ) মণিপুৰ
ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য
Ans-ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য
৫) এই জিলাৰ দক্ষিণে কি জিলা আছে ?
ক) কাছাৰ জিলা
খ) মৰিগাওঁ জিলা
গ) নলবাৰী জিলা
ঘ) ধুবুৰী জিলা
Ans-ক) কাছাৰ জিলা
৬) এই জিলাৰ পশ্চিমে আছে ?
ক) মেঘালয় আছে
খ) কাৰ্বি আংলং আছে
গ) নাগালেণ্ড অছে
ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং
Ans-ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং
৭) এই জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) হাফলং
গ) মাইবং
ঘ) দিয়ুংব্ৰা
Ans-খ) হাফলং
৮) এই জিলাৰ মহকুমাৰ কি ?
ক) হাফলং
খ) হাফলং , মাইবং , দিয়ুংব্ৰা
গ) মাইবং
ঘ) ডিমা হাচাও
Ans-খ) হাফলং , মাইবং , দিয়ুংব্ৰা
৯) এই জিলাৰ মাটিকালি কিমান ?
ক) ৪,৮৮৭ বৰ্গ কিঃমিঃ
খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ
গ) ৮,৯৯৯ বৰ্গ কিঃমিঃ
ঘ) ৯,৯৯৯ বৰ্গ কিঃমিঃ
Ans-খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ
১০) এই জিলাৰ জনসংখ্যা কিমান ?
ক) ২,১৩,৫২৯ জন
খ) ২,৪৫,৪৫ জন
গ) ৪,৫৬,৭৬ জন
২,১৩,৫৯২ জন
0 Comments