১ এসময়ত ডিমাচা কছাৰীসকলে এই ঠাইত ৰাজত্ব কৰিছিল বাবে এই জিলাখনৰ নাম কি হয় ? 

ক) মৰিগাওঁ জিলা

খ) নগাওঁ জিলা

গ) ডিমা হাচাও জিলা

ঘ) কাৰ্বি আংলং  জিলা

Ans-গ) ডিমা হাচাও জিলা

 ২) আগেয়ে এই জিলা খনৰ নাম কি আছিল ? 

ক) কাৰ্বি আংলং

খ) মৰিগাওঁ

গ) উওৰ কাছাৰ পাৰ্বত্য জিলা

ঘ) কাছাৰ

Ans-গ) উওৰ কাছাৰ পাৰ্বত্য জিলা

৩) এই জিলাৰ উওৰে কি জিলা আছে ? 

ক) মৰিগাওঁ জিলা

খ) নলবাৰী জিলা

গ) হোজাই জিলা

ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা

Ans-ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা

৪) এই জিলাৰ পূবে কি আছে ? 

ক) কাৰ্বি আংলং

খ) নাগালেণ্ড

গ) মণিপুৰ

ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য

Ans-ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য

৫) এই জিলাৰ দক্ষিণে কি জিলা আছে ? 

ক) কাছাৰ জিলা

খ) মৰিগাওঁ জিলা

গ) নলবাৰী জিলা

ঘ) ধুবুৰী জিলা

Ans-ক) কাছাৰ জিলা

৬) এই জিলাৰ পশ্চিমে আছে ? 

ক) মেঘালয় আছে

খ) কাৰ্বি আংলং আছে

গ) নাগালেণ্ড অছে

ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং

Ans-ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং

৭) এই জিলাৰ সদৰ ঠাই কি ? 

ক) মৰিগাওঁ

খ) হাফলং

গ) মাইবং

ঘ) দিয়ুংব্ৰা

Ans-খ) হাফলং

৮) এই জিলাৰ মহকুমাৰ কি ? 

ক) হাফলং

খ) হাফলং , মাইবং , দিয়ুংব্ৰা

গ) মাইবং

ঘ) ডিমা হাচাও

Ans-খ) হাফলং , মাইবং , দিয়ুংব্ৰা

৯) এই জিলাৰ মাটিকালি কিমান ? 

ক) ৪,৮৮৭ বৰ্গ কিঃমিঃ

খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ

গ) ৮,৯৯৯ বৰ্গ কিঃমিঃ

ঘ) ৯,৯৯৯ বৰ্গ কিঃমিঃ

Ans-খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ

১০) এই জিলাৰ জনসংখ্যা কিমান ? 

ক) ২,১৩,৫২৯ জন

খ) ২,৪৫,৪৫ জন

গ) ৪,৫৬,৭৬ জন

২,১৩,৫৯২ জন

Ans-ক) ২,১৩,৫২৯ জন