১) বঙাইগাঁও নামটো ক'ৰ পৰা উৎপত্তি হয়?

i) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয়

ii) বং নামৰ কবিৰ পৰা উৎপত্তি হয়

iii) পশ্চিমবংগ নামৰ পৰা উৎপত্তি হয়

Ans- i) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয়

২) বঙাইগাঁও চাৰিসীমাত কি কি জিলা আছে?

i) চিৰাং , বৰপেটা, গোৱালপাৰা

ii) মৰিগাঁও , নগাঁও ,চিৰাং

iii) নগাঁও, বৰপেটা, গোৱালপাৰা

Ans-i) চিৰাং , বৰপেটা, গোৱালপাৰা

৩) বঙাইগাঁও জিলা মহকুমা কি কি?

i) গোৱালপাৰা, চিৰাং

ii) বঙাইগাঁও, নগাঁও

iii) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ

Ans- iii) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ

৪) বঙাইগাঁও জিলা মাটিকালি কিমান?

i) ৫,৬৬,৮০৯

ii) ৭,৩৮,৮০৪

iii) ৩,৬৬,৮৯০

Ans-ii) ৭,৩৮,৮০৪

৫) বঙাইগাঁও জিলা জনসংখ্যা কিমান?

i) ৮,৮৮,৬৭৫

ii) ২,৬৭,৯৮০

iii) ৭,৩২,৬৩৯

Ans-iii) ৭,৩২,৬৩৯

৬) বঙাইগাঁও জিলা প্ৰধান উপনৈ কি কি?

i) মানাহ, চম্পাৱতী

ii) মানাহ

iii) চম্পাৱতী

Ans-i) মানাহ, চম্পাৱতী

৭) বঙাইগাঁও জিলা প্ৰধান পাহাৰ কি কি?

i) যোগীঘোপা , মহাদেৱ, নাককাটি

ii) মহাদেৱ

iii) যোগীঘোপা

Ans-i) যোগীঘোপা , মহাদেৱ, নাককাটি

৮) বঙাইগাঁও জিলা প্ৰধান বিল কি কি?

i) তামৰঙা

ii) দলনি

iii)তামৰঙা, দলনি, কনৰা

Ans-iii)তামৰঙা, দলনি, কনৰা

৯) বঙাইগাঁও জিলা প্ৰধান জাহাজ ঘাট কি?

i) মানাহ

ii) যোগীঘোপা

iii) মহাদেৱ

 Ans-ii) যোগীঘোপা

১০) বঙাইগাঁও জিলা প্ৰধান শস্য কি কি ?

i) ধান

ii) মৰাপাট

iii) মাহ, সৰিয়হ, মৰাপাট, ধান

Ans-iii) মাহ, সৰিয়হ, মৰাপাট, ধান