১) বঙাইগাঁও নামটো ক'ৰ পৰা উৎপত্তি হয়?
i) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয়
ii) বং নামৰ কবিৰ পৰা উৎপত্তি হয়
iii) পশ্চিমবংগ নামৰ পৰা উৎপত্তি হয়
Ans- i) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয়
২) বঙাইগাঁও চাৰিসীমাত কি কি জিলা আছে?
i) চিৰাং , বৰপেটা, গোৱালপাৰা
ii) মৰিগাঁও , নগাঁও ,চিৰাং
iii) নগাঁও, বৰপেটা, গোৱালপাৰা
Ans-i) চিৰাং , বৰপেটা, গোৱালপাৰা
৩) বঙাইগাঁও জিলা মহকুমা কি কি?
i) গোৱালপাৰা, চিৰাং
ii) বঙাইগাঁও, নগাঁও
iii) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ
Ans- iii) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ
৪) বঙাইগাঁও জিলা মাটিকালি কিমান?
i) ৫,৬৬,৮০৯
ii) ৭,৩৮,৮০৪
iii) ৩,৬৬,৮৯০
Ans-ii) ৭,৩৮,৮০৪
৫) বঙাইগাঁও জিলা জনসংখ্যা কিমান?
i) ৮,৮৮,৬৭৫
ii) ২,৬৭,৯৮০
iii) ৭,৩২,৬৩৯
Ans-iii) ৭,৩২,৬৩৯
৬) বঙাইগাঁও জিলা প্ৰধান উপনৈ কি কি?
i) মানাহ, চম্পাৱতী
ii) মানাহ
iii) চম্পাৱতী
Ans-i) মানাহ, চম্পাৱতী
৭) বঙাইগাঁও জিলা প্ৰধান পাহাৰ কি কি?
i) যোগীঘোপা , মহাদেৱ, নাককাটি
ii) মহাদেৱ
iii) যোগীঘোপা
Ans-i) যোগীঘোপা , মহাদেৱ, নাককাটি
৮) বঙাইগাঁও জিলা প্ৰধান বিল কি কি?
i) তামৰঙা
ii) দলনি
iii)তামৰঙা, দলনি, কনৰা
Ans-iii)তামৰঙা, দলনি, কনৰা
৯) বঙাইগাঁও জিলা প্ৰধান জাহাজ ঘাট কি?
i) মানাহ
ii) যোগীঘোপা
iii) মহাদেৱ
Ans-ii) যোগীঘোপা
১০) বঙাইগাঁও জিলা প্ৰধান শস্য কি কি ?
i) ধান
ii) মৰাপাট
iii) মাহ, সৰিয়হ, মৰাপাট, ধান
Ans-iii) মাহ, সৰিয়হ, মৰাপাট, ধান