১) গোৱালপাৰা নাম টো ক'ৰ পৰা উৎপত্তি হয়?
i) গোৱালিটিপ্পিকা পৰা
ii) গোৱালৰ পৰা
iii) লক্ষীপুৰ পৰা
Ans- i) গোৱালিটিপ্পিকা পৰা
২) গোৱালপাৰা চাৰিসীমাত কি কি জিলা আছে?
i) ধুবুৰি ,চিৰাং , কোকৰাঝাৰ
ii) নগাঁও , পৰপেটা , ধুবুৰি
iii) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও
Ans-iii) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও
৩) গোৱালপাৰা সদৰ ঠাই কি?
i) গোৱালিটিপ্পিকা
ii) গোৱালপাৰা
iii) মৰিগাঁও
Ans-ii) গোৱালপাৰা
৪) গোৱালপাৰা মহকুমা কি?
i) লক্ষীপুৰ
ii) গোৱালপাৰা
iii) গোৱালপাৰা আৰু লক্ষীপুৰ
Ans- iii) গোৱালপাৰা আৰু লক্ষীপুৰ
৫) গোৱালপাৰা মাটিকালি কিমান?
i) ৫৬,৬৭ বৰ্গ
ii) ১৮,২৬ বৰ্গ
iii) ১৯,৮৭ বৰ্গ
Ans- ii) ১৮,২৬ বৰ্গ
৬) গোৱালপাৰাত জনসংখ্যা কিমান?
i) ১০,০৮,৬৭৮ জন
ii) ১০,০৫,৯৫৯ জন
iii) ১০,০৮,৯৫৯
Ans- iii) ১০,০৮,৯৫৯
৭) গোৱালপাৰা প্ৰধান পাহাৰ কি কি?
i) জিনাৰি
ii) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি
iii) পাগলাৰটেক
Ans- ii) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি
৮) গোৱালপাৰা প্ৰধান উপনৈ কি কি?
i) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি
ii) জিনাৰি
iii) দুধনৈ
Ans-i) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি
৯) গোৱালপাৰা জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?
i) ৩৭ নং
ii) ২১ নং
iii) ৩১ নং
Ans-i) ৩৭ নং
১০) গোৱালপাৰা ৰে'ল ষ্টেছন কি কি ?
i) ধূপধৰা
ii) দৰংগিৰি
iii) ৰংজুৰি , আমজেঙা , গোৱালপাৰা