১) গোৱালপাৰা নাম টো ক'ৰ পৰা উৎপত্তি হয়?

i) গোৱালিটিপ্পিকা পৰা

ii) গোৱালৰ পৰা

iii) লক্ষীপুৰ পৰা

Ans- i) গোৱালিটিপ্পিকা পৰা

২) গোৱালপাৰা চাৰিসীমাত কি কি জিলা আছে?

i) ধুবুৰি ,চিৰাং , কোকৰাঝাৰ

ii) নগাঁও , পৰপেটা , ধুবুৰি

iii) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও

Ans-iii) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও

৩) গোৱালপাৰা সদৰ ঠাই কি?

i) গোৱালিটিপ্পিকা

ii) গোৱালপাৰা

iii) মৰিগাঁও

Ans-ii) গোৱালপাৰা

৪) গোৱালপাৰা মহকুমা কি?

i) লক্ষীপুৰ

ii) গোৱালপাৰা

iii) গোৱালপাৰা আৰু লক্ষীপুৰ

Ans- iii) গোৱালপাৰা আৰু লক্ষীপুৰ

৫) গোৱালপাৰা মাটিকালি কিমান?

i) ৫৬,৬৭ বৰ্গ

ii) ১৮,২৬ বৰ্গ

iii) ১৯,৮৭ বৰ্গ

Ans- ii) ১৮,২৬ বৰ্গ

৬) গোৱালপাৰাত জনসংখ্যা  কিমান?

i) ১০,০৮,৬৭৮ জন

ii) ১০,০৫,৯৫৯ জন

iii) ১০,০৮,৯৫৯

Ans- iii) ১০,০৮,৯৫৯

৭) গোৱালপাৰা প্ৰধান পাহাৰ কি কি?

i) জিনাৰি

ii) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি

iii) পাগলাৰটেক

Ans- ii) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি

৮) গোৱালপাৰা প্ৰধান উপনৈ কি কি?

i) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি

ii) জিনাৰি

iii) দুধনৈ

Ans-i) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি

৯) গোৱালপাৰা জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?

i) ৩৭ নং

ii) ২১ নং

iii) ৩১ নং

Ans-i) ৩৭ নং

১০) গোৱালপাৰা ৰে'ল ষ্টেছন কি কি ?

i) ধূপধৰা

ii) দৰংগিৰি

iii) ৰংজুৰি , আমজেঙা , গোৱালপাৰা

Ans-iii) ৰংজুৰি , আমজেঙা , গোৱালপাৰা