১) বৰপেটা নামটো ক'ৰ পৰা উৎপত্তি হয়?
i) পিটনি পৱৰা
ii) বৰপিট'ৰ পৰা
iii) পেটা পৰা
Ans- ii) বৰপিট'ৰ পৰা
২) বৰপেটা জিলা প্ৰধান শস্য কি কি?
i) ধান
ii) মাহ
iii) সৰিয়হ, মৰাপাট, ধান
Ans-iii) সৰিয়হ, মৰাপাট, ধান
৩) বৰপেটা চাৰিসীমাত কি কি জিলা আছে ?
i) বাকজা, মৰিগাঁও, নগাঁও
ii) বাকজা, নলবাৰী, কামৰূপ
iii) বাকজা, মৰিগাঁও , নলবাৰী
Ans-ii) বাকজা, নলবাৰী, কামৰূপ
৪) বৰপেটা জিলা সদৰ ঠাই কি?
i) নলবাৰী
ii) কামৰূপ
iii) বৰপেটা
Ans-iii) বৰপেটা
৫) বৰপেটা জিলা মহকুমা কি?
i) বাকজা, নলবাৰী, কামৰূপ আদি
ii) বাকজা, মৰিগাঁও , নলবাৰী আদি
iii) বৰপেটা, বজালী, কলগাছিয়া আদি
Ans-iii) বৰপেটা, বজালী, কলগাছিয়া আদি
৬) বৰপেটা জিলা মাটিকালি কিমান?
i) ২,৭৬৫,৮৯ বৰ্গ
ii) ২,৬৪৫.১০ বৰ্গ
iii) ১,৭৬৮,৯৮ বৰ্গ
Ans-ii) ২,৬৪৫.১০ বৰ্গ
৭) বৰপেটা জিলা জনসংখ্যা কিমান?
i) ১৬,৯৩,১৯০ জন
ii) ৫৬,৮৭,৯৮৭ জন
iii) ১৩,ক৮৭,৮৭৬ জন
Ans-i) ১৬,৯৩,১৯০ জন
৮) বৰপেটা জিলা প্ৰধান উপনৈ কি কি?
i) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি
ii) মানাহ, চম্পাৱতী, মানাহ ইত্যাদি
iii) চম্পাৱতী, কালডিয়া, কাৰেখোৱা ইত্যাদি
Ans-i) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি
৯) বৰপেটা জিলা প্ৰধান পাহাৰ কি কি ?
i) গোমি
ii) বাঘবৰ, চিলাটিং
iii) বৰডোৱা
Ans-ii) বাঘবৰ, চিলাটিং
১০) বৰপেটা জিলা প্ৰধান বিল কি কি?
i) কাপলা, লচঙা, বহুৱা গৰাবিল ইত্যাদি
ii) তামৰঙা , দলনি, কনৰা ইত্যাদি
iii) তামৰঙা , দলনি, কাপলা ইত্যাদি
Ans-ii) তামৰঙা , দলনি, কনৰা ইত্যাদি