১) বৰপেটা নামটো ক'ৰ পৰা উৎপত্তি হয়?

i) পিটনি পৱৰা

ii) বৰপিট'ৰ পৰা

iii) পেটা পৰা

Ans- ii) বৰপিট'ৰ পৰা

২) বৰপেটা জিলা প্ৰধান শস্য কি কি?

i) ধান

ii) মাহ

iii) সৰিয়হ, মৰাপাট, ধান

Ans-iii) সৰিয়হ, মৰাপাট, ধান

৩) বৰপেটা চাৰিসীমাত কি কি জিলা আছে ?

i) বাকজা, মৰিগাঁও, নগাঁও

ii) বাকজা, নলবাৰী, কামৰূপ

iii) বাকজা, মৰিগাঁও , নলবাৰী

Ans-ii) বাকজা, নলবাৰী, কামৰূপ

৪) বৰপেটা জিলা সদৰ ঠাই কি?

i) নলবাৰী

ii) কামৰূপ

iii) বৰপেটা

Ans-iii) বৰপেটা

৫) বৰপেটা জিলা মহকুমা কি?

i) বাকজা, নলবাৰী, কামৰূপ আদি

ii) বাকজা, মৰিগাঁও , নলবাৰী আদি

iii) বৰপেটা, বজালী, কলগাছিয়া  আদি

Ans-iii) বৰপেটা, বজালী, কলগাছিয়া  আদি

৬) বৰপেটা জিলা মাটিকালি কিমান?

i) ২,৭৬৫,৮৯ বৰ্গ

ii) ২,৬৪৫.১০ বৰ্গ

iii) ১,৭৬৮,৯৮ বৰ্গ

Ans-ii) ২,৬৪৫.১০ বৰ্গ

৭) বৰপেটা জিলা জনসংখ্যা কিমান?

i) ১৬,৯৩,১৯০ জন

ii) ৫৬,৮৭,৯৮৭ জন

iii) ১৩,ক৮৭,৮৭৬ জন

Ans-i) ১৬,৯৩,১৯০ জন

৮) বৰপেটা জিলা প্ৰধান উপনৈ কি কি?

i) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি

ii) মানাহ, চম্পাৱতী, মানাহ ইত্যাদি

iii) চম্পাৱতী, কালডিয়া, কাৰেখোৱা ইত্যাদি

 Ans-i) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি

৯) বৰপেটা জিলা প্ৰধান পাহাৰ কি কি ?

i) গোমি

ii) বাঘবৰ, চিলাটিং

iii) বৰডোৱা

Ans-ii) বাঘবৰ, চিলাটিং

১০) বৰপেটা জিলা প্ৰধান বিল কি কি?

i) কাপলা, লচঙা, বহুৱা গৰাবিল ইত্যাদি

ii) তামৰঙা , দলনি, কনৰা  ইত্যাদি

iii) তামৰঙা , দলনি, কাপলা ইত্যাদি

Ans-ii) তামৰঙা , দলনি, কনৰা  ইত্যাদি