১) নলবাৰী নামটো ক'ৰ পৰা উৎপত্তি হৈছিল?
i) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।
ii) নল শব্দ পৰা উৎপত্তি হয়।
iii) খাগৰি পৰা উৎপত্তি হয়।
Ans- i) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।
২) নলবাৰী চাৰিসীমাত কি কি জিলা আছে ?
i) বাকসা , গোৱালপাৰা, মৰিগাঁও।
ii) নগাঁও, গোৱালপাৰা, চিৰাং।
iii) বাকসা , কামৰূপ, বৰপেটা।
Ans-iii) বাকসা , কামৰূপ, বৰপেটা।
৩) নলবাৰী মাটিকালি কিমান?
i) ১,৭৭৬.৮৩ বৰ্গ
ii) ১,০০৮.৮৩ বৰ্গ
iii) ৬, ৮৭৯.৮৩ বৰ্গ
iv) Other…
Ans-ii) ১,০০৮.৮৩ বৰ্গ
৪) নলবাৰী জিলা জনসংখ্যা কিমান?
i) ১,৬৭,৯৮০ জন।
ii) ৭,৯৮,৪৫৬ জন।
iii) ৭,৬৯,৯১৯ জন।
Ans-iii) ৭,৬৯,৯১৯ জন।
৫) নলবাৰী জিলা সদৰ ঠাই কি?
i) গোৱালপাৰা
ii) চিৰাং
iii) নলবাৰী
Ans-iii) নলবাৰী
৬) নলবাৰী জিলা মহকুমা কি?
i) মুকালমুৱা
ii) চিৰাং
iii) নলবাৰী, টিহু আৰু মুকালমুৱা।
Ans-iii) নলবাৰী, টিহু আৰু মুকালমুৱা।
৭) নলবাৰী জিলা প্ৰধান উপনৈ কি?
i) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।
ii) পুঠিমাৰী, পহুমাৰা, বেঁকী।
iii) টিহু,পহুমাৰা, বেঁকী।
Ans-i) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।
৮) নলবাৰী জিলা প্ৰধান বিল কি?
i) গৰাজান,পহুমাৰা, বেঁকী।
ii) টিহু,পহুমাৰা, বেঁকী।
iii) গৰজান, বৰবিল, দীঘেলী।
Ans-iii) গৰজান, বৰবিল, দীঘেলী।
৯) নলবাৰী জিলা প্ৰধান ৰে'ল পথ কি?
i) উত্তৰ-পূব সীমান্ত ৰে'লপথ।
ii) জাগিৰোড ৰে'লপথ।
iii) অন্য ৰে'লপথ।
Ans-i) উত্তৰ-পূব সীমান্ত ৰে'লপথ।
১০) নলবাৰী জিলা প্ৰধান শস্য কি?
i) ধান
ii) মাহ
iii) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।