১) নলবাৰী নামটো ক'ৰ পৰা উৎপত্তি হৈছিল?

i) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।

ii) নল শব্দ পৰা উৎপত্তি হয়।

iii) খাগৰি পৰা উৎপত্তি হয়।

Ans- i) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।

২) নলবাৰী চাৰিসীমাত কি কি জিলা আছে ?

i) বাকসা , গোৱালপাৰা, মৰিগাঁও।

ii) নগাঁও, গোৱালপাৰা, চিৰাং।

iii) বাকসা , কামৰূপ,  বৰপেটা।

Ans-iii) বাকসা , কামৰূপ,  বৰপেটা।

৩) নলবাৰী মাটিকালি কিমান?

i) ১,৭৭৬.৮৩ বৰ্গ

ii) ১,০০৮.৮৩ বৰ্গ

iii) ৬, ৮৭৯.৮৩ বৰ্গ

iv) Other…

Ans-ii) ১,০০৮.৮৩ বৰ্গ

৪) নলবাৰী জিলা জনসংখ্যা কিমান?

i) ১,৬৭,৯৮০ জন।

ii) ৭,৯৮,৪৫৬ জন।

iii) ৭,৬৯,৯১৯ জন।

Ans-iii) ৭,৬৯,৯১৯ জন।

৫) নলবাৰী জিলা সদৰ ঠাই কি?

i) গোৱালপাৰা

ii) চিৰাং

iii) নলবাৰী

Ans-iii) নলবাৰী

৬) নলবাৰী জিলা মহকুমা কি?

i) মুকালমুৱা

ii) চিৰাং

iii) নলবাৰী, টিহু আৰু মুকালমুৱা।

Ans-iii) নলবাৰী, টিহু আৰু মুকালমুৱা।

৭) নলবাৰী জিলা প্ৰধান উপনৈ কি?

i) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।

ii) পুঠিমাৰী, পহুমাৰা, বেঁকী।

iii) টিহু,পহুমাৰা, বেঁকী।

Ans-i) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।

৮) নলবাৰী জিলা প্ৰধান বিল কি?

i) গৰাজান,পহুমাৰা, বেঁকী।

ii) টিহু,পহুমাৰা, বেঁকী।

iii) গৰজান, বৰবিল, দীঘেলী।

Ans-iii) গৰজান, বৰবিল, দীঘেলী।

৯) নলবাৰী জিলা প্ৰধান ৰে'ল পথ কি?

i) উত্তৰ-পূব সীমান্ত ৰে'লপথ।

ii) জাগিৰোড ৰে'লপথ।

iii) অন্য ৰে'লপথ।

Ans-i) উত্তৰ-পূব সীমান্ত ৰে'লপথ।

১০) নলবাৰী জিলা প্ৰধান শস্য কি?

i) ধান

ii) মাহ

iii) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।

Ans-iii) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।