Chapter- 1
লাহে লাহে
১. কবিতাটিৰ কবি গৰাকীৰ নাম কি?
(ক) সত্যনাথ বৰা
(খ) নবীন চন্দ্ৰ বৰদলৈ
(গ) এটাও নহয়
উত্তৰ- (খ) নবীন চন্দ্ৰ বৰদলৈ ।
২. কিমান চনত কবি গৰাকীৰ জন্ম হৈছিল?
(ক) ১৯০৩ চনত
(খ) ১৮৭৫ চনত
(গ) এটাও নহয়
উত্তৰ- (খ) ১৮৭৫ চনত ।
৩. কিমান চনত কবি গৰাকীৰ মৃত্য়ু হৈছিল?
(ক) ১৯১৮ চনত
(খ) ১৯৩৬ চনত
(গ) এটাও নহয়
উত্তৰ- (খ) ১৯৩৬ চনত ।
৪. বক্তৃতা শব্দৰ অৰ্থ কি?
(ক) শিখৰ
(খ) সভাত কোৱা কথা; ভাষণ
(গ) এটাও নহয়
উত্তৰ- (খ) সভাত কোৱা কথা; ভাষণ ।
৫. কবি গৰাকীয়ে কিমান চনৰ পৰা কিমান চনলৈ কলিকতাৰ হাইক’ৰ্টত ওকালতি কৰিছিল?
(ক) ১৯১৮ চনৰ পৰা ১৯২০ চনলৈ
(খ) ১৯০৯ চনৰ পৰা ১৯১৮ চনলৈ
(গ) এটাও নহয়
উত্তৰ- (খ) ১৯০৯ চনৰ পৰা ১৯১৮ চনলৈ ।
৬. দেশান্তৰ শব্দৰ অৰ্থ কি?
(ক) সভাত কোৱা কথা
(খ) অন্য় দেশ
(গ) এটাও নহয়
উত্তৰ- (খ) অন্য় দেশ
।
৭. পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয়?
(ক) এডোপ এডোপ কৰি
(খ) একোটা একোটা কৰি আখৰ জোঁটাই
(গ) এটাও নহয়
উত্তৰ- (খ) একোটা একোটা কৰি আখৰ জোঁটাই ।
৮. কবিয়ে কিমান চনত গুৱাহাটীত ওকালতিৰ কৰ্মজীৱন আৰম্ভ কৰিছিল?
(ক) ১৯০৪ চনত
(খ) ১৯০৩ চনত
(গ) এটাও নহয়
উত্তৰ- (খ) ১৯০৩ চনত ।
৯. ছেক্সপীয়েৰৰ কেইখন নাট তেখেতে অসমীয়ালৈ অনুবাদ কৰিছিল?
(ক) ৫ খন
(খ) ৩ খন
(গ) ৭ খন
উত্তৰ- (খ) ৩ খন ।
১০. ৰাইজে তেওঁক কি উপাধিৰে বিভূষিত কৰিছিল?
(ক) ৰসৰাজ
(খ) কৰ্মবীৰ
(গ) এটাও নহয়
উত্তৰ- (খ) কৰ্মবীৰ ।
১১. দীঘল কাপোৰখন কেনেদৰে বোৱা হয়?
(ক) এভৰি এভৰি কৰি আগ বাঢ়ি বাঢ়ি
(খ) এডাল এডাল কৰি সূতা বৈ বৈ
(গ) এটাও নহয়
উত্তৰ- (খ) এডাল এডাল কৰি সূতা বৈ বৈ ।
১২. আপুনি শব্দৰ অৰ্থ কি?
(ক) অন্য় দেশ
(খ) নিজে
(গ) টাও নহয়
উত্তৰ- (খ) নিজে ।
১৩. এখোজ এখোজ কৰি খোজ বহুৱাই কবিয়ে কৰ পোৱাগৈ কথা কৈছে?
(ক) দেশ-দেশান্তৰ
(খ) পৰ্বতৰ টিং
(গ) এটাও নহয়
উত্তৰ- (খ) পৰ্বতৰ টিং ।
0 Comments