পানী



১। মহাসাগৰ আৰু মাটিৰ মাজত হোৱা পানীৰ সঞ্চালনক কি বুলি কোৱা হয় ?

বাষ্পীভৱণ

হিমবাহ

জলচক্ৰ

উত্তৰঃ  জলচক্ৰ                                                                                                                                                                                                          

২। বহুদিন ধৰি বৰষুণ নহলে কি বতৰৰ সৃষ্টি হয় ?

খৰাং

ডাৱৰীয়া

এটাও নহয়

উত্তৰঃ খৰাং


৩। অত্যাধিক বৰষুণে কি সৃষ্টি কৰে ?

গড়াখহনীয়া

বানপানী

ওপৰৰ দুয়োটা

উত্তৰঃ বানপানী


৪। কি প্ৰক্ৰিয়াৰ দ্বাৰা জলীয় ভাপ বায়ুত যোগ হয়  ?

বাষ্পীভৱণ

প্ৰস্বেদন

ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


৫। 'শিলাবৃষ্টি' শব্দৰ ইংৰাজী ৰূপ কি ?

Evaporation

harvesting

Hail

উত্তৰঃ Hail


৬। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?



জলচক্ৰ

বানপানী

গড়াখহনীয়া

উত্তৰঃ  জলচক্ৰ


৭। পৃথিৱীত ব্যৱহাৰৰ উপযোগী পানীৰ পৰিমাণ                   

অসীম

সীমিত

সীমাহীন

উত্তৰঃ  সীমিত


৮। জলীয়ভাপ পানীলৈ  পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে ?

বাষ্পীভৱণ

প্ৰস্বেদন

ঘনীভৱন

উত্তৰঃ  ঘনীভৱন


৯। তিতা কাপোৰ ইস্ত্ৰী কৰোঁতে ওলোৱা ভাপ।

বাষ্পীভৱণ

ঘনীভৱণ

এটাও নহয়

উত্তৰঃ বাষ্পীভৱণ


১০। কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয়।

শুদ্ধ

অশুদ্ধ

ওপৰৰ দুয়োটা

উত্তৰঃ অশুদ্ধ


১১। 'বানপানী' শব্দৰ ইংৰাজী ৰূপ কি ?

Flood

Snow

Hail

উত্তৰঃ Flood


১২। জীৱনৰ কাৰণে                       অপৰিহাৰ্য ।

পানী

পকী ঘৰ

টকা

উত্তৰঃ পানী


১৩। মুকলি নাদে কিহৰ পৰা পানী পায় ?

মটৰৰ পৰা

দমকলৰ পৰা

ভূ জলৰপৰা

উত্তৰঃ ভূ জলৰপৰা


১৪। কিতাপৰ প্ৰতিটো পৃষ্ঠা উৎপাদন কৰোঁঁতে কিমান পানীৰ প্ৰয়োজন হয় ?

এগিলাচ

দুগিলাচ

এবাল্টি

উত্তৰঃ দুগিলাচ


১৫। তলৰ চিত্ৰখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

 


কাপোৰ শুকোৱাৰ দৃশ্য

কাপোৰৰ তিওৱাৰ দৃশ্য

ওপৰৰ দুয়োটা

উত্তৰঃ কাপোৰ শুকোৱাৰ দৃশ্য


১৬। এচ. চি. কালৰিজে কিমান চনত "Rime of

the Ancient Mariner" নামৰ কবিতাটি লিখিছিল ?

১৯৯৮ চনত

১৮৯৮ চনত

১৭৯৮ চনত

উত্তৰঃ ১৭৯৮ চনত


১৭।                   পালে পানী ভাপলৈ ৰূপান্তৰিত হয় ?

পোহৰ

তাপ

এটাও নহয়

উত্তৰঃ তাপ


১৮। কি প্ৰক্ৰিয়াই পৃথিৱী পৃষ্ঠলৈ পানী ঘূৰাই অনাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ?

ঘনীভৱণ

বাষ্পীভৱণ

ওপৰৰ দুয়োটা

উত্তৰঃ ঘনীভৱণ


১৯। 'বৰফ' শব্দৰ ইংৰাজী ৰূপ কি ?

Rain water

Snow

Flood

উত্তৰঃ Snow