আমাৰ চাৰিওফালে থকা বায়ু




১। গতিশীল বায়ুক কি বুলি কোৱা হয় ?
ধুমুহা
বিজুলী
বতাহ
উত্তৰঃ বতাহ

২। কি গেছে জুই জ্বলাত সহায় কৰে ?
অক্সিজেনে
কাৰ্বন-ডাই-অক্সাইড
মিথেন
উত্তৰঃ অক্সিজেনে

৩। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয় ?
বতাহ
বায়ুমণ্ডল
বায়ুকণা
উত্তৰঃ বায়ুমণ্ডল

৪। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো কি ?
বতাহ
অক্সিজেন
কাৰ্বন ডাই অক্সাইড
উত্তৰঃ কাৰ্বন ডাই অক্সাইড

৫। কি শতিকালৈ বায়ু মাত্ৰ এটা গেছৰ মিশ্ৰণ বুলি মানুহে ভাবিছিল ?
অষ্টম শতিকালৈ
অষ্টাদশ শতিকালৈ
এটাও নহয়
উত্তৰঃ অষ্টাদশ শতিকালৈ


৬। তলৰ ছবিখনে কি পৰীক্ষাৰ বিষয়ে বুজাইছে ?


বটলত পানী ভৰাই কৰা পৰীক্ষা
খালী বটলৰ সহায়ত পৰীক্ষা
ওপৰৰ দুয়োটা
উত্তৰঃ খালী বটলৰ সহায়ত পৰীক্ষা

৭। 'ধোঁৱা' শব্দৰ ইংৰাজী ৰূপ কি ?
Atmosphere
air
Smoke
উত্তৰঃ Smoke

৮। যেতিয়া বায়ু কোনো  পৃষ্ঠৰ সংস্পৰ্শলৈ আহে তেতিয়া ই ঘনীভূত হয় ?
ঠাণ্ডা
গৰম
মধ্যমীয়া গৰম
উত্তৰঃ ঠাণ্ডা

৯। নাইট্ৰ'জেনে বায়ুৰ প্ৰায় কিমান ঠাই অধিকাৰ কৰি থাকে ?
৪/৫
১/২
৭/৯
উত্তৰঃ ৪/৫

১০। ধোঁৱাত কি থাকে ?
গেছ
মিহি ধূলিকণা
ওপৰৰ দুয়োটা
উত্তৰঃ ওপৰৰ দুয়োটা

১১। বায়ুত সদায়              থাকে ।
ধোঁৱা
ধূলিকণা
এটাও নহয়
উত্তৰঃ ধূলিকণা

১২। আমি উশাহ লওঁতে আমাৰ কিহেৰে বায়ু গ্ৰহণ কৰো ?
মুখেৰে
কাণেৰে
নাসাৰন্ধ্ৰেৰে
উত্তৰঃ নাসাৰন্ধ্ৰেৰে

১৩। প্ৰাণীয়ে কিহৰ অবিহনে জীৱাই থাকিব নোৱাৰে ?
উদ্ভিদৰ
মানুহৰ
উত্তৰঃ উদ্ভিদৰ

১৪। 'বায়ুৰ সংযুক্তি' শব্দৰ ইংৰাজী ৰূপ কি ?
Oxygen
air
Composition of air
উত্তৰঃ Composition of air

১৫। যদি এটা খালী বটল থাকে, তেতিয়া তুমি ক'ব পাৰিবানে যে বটলটোৰ ভিতৰত কি সোমাই আছে ?
বায়ু
পানী
একো নাই
উত্তৰঃ বায়ু

১৬। তলৰ ছবিখনৰ জৰিয়তে কি প্ৰকাশ কৰা হৈছে ?


বিভিন্ন প্ৰকাৰৰ চকৰী
বায়ুত অক্সিজেন থকা
বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰ
উত্তৰঃ বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰ

১৭। 'বায়ুকল' শব্দৰ ইংৰাজী ৰূপ কি ?
Atmosphere
Windmill
Composition of air
উত্তৰঃ Windmill

১৮। জীৱৰ বাবে আৱশ্যক গেছ বিধ কি ?
অক্সিজেন
নাইট্ৰ'জেন
কাৰ্বন ডাই অক্সাইড
উত্তৰঃ অক্সিজেন

 
১৯। উদ্ভিদে শ্বাস কি গেছ গ্ৰহণ কৰে ?
নাইট্ৰ'জেন
কাৰ্বন ডাই অক্সাইড
অক্সিজেন
উত্তৰঃ অক্সিজেন