আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ)

পাঠ ঃ ১১


১। সুমনে কাৰ লগত বজাৰলৈ গৈছিল?

ক) দেউতাকৰ লগত

খ) ককাকৰ লগত

গ) মাকৰ লগত

উত্তৰঃ ক) দেউতাকৰ লগত

২। কি খেতিত বেছি পানী নালাগে?

ক) ধান খেতিত

খ) জলকীয়া খেতিত

গ) কুঁহিয়া খেতিত

উত্তৰঃগ) কুঁহিয়া খেতিত

৩। তেওঁলোকে শস্যবোৰ কিয় সাঁচি ৰাখিছিল?

ক) পুনৰ বীজৰ পৰা ফল হোৱালৈ তেওঁলোকে খাবৰ বাবে

খ) পুনৰ খেতিৰ বীজ হিচাপে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) পুনৰ খেতিৰ বীজ হিচাপে

৪। শস্যৰ ৰখাৰ বাবে কিহেৰে খৰাহি বনাইছিল?

ক) শিলেৰে

খ) ঘাঁহ-বনেৰে

গ) কাঠেৰে

উত্তৰঃ খ) ঘাঁহ-বনেৰে

৫। খেতি কৰিবলৈ প্ৰথমে তেওঁলোকে শিলেৰে নিৰ্মিত কিহৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল?

ক) কুৰৰ দৰে অস্ত্ৰ

খ) কুঠাৰৰ দৰে অস্ত্ৰ

গ) খণ্টিৰ দৰে অস্ত্ৰ

উত্তৰঃ খ) কুঠাৰৰ দৰে অস্ত্ৰ

৬। জীৱ-জন্তুক ঘৰুৱাভাৱে প্ৰতিপালন কৰা প্ৰক্ৰিয়াটো পৃথিৱীত কিমান হাজাৰ বছৰৰ আগতে আৰম্ভ হৈছিল?

ক) ১২,০০০ হাজাৰ বছৰৰ

খ) ১৩,০০০ হাজাৰ বছৰৰ

গ) ১১,০০০ হাজাৰ বছৰৰ

উত্তৰঃ ক) ১২,০০০ হাজাৰ বছৰৰ

৭। আদিম মানুহৰ আন এটা উল্লেখযোগ্য আৱিস্কাৰ কি?

ক) জুই

খ) কৃষি কৰ্ম

গ) চকা

উত্তৰঃ গ) চকা

৮। কি অঞ্চলত মানুহে মাটি তললৈ ঘৰ সাজিছিল?

ক) বুৰ্জাহোমত (বৰ্তমান কাশ্মীৰত)

খ) চীৰাণ্ড (বৰ্তমান বিহাৰ প্ৰদেশত)

গ) পৈয়ামপল্লী (বৰ্তমান অন্ধ্ৰপ্ৰদেশত)

উত্তৰঃ ক) বুৰ্জাহোমত (বৰ্তমান কাশ্মীৰত)

৯। আদিম মানুহৰ কিহৰ সীমা নাই?

ক) আনন্দৰ

খ) কষ্টৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) কষ্টৰ

১০।  আদিম মানুহে প্ৰথমে  কি জন্তু পুহিছিল?

ক) কুকুৰ

খ) গৰু

গ) ঘোঁৰা

উত্তৰঃ ক) কুকুৰ

১১। ধান উৎপাদনৰ বাবে যথেষ্ট কিহৰ প্ৰয়োজন?

ক) পানী

খ) বালি

গ) মানুহৰ

উত্তৰঃ ক) পানী

১২। আদিম মানুহে শস্য়বোৰ কেনেকৈ সাঁচি ৰাখিব সেই কথা চিন্তা কৰি ডাঙৰ ডাঙৰ কি বনাইছিল?

ক) কাঁহৰ পাত্ৰ

খ) মাটিৰ পাত্ৰ

গ) ষ্টিলৰ পাত্ৰ

উত্তৰঃ খ) মাটিৰ পাত্ৰ

১৩। তলৰ ছবিখনত কিহৰ সা-সঁজুলি আছে?

ক) তামৰ

খ) লোহাৰ

গ)শিলৰ

উত্তৰঃ গ)শিলৰ

১৪। খেতি কৰিবলৈ প্ৰথমে আদিম মানুহে কিহেৰে নিৰ্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্য়ৱহাৰ কৰিছিল?

ক) কাঠেৰে

খ) বাঁহেৰে

গ) শিলেৰে

উত্তৰঃ গ) শিলেৰে

১৫। আদিম মানুহে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি তাৰ কি খাইছিল?

ক) মঙহ

খ) তেজ

গ) হাড়

উত্তৰঃ ক) মঙহ

১৬। মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিল?

ক) হাতী

খ) কুকুৰ

গ) মেকুৰী

উত্তৰঃ খ) কুকুৰ

১৭। ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা আদি কামবোৰ কোনে কৰিছিল?

ক) আদিম মানুহে

খ) মেকুৰীয়ে

গ) কুকুৰে

উত্তৰঃ গ) কুকুৰে

১৮। জুই আৰু কৃষিকৰ্মৰ আৱিষ্কাৰৰ পাছত আদিম মানুহৰ আন এটি উল্লেখযোগ্য় কি আৱিষ্কাৰ কৰিছিল?

ক) চকা

খ) ঘৰ

গ) গাড়ী

উত্তৰঃ ক) চকা

১৯। কোন ঠাই মানুহে মাটিৰ তললৈ খান্দি ঘৰ সাজিছিল আৰু তাত সোমাবলৈ খটখটী সাজিছিল?

ক) কলকাতা

খ) বুৰ্জাহোম

গ) ভীমবেট্কা

উত্তৰঃ খ) বুৰ্জাহোম

২০। কি আৰম্ভ কৰাৰ লগে লগে আদিম মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল?

ক) চকা

খ) খেতি

গ) শিলৰ সঁজুলি

উত্তৰঃ খ) খেতি

২১ | চকাৰ আৱিষ্কাৰে আগিম মানুহৰ জীৱন ধাৰণ প্ৰণালী কি সাধিলে ? 

ক) উন্নয়তি 

খ) ব্যাপক 

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) ব্যাপক 

২২ | ডাঙৰ ডাঙৰ গছ গছনি কাটি ন ভাঙনি মাটিত মানুহে সময়ত কি কৰিছিল ? 

ক) কাম-কাজ 

খ) খেতি - বাতি 

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) খেতি - বাতি