উন্নত জীৱনৰ প্ৰয়োজনসমূহ 

(আমাৰ ব্যক্তিগত আৰু সামাজিক প্ৰয়োজন)


১। নৰেশ্বৰ দেউৰীৰ ঘৰ কি জিলাৰ পদুমবড়ি গাঁও?

ক) তিনিচুকীয়া জিলাৰ

খ) কাছাৰ জিলাৰ

গ) দৰং জিলাৰ

উত্তৰঃ গ) দৰং জিলাৰ


২। নৰেশ্বৰ দেউৰীৰ ঘৰত চালপীয়া কেইখন?

ক) ১ খন

খ) ২ খন

গ) ৩ খন

উত্তৰঃ খ) ২ খন


৩। নৰেশ্বৰ দেউৰীৰ ঘৰত চৰু-হাড়ী কেইটা?

ক) ২ টা

খ) ৩ টা

গ) ১ টা

উত্তৰঃ ক) ২ টা


৪। তেখেতে যোৱা বছৰৰ আৰম্ভনিতে আগৰ খেৰী ঘৰটোৰ ঠাইত টিনপাত লগাই কেইটা কুঠাৰ ঘৰ সাজিলে?

ক) ২ টা কুঠাৰ

খ) ৩ টা কুঠাৰ

গ) ৪ টা কুঠাৰ

উত্তৰঃ খ) ৩ টা কুঠাৰ


৫। তেখেতে কিহত উঠি সাউতকৈ ওলাই যায়?

ক) বাইচাইকেলখনত উঠি

খ) মটৰচাইকেলখনত উঠি

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) বাইচাইকেলখনত উঠি


৬। ল'ৰা-ছোৱালীহালক কি লাগে বুলি কৈছিল?

ক) মোবাইল

খ) টিভি

গ) কম্পিউটাৰ

উত্তৰঃ খ) টিভি


৭। কি মাহত জমা টকাৰ পৰা কিছু উলিয়াই সিহঁতক সেই বস্তু কেইটা আনি দিলো?

ক) জেঠ মাহত

খ) ব'হাগ মাহত

গ) আহাৰ মাহত

উত্তৰঃ খ) ব'হাগ মাহত


৮। উন্নত জীৱন-যাপনৰ প্ৰয়োজন সমূহক আমি বহলভাৱে কেইটা ভাগত ভাগ কৰিব পাৰো?

ক) ২ টা ভাগত

খ) ৪ টা ভাগত

গ) ৩ টা ভাগত

উত্তৰঃ ক) ২ টা ভাগত


৯। বছৰি কমেও কেইবাৰ খেতি চপাব পৰা হ'ল?

ক) ২ বাৰ

খ) ৩ বাৰ

গ) ৪ বাৰ

উত্তৰঃ খ) ৩ বাৰ


১০। নৰেশ্বৰ দেউৰীৰ দিনত স্কুল বুলিবলৈ গোটেই অঞ্চলটোত মাথোঁ এখনহে আছিল সিও কিমান কিলোমিটাৰ নিলগত?

ক) ৫/৬ কিলোমিটাৰ

খ) ৪/৫ কিলোমিটাৰ

গ) ৩/৪ কিলোমিটাৰ

উত্তৰঃ খ) ৪/৫ কিলোমিটাৰ


১১। গছৰ বাকলিৰ পৰিৱৰ্তে আধুনিক মানুহে কিহেৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰে?

ক) কলপাতৰ

খ) সূতাৰে

গ) ধানেৰে

উত্তৰঃ খ) সূতাৰে


১২। নৰেশ্বৰ দেউৰী হালৰ গৰু কেইহাল আছে?

ক) এহাল

খ) দুহাল

গ) তিনিহাল

উত্তৰঃ ক) এহাল


১৩। যোৱা বছৰৰ আৰম্ভণিতে আগৰ খেৰী ঘৰটোৰ ঠাইত টিন্পাত লগাই কেইটা কোঠাৰ ঘৰ এটা সাজিছিল?

ক) দুটা কোঠাৰ

খ) তিনিটা কোঠাৰ

গ) চাৰিটা কোঠাৰ

উত্তৰঃ খ) তিনিটা কোঠাৰ


১৪। আগৰ নাঙলৰ ঠাইত এতিয়া নৰেশ্বৰ দেউৰীয়ে কিহেৰে মাটি চহাই?

ক) ট্ৰেক্টৰে

খ) মটৰচাইকেলেৰে

গ) বৈজ্ঞীনিক শক্তিৰে

উত্তৰঃ ক) ট্ৰেক্টৰে


১৫। কি ব্য়ৱহাৰ কৰাৰ ফলত ফচল উৎপাদনো আগতকৈ বাঢ়িছে?

ক) উন্নত বীজ

খ) উন্নত পানী

গ) উন্নত মাটি

উত্তৰঃ ক) উন্নত বীজ


১৬। চৰকাৰৰ কৃষি বিভাগে কাক পুৰস্কৃত কৰিছে?

ক) ৰমেনক

খ) কমলক

গ) নৰেশ্বক

উত্তৰঃ গ) নৰেশ্বক


১৭। কাৰ গাওঁখন চহৰৰপৰা ভালেখিনি আঁতৰত?

ক) হৰেনৰ

খ) নৰেশ্বৰ

গ) ৰাহুলৰ

উত্তৰঃ খ) নৰেশ্বৰ


১৮। কাৰঘৰ ওচৰতে সৰু পুথিভঁৰাল এটা আছে?

ক) নৰেশ্বৰ

খ) মনজ্য়োতি

গ) মনুজৰ

উত্তৰঃ ক) নৰেশ্বৰ


১৯। দেউৰীহঁতৰ গাঁৱত কি অভাৱ পূৰ হ'বলৈ বাকী আছে?

ক) প্ৰাথমিক চিকিৎসা

খ) ৰাজহুৱা প্ৰেক্ষাগৃহ

গ) ৰাস্তা-ঘাট

উত্তৰঃ ক) প্ৰাথমিক চিকিৎসা


২০। কাৰ জীৱনৰ আগছোৱাত অভাৱ-অনাটনৰ মাজেৰে দিন অতিবাহিত কৰিছিল?

ক) অৰূপৰ

খ) ৰাহুলৰ

গ) নৰেশ্বৰ

উত্তৰঃ গ) নৰেশ্বৰ


২১ | উন্নত জীৱন-যাপনৰ প্ৰয়োজনসমূহক কেইটা ভাগত ভগোৱা হৈছে | 

ক) ২ টা 

খ) ৩ টা 

গ) ৪ টা 

উত্তৰঃ ক) ২ টা 


২২ | আদিম যুগৰ মানুহে কিহেৰে তৈয়াৰী সাজ-পাৰ পৰিধান কৰিছিল ? 

ক) সূতাৰে তৈয়াৰী 

খ) গছৰ বাকলিৰে বা গছৰ ছালেৰে 

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) গছৰ বাকলিৰে বা গছৰ ছালেৰে