তেজৰে কমলাপতি


১। 'তেজৰে কমলাপতি' নামৰ বৰগীতটোৰ ৰচক কোন?

নৱকান্ত বৰুৱা

মাধৱদেৱ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মাধৱদেৱ


2) গোবিন্দ শব্দৰ অৰ্থ কি?

স্বামী

পুৱা

শ্ৰী কৃষ্ণৰ অন্য এটা নাম

Answer: শ্ৰী কৃষ্ণৰ অন্য এটা নাম


৩। মহাপুৰুষ মাধৱদেৱৰ ক'ত জন্ম হৈছিল?

যোৰহাটত

নাৰায়ণ পুৰৰ ওচৰৰ লেটেকুপুখুৰীত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাৰায়ণ পুৰৰ ওচৰৰ লেটেকুপুখুৰীত


৪। ভগবান ভক্তৰ কি?

অধীন

স্বাধীন

পৰাধীন

Answer: অধীন


৫। বৰগীত সমূহ পৰিৱেশন কৰোঁতে কি বজোৱা হয়?

হাৰমনিয়াম

গীতাৰ

খোল,তাল আৰু মৃদং

Answer: খোল,তাল আৰু মৃদং


৬। মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি হ'ল?

'নাম-ঘোষা'

কীৰ্তন-ঘোষা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: 'নাম-ঘোষা'


৭। যিয়ে ৰাতি নেদেখে তেওঁক কি বোলে?

অন্ধ

কুকুৰীকণা

কণা

Answer: কুকুৰীকণা


৮। যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল?

গৰু চৰাব যাবলৈ

লৱনু খাবলৈ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গৰু চৰাব যাবলৈ


৯। ভোজন-ব্যৱহাৰ পুথিখনক  কি বুলি কোৱা হয়?

চোৰ ধৰা

ভটিমা

ভোজন-বিহাৰ

Answer: ভোজন-বিহাৰ


১০। শতপত্ৰ শব্দৰ অৰ্থ কি?

পোহৰ

পদুম

দৈ

Answer: পদুম


১১। মহাপুৰুষ মাধৱদেৱৰ পিতৃৰ নাম কি?

গোৱিন্দগিৰী

মিত্ৰদেৱ মহন্ত

সত্যনাথ বৰা

Answer: গোৱিন্দগিৰী


১২। বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল?

মহাপুৰুষ শংকৰদেৱে

মহাপুৰুষ মাধৱদেৱে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মহাপুৰুষ মাধৱদেৱে


১৩। যিজন সকলোৰে মাজত প্ৰিয়

লোকপ্ৰিয়

অন্যপ্ৰিয়

সকলোৰে প্ৰিয়

Answer: লোকপ্ৰিয়


১৪। বৰগীত বোৰ কি ভাষাত ৰচিত?

আৰবী ভাষাত

ব্ৰজাৱলী ভাষাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ব্ৰজাৱলী ভাষাত


১৫। মহাপুৰুষ মাধৱদেৱৰ মাতৃৰ নাম কি?

কুন্তি

খেৰখুটি

মনোৰমা

Answer: মনোৰমা


১৬। মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল?

মহাপুৰুষ মাধৱদেৱ

নৱকান্ত বৰুৱা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মহাপুৰুষ মাধৱদেৱ


১৭। ব্ৰজাৱলী ভাষাৰ অন্য এটা নাম কি?

আৰবী ভাষা

হিন্দী ভাষা

ব্ৰজবুলি ভাষা

Answer: ব্ৰজবুলি ভাষা


১৮। ধেনু শব্দৰ অৰ্থ কি?

ধনু

পোৱালী হোৱা গাই

গৰখীয়া

Answer: পোৱালী হোৱা গাই


১৯। তিমিৰ ফেৰিয়া কি বাজ হয়?

ৰবিৰ কিৰণ

ভ্ৰমৰ উৰায়

ইয়াৰ ভিতৰত এটাও নহয়

 Answer: ৰবিৰ কিৰণ


২০। বৰগীত সমূহ অসমীয়া সাহিত্যৰ কি?

অমূল্য সম্পদ

প্ৰাকৃতিক বৰ্ণনা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অমূল্য সম্পদ