প্ৰত্যাহ্বান 


১। দিব্যাংগ মানে কি?

অক্ষম

অক্ষম নহয় অন্য ধৰণে সক্ষম

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অক্ষম নহয় অন্য ধৰণে সক্ষম


২। পঢ়া-শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছিল?

ছবি অঁকা আৰু গান গোৱা

নৃত্য

ৰন্ধা

Answer: ছবি অঁকা আৰু গান গোৱা


৩। তেখেতে কি বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়?

বিশ্ববিদ্যালয়ৰ পৰা

সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সোণাৰী জাতীয় বিদ্যালয়ৰ পৰা


৪। জুলী বৰুৱাই বাছ দুৰ্ঘটনাত পতিত হৈ তেওঁ কি হেৰুৱাইছিলে?

তেওঁৰ ভৰি দুখন

তেওঁ মূকবধিৰ হৈছিল

তেওঁৰ হাত দুখন

Answer: তেওঁৰ হাত দুখন


৫। আন্তৰ্জাতিক অক্ষম-ব্যাক্তিৰ দিৱস কেতিয়া পালন কৰা হয়?

৮ অক্টোবৰত

৬ জানুৱাৰীত

৩ ডিচেম্বৰত

Answer: ৩ ডিচেম্বৰত


৬। কিমান শতাংশ ভূমি বিশেষভাৱে সক্ষম ব্যাক্তিৰ বাবে সংৰক্ষিত থাকিব?

৩% ভুমি

৭% ভূমি

৯% ভূমি

Answer: ৩% ভুমি


৭। প্ৰিন্সি,জুলী আৰু সংগ্ৰামজ্যােতিৰ দৰে শিলচৰৰ উদাৰবন্দৰৰ তেনে এজন দিব্যাংগ লোকৰ নাম কি?

পংকজ গগৈ

পংকজ চক্ৰৱৰ্তী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পংকজ চক্ৰৱৰ্তী


৮। পংকজ চক্ৰৱৰ্তী কি আছিল?

দৃষ্টি হীন

মূকবধিৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: দৃষ্টি হীন


৯।  তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি এজন কি?

দৃষ্টিহীন যুৱক

মূকবধিৰ যুৱক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মূকবধিৰ যুৱক


১০। সংগ্ৰামজ্যোতিক সফল চিত্ৰশিল্পী হিচাপে গঢ় দিয়াত কাৰ ভূমিকা আছিল?

নলিনীবালা দেৱীৰ

মিত্ৰদেৱ মহন্তৰ

শ্ৰীমতী আইমণি চৌধুৰীৰ

Answer: শ্ৰীমতী আইমণি চৌধুৰীৰ


১১। সংগ্ৰামজ্যোতিৰ মাতৃৰ নাম কি?

শ্ৰীমতী আইমণি চৌধুৰীৰ

নলিনীবালা দেৱী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: শ্ৰীমতী আইমণি চৌধুৰীৰ


১২। কোনখন বিদ্যালয়ে প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল?

বালিকা বিদ্যালয়ে

সোণাৰীৰ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সোণাৰীৰ ৰজাঢাপ প্ৰাথমিক বিদ্যালয়ে


১৩। মূকবধিৰ শব্দৰ অৰ্থ কি?

কাণেৰে নুশুনা

খোজ কাঢ়িব নোৱাৰা

কাণেৰেও নুশুনা,ক'বও নোৱাৰা

Answer: কাণেৰেও নুশুনা,ক'বও নোৱাৰা


১৪। এন্ধাৰ শব্দৰ বিপৰীত অৰ্থ কি?

জাগ্ৰত

পোহৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পোহৰ


১৫। অমংগল শব্দৰ বিপৰীত অৰ্থ কি?

সক্ষম

এন্ধাৰ

মংগল

Answer: মংগল


১৬। আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটো কোনে ৰচনা কৰিছিল?

প্ৰিন্সী গগৈয়ে

জুলী বৰুৱাই

সংগ্ৰাম জ্যোতি চৌধুৰীয়ে

Answer: জুলী বৰুৱাই


১৭। বাধাগ্ৰস্ততা বা দিব্যাংগ বিষয়টো কিহৰ বিষয় নহয়?

স্ফূৰ্তিৰ

পুতৌ বা সহানুভূতিৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পুতৌ বা সহানুভূতিৰ


১৮। সফল শব্দৰ বিপৰীত অৰ্থ কি?

সক্ষম

বিফল

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিফল


১৯। স্বাভাৱিক শব্দৰ বিপৰীত অৰ্থ কি?

জাগ্ৰত

অস্বাভাৱিক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অস্বাভাৱিক


২০। সংগ্ৰামজ্যাতি কি বিষয়ত পাৰদৰ্শী?

নৃত্য

চিত্ৰাংকন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: চিত্ৰাংকন