গছ ভালপোৱা ককাৰ খং


১। গছ ভালপোৱা ককাৰ খং কবিতাটো কোনে ৰচনা কৰিছিল?

নলিনীবালা দেৱীয়ে

ড° ভবেন্দ্ৰ নাথ শইকীয়াই

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ড° ভবেন্দ্ৰ নাথ শইকীয়াই


২। কবিতাটোত কাৰ বিয়াৰ কথা কোৱা হৈছে?

ৰঘুনাথৰ পুতেকৰ

ৰঘুনাথৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৰঘুনাথৰ পুতেকৰ


৩। বিয়া ঘৰত কি খাবলৈ দিছিল?

চিকেন পোলাও

ভাত আৰু মাংস

লুচি-ভাজি,ৰসগোল্লা

Answer: লুচি-ভাজি,ৰসগোল্লা


৪। বিয়া ঘৰত ককাই কিয় একো নাখালে?

মাংস দিয়াৰ বাবে

আমলখি গছজোপা কটাৰ বাবে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আমলখি গছজোপা কটাৰ বাবে


৫। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ কিমান চনত জন্ম হৈছিল?

১৯৫৩ চনত

১৯৩৩ চনত

১৯৩২ চনত

Answer: ১৯৩২ চনত


৬। তেখেতৰ এখন বিখ্যাত অনাতাঁৰ শিশু নাটৰ নাম কি?

চিকৰপতি-নিকৰপতি

শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট

ইয়াৰ ভিতৰত এটাও নহয়

Answer: শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট-মহাদুষ্ট


৭। আমলখি গছজোপা কিয় কাটিলে?

বিয়াৰ ৰভা দিবৰ বাবে

জন্মদিনৰ ৰভা দিবৰ বাবে

ইয়াৰ  ভিতৰত এটাও নহয়

Answer: বিয়াৰ ৰভা দিবৰ বাবে


৮। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ক'ত জন্ম হৈছিল?

গুৱাহাটীত

যোৰহাটত

নগাঁৱত

Answer: নগাঁৱত


৯। অৰণ্য মানৱ বুলি কাক জনা যায়?

যাদৱ পায়েংক

ৰতন পায়েংক

মিত্ৰদেৱ মহন্তক

Answer: যাদৱ পায়েংক


১০। তেখেতৰ অন্য কি নামেৰে জনা যায়?

মুলাই পায়েং

এজাৰ পায়েং

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মুলাই পায়েং


১১। এজাৰ গছৰ ফুল কি ৰঙৰ?

হালধীয়া

নীলা

এজাৰ ৰঙৰ

Answer: এজাৰ ৰঙৰ


১২। যাদৱ পায়েংক কেতিয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ উপাধি প্ৰদান কৰে?

২০১৫ চনৰ ২৩ মাৰ্চত

২০০৪ চনৰ ৩ জানুৱাৰীত

২০১২ চনৰ ২২ এপ্ৰিলত

Answer: ২০১২ চনৰ ২২ এপ্ৰিলত


১৩। বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়?

২২ জানুৱাৰী

২১ মাৰ্চ

১৭ এপ্ৰিল

Answer: ২১ মাৰ্চ


১৪। ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়?

২২ এপ্ৰিল

১৫ আগষ্ট

১ জুন

Answer: ৫ জুন


১৫। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

৫ জুন

১২ মে

২৪ নৱেম্বৰ

Answer: পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক


১৬। ড° ভবেন্দ্ৰনাথ শইকীয়া কোন আছিল?

কলা শাখাৰ অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক


১৭। দৰাৰ সমাৰ্থক শব্দৰ অৰ্থৰ কি?

দৰন

বৃক্ষ

বৰ

Answer: বৰ


১৮। কোনে আহি ৰঘুনাথৰ ঘৰখন পূৰাব বুলি কৈছে?

ৰঘুনাথৰ নাতিয়ে

ৰঘুনাথৰ বোৱাৰীয়ে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কুঁহিয়াৰ


১৯। ৰজাৰ লাঠি ঘন ঘন গাঁঠি?

কলগছ

আমলখি

কুঁহিয়াৰ

 Answer: কুঁহিয়াৰ


২০। খাল-বিল শুকাই গ'ল,গছৰ আগত পানী ৰ'ল?

কুঁহিয়াৰ গছ

আমলখি গছ

নাৰিকল গছ

 Answer: নাৰিকল গছ