নামৰ বেবেৰিবাং


১। মাক-বাপেকে মৰমতে কণা লৰাটোৰ নাম কি ৰাখিলে?

টোকোনাচন্দ্ৰ

দুখুৰাম

পদ্মলোচন

Answer: পদ্মলোচন


২। নিধনীৰামৰ ঘৰ ক'ত আছিল?

সোণাপুৰত

যোৰহাটত

নগাঁৱত

Answer: সোণাপুৰত


৩। নিধনীৰাম অভাৱী আছিল নেকি?

আছিল

নাছিল

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাছিল


৪। মানুহজনে কাটি থকা গছজোপাৰ নাম কি আছিল?

মৰা

অমৰা

চেগুন

Answer: অমৰা


৫। হালোৱা মানুহজনৰ নাম কি আছিল?

মৰা

জীয়া

দুখুৰাম

Answer: মৰা


৬। 'এই জোপা কি গছহে ককাই' কোনে কৈছিল?

টোকোনাচন্দ্ৰই

দুখুৰামে

নিধনীৰামে

Answer: নিধনীৰামে


৭। নিধনী বিপৰীত অৰ্থ কি?

ৰৰৈয়া

ধনী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ধনী


৮। জ্ঞান+ঈ= কি?

গুণী

জ্ঞান

জ্ঞানী

Answer: জ্ঞানী


৯। দান+ঈ= কি?

দানী

দান

ইয়াৰ ভিতৰত এটাও নহয়

Answer: দানী


১০। নুটুটে বিপৰীত অৰ্থ কি?

নকমে

টুটে

কমে

Answer: টুটে



১১। ককাৰ যুৰীয়া শব্দ কি?

ককা-নাতি

ককা-বোৱাৰী

ককা-আইতা

Answer: ককা-আইতা


১২। জী যুৰীয়া শব্দ কি?

জী-জোঁৱাই

জী-নাতি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: জী-জোঁৱাই


১৩। বিছাই কি কৰে?

টানে

জোৰে

ডাকে

Answer: ডাকে


১৪। নিজৰাটোৰ পাৰত কোনে খেলি আছিল?

নিধনীৰামে

এজাক লৰা-ছোৱালীয়ে

এজাক ডেকা ল'ৰাই

Answer: এজাক লৰা-ছোৱালীয়ে


১৫। এটা হোলাত ফটাকানি পিন্ধি জাকৈ বাই থকা জাঁটলী ছোৱালীজনীৰ নাম কি আছিল?

নলিনীবালা দেৱী

মাদাৰ টেৰেছা

লখিমী

Answer: লখিমী


১৬। গোহালিত কি থাকে?

গৰু

শাক

কোমোৰা

Answer: গৰু


১৭। চালত কি থাকে?

চালনী

তামোল-পান

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ইয়াৰ ভিতৰত এটাও নহয়


১৮। ফুলনিত কি থাকে?

ফুল

ফল

মাছ

 Answer: ফুল


১৯। মান+ঈ= কি?

মান

মানি

মানী

Answer: মানী


২০। সুখ+ঈ= কি?

সুখ

সুখী

দুখী

Answer: সুখী