পণ্ডিত আনন্দৰাম বৰুৱা


১। আনন্দৰাম বৰুৱাৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?

১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে

১৯৪৭ চনৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে


২। আন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল?

যোৰহাটত

উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত

মৰিগাঁৱত

Answer: উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত


৩। আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কি কলেজত নাম ভৰ্তি কৰে?

যোৰহাটৰ কলেজত

মৰিগাঁৱৰ কলেজত

কলকাতাৰ প্ৰেছিডেন্সী কলেজত

Answer: কলকাতাৰ প্ৰেছিডেন্সী কলেজত


৪। আনন্দৰাম বৰুৱাৰ পিতৃৰ নাম কি?

নৱকান্ত বৰুৱা

গৰ্গৰাম বৰুৱা

লক্ষ্মীনাথ বেজবৰুৱা

Answer: গৰ্গৰাম বৰুৱা


৫। আনন্দৰাম বৰুৱাই কিমান চনত নোৱাখালি জিলাৰ মেজিষ্ট্ৰেট হিচাপে নিযুক্ত হয়?

১৮৮৪ চনত

১৮৮৯ চনত

১৮৮৬ চনত

Answer: ১৮৮৪ চনত


৬। নোৱাখালিত এখন বালিকা বিদ্যালয় কিয় স্থাপন কৰা হৈছিল?

সকলো দুখীয়া লৰা-ছোৱালীয়ে শিক্ষা লাভ কৰিবৰ বাবে

স্ত্ৰী-শিক্ষা প্ৰচাৰৰ বাবে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: স্ত্ৰী-শিক্ষা প্ৰচাৰৰ বাবে


৭। সংস্কৃত ভাষাৰ অমৃত মন্থনেই আনন্দৰাম বৰুৱাৰ কি আছিল?

একক ব্ৰত

ইচ্ছা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: একক ব্ৰত


৮। মৈমনসিংহ জিলা বৰ্তমান কোন দেশত অন্তৰ্গত?

চীন দেশৰ

বাংলা দেশৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বাংলা দেশৰ


৯।  আনন্দৰাম বৰুৱাৰ মাতৃৰ নাম কি?

দুৰ্লভেশ্বৰী বৰুৱা

নলিনীবালা দেৱী

মীৰাবাঈ চানু

Answer: দুৰ্লভেশ্বৰী বৰুৱা


১০। আনন্দৰাম বৰুবাৰ কেতিয়া মৃত্যু হৈছিল?

১৮৮৬ চনৰ ২২ জানুৱাৰীত

১৮৯০ চনৰ ১৫ আগষ্টত

১৮৮৯ চনৰ ১৯ জানুৱাৰীত

Answer: ১৮৮৯ চনৰ ১৯ জানুৱাৰীত


১১। আনন্দৰাম বৰুৱাৰ কিমান বছৰ বয়সত মৃত্যু হৈছিল?

২৭ বছৰ বয়সত

৪৩ বছৰ বয়সত

৩৯ বছৰ বয়সত

Answer: ৩৯ বছৰ বয়সত


১২। পদ্মনাথ গোহাঞি বৰুৱাৰ  কিমান চনত জন্ম হৈছিল?

১৮৭২ চনত

১৮৭১ চনত

১৮৭৪ চনত

Answer: ১৮৭১ চনত


১৩। ১৮৭০ চনত ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আই.চি.এছ) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসমৰ সেই মেধাসম্পন্ন যুবক জনৰ নাম কি?

পদ্মনাথ গোহাঞি বৰুৱা

মিত্ৰদেৱ মহন্ত

আনন্দৰাম বৰুৱা

Answer: আনন্দৰাম বৰুৱা


১৪। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কিমান চনত জন্ম হৈছিল?

১৯০৮ চনত

১৯০৫ চনত

১৯০৭ চনত

Answer: ১৯০৮ চনত


১৫। পদ্মনাথ গোহাঞি বৰুৱাৰ পিতৃৰ নাম কি?

মিত্ৰদেৱ মহন্ত

নৱকান্ত বৰুৱা

ঘিণাৰাম বৰুৱা

Answer: ঘিণাৰাম বৰুৱা


১৬। সীতানাথ ব্ৰহ্মচৌধুৰীৰ প্ৰথম কবিতা পুথি খনৰ নাম কি?

'কমল কলি'

'আবেগ'

ইয়াৰ ভিতৰত এটাও নহয়

Answer: 'কমল কলি'


১৭। আনন্দৰাম বৰুৱাই আই.চি.এছ পৰীক্ষাত কিমান  নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল?

দ্বিতীয় স্থান

অষ্ঠম স্থান

সপ্তম স্থান

Answer: সপ্তম স্থান


১৮। সীতানাথ বহ্মচৌধুৰীৰ কিমান চনত মৃত্যু হৈছিল?

১৯৮২ চনত

১৯৮০ চনত

১৯৮১ চনত

Answer: ১৯৮২ চনত


১৯। চকুলো নামৰ পুথি খন কোনে ৰচনা কৰিছিল?

আনন্দৰাম বৰুৱা

পদ্মনাথ গোহাঞি বৰুৱা

সীতানাথ ব্ৰহ্মচৌধুৰী

 Answer: সীতানাথ ব্ৰহ্মচৌধুৰী


২০। আনন্দৰাম বৰুৱাৰ ক'ত মৃত্যু হৈছিল?

বংগদেশত

বাংলাদেশত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বংগদেশত