নোকোৱাৰ পৰিণাম


১। সমাজত মানৱতাক জীয়াই ৰাখিবলৈ কিহৰ প্ৰযোজন?

কু-সংস্কাৰৰ

সকলোৰে এটি সুস্থ-সবল মনৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সকলোৰে এটি সুস্থ-সবল মনৰ


২। ফুলমতী কুৰ্মী কোন আছিল?

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী

নাৰ্চ

বিদ্যালয়ৰ সহকাৰী শিক্ষক

Answer: বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী


৩। হুনমিলি, শৈলহতে কিয় বকুল ফুল বুটলিছিল?

খেলিবলৈ

ছাৰ বাইদেউ সকলক সম্ভাষণ জনাবলৈ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ছাৰ বাইদেউ সকলক সম্ভাষণ জনাবলৈ


৪। সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?

বিলতে হালিছে

গছে গছে

তেজৰে কমলাপতি বৰগীতটো

Answer: তেজৰে কমলাপতি বৰগীতটো


৫। বিদ্যালয়ৰ সহকাৰী শিক্ষক জনৰ নাম কি?

ৰাজ শৰ্মা

চিন্ময় শৰ্মা

বাহাৰুল ইছলাম

Answer: শৈলবালা


৬। নাচি থাকোতে কোন মূৰ্চা গৈছিল?

মালতী

শৈলবালা

হুনমিলি

Answer: মৃগী


৭। শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?

মৃগী

মেলেৰিয়া

ইয়াৰ ভিতৰত এটাও নহয়

Answer: চিকিৎসক


৮। বসন্ত পেগু কোন আছিল?

বিদ্যলয়ৰ সহকাৰী শিক্ষক

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী

চিকিৎসক

Answer: কৃষি কৰ্ম কৰি


৯। কদমণি গাঁৱৰ নিবাসী ৩৫ বছৰীয়া কুলেন দাসে কি কৰি জীৱিকা নিৰ্বাহ কৰে?

চাকৰি কৰি

কৃষি কৰ্ম কৰি

ব্যৱসায় কৰি

Answer: ওচৰৰে বিলত মাছ মাৰিবলৈ


১০। দেওঁবাৰে পুৱতি নিশা তেওঁ কলৈ গৈছিল?

শহুৱেকৰ ঘৰলৈ

ওচৰৰে বিলত মাছ মাৰিবলৈ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মালতী আৰু হুনমিলি


১১। শৈলৰ দুজনী বান্ধবীৰ নাম কি?

মালতী আৰু হুনমিলি

সুকণ্যা আৰু নেহা

মিচিমি আৰু পৰিস্মৃতা

Answer; বেলেগে বেমাৰী বুলি হাহিঁব পাৰে


১২। শৈলৰ মাক-দেউতাকে শৈলৰ বেমাৰৰ কিয় চিকিৎসা কৰোৱা নাই?

টকা পইছাৰ অভাৱত

বেলেগে বেমাৰী বুলি হাহিঁব পাৰে

গাৱঁত ভাল চিকিৎসালয় নথকাৰ বাবে

Answer: আগফালে


১৩। বিদ্যালয় খনৰ নাতি দূৰত কি আছে?

এখন স্কুল

এটা ৰাজহুৱা পুখুৰী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: এটা ৰাজহুৱা পুখুৰী


১৪। সময়ৰ টিকনিডাল কোনফালে উৰে?

আগফালে

পিছফালে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: হুনমিলি


১৫। 'সময়ৰ টিকনিডাল হেনো আগফালে উৰে' এই বাক্যশাৰী কোনে কৈছিল?

প্ৰধান শিক্ষয়িত্ৰী

শৈলবালা

হুনমিলি

Answer: মালতীয়ে কৈছিল


১৬। মোৰ মনৰ কথাষাৰকে কৈছা, হুনমিলি। চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল। এই বাক্যশাৰী কোনে কৈছিল?

সুকণ্যাই কৈছিল

মালতীয়ে কৈছিল

হুনমিলিয়ে কৈছিল

Answer: হুনমিলিয়ে কৈছিল


১৭। মালতী শৈলক ধৰাচোন। আমি দাংকোলাকৈ নি বাইদেউৰ কোঠাত থওঁগৈ। এই বাক্যশাৰী কোনে কৈছিল?

হুনমিলিয়ে কৈছিল

প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে কৈছিল

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মুকলি বতাহ পাবলৈ দিব লাগে


১৮। মুচৰ্ছা গ'লে কি কৰিব লাগে?

আগুৰি ধৰিব লাগে

মুকলি বতাহ পাবলৈ দিব লাগে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মহিলা সকলে


১৯। সমাজত চলি থকা অন্ধবিশ্বাসৰ ফলত কোনে আটাইতকৈ বেছি নিৰ্যাতিত হবলগীয়া হয়?

মহিলা সকলে

পুৰুষ সকলে

ককা-আইতা সকলে

Answer: মালতীয়ে

 

২০। বকুল ফুলৰ গোন্ধ পালেই মনটো ভৰি উঠে, নহয়নে শৈল?এই বাক্যশাৰী কোনে কৈছিল?

বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৱে

মালতীয়ে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মালতীয়ে